• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এনেকৈয়ো প্ৰতাৰণা কৰে! পাপৰি বৰা নামৰ ফেছবুক পোষ্টক লৈ সমগ্ৰতে চলিছে চৰ্চা…

এনেকৈয়ো প্ৰতাৰণা কৰে! পাপৰি বৰা নামৰ ফেছবুক পোষ্টক লৈ সমগ্ৰতে চলিছে চৰ্চা…

3 years ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

29 minutes ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

1 hour ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

14 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

14 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

15 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

15 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

16 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

17 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

17 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

18 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

19 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এনেকৈয়ো প্ৰতাৰণা কৰে! পাপৰি বৰা নামৰ ফেছবুক পোষ্টক লৈ সমগ্ৰতে চলিছে চৰ্চা…

editor by editor
March 24, 2023
in অপৰাধ, অসম, জীৱনশৈলী
0
এনেকৈয়ো প্ৰতাৰণা কৰে! পাপৰি বৰা নামৰ ফেছবুক পোষ্টক লৈ সমগ্ৰতে চলিছে চৰ্চা…
0
SHARES
26.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাপৰি বৰা নামৰ এগৰাকী মহিলাৰ এটা কাহিনী সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে৷ কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে মানুহ? পাপৰি বৰাই সামাজিক মাধ্যমত লিখিছে, ‘মোৰ বিয়া হৈছিল 28/04/2022 চনত৷ মোৰ লগত সি ক’ৰ্ট মেৰেজো কৰিলে৷ বিয়াৰ এমাহৰ পিছত মই Pragnent হৈ গলো৷ তাৰ পিছৰ পৰা মোৰ ওপৰত বহুত মানসিক/শাৰীৰিক অত্যাচাৰ কৰিব ধৰিলে৷ বহুত অত্যাচাৰ সহ্য কৰিও মই তাৰ লগত আছিলোঁ৷ মোৰ সাত মাহ হওঁতে(Dec 2) তাৰিখে সি মোক জোৰ কৰি ঘৰত থৈ আহেগৈ৷

ঘৰত থৈ আহিয়ে সি মোক ফোনত ব্লক কি দিয়ে আৰু চচিয়েল মিডিয়াতো৷ মোৰ ঘৰৰ মানুহৰ নম্বৰো ব্লক কৰি দিয়ে৷ মই ন মাহলৈকে তাৰ লগত কোনো ধৰণৰ কন্টেক্ট কৰিব নোৱাৰা হলো৷ তাৰ পিছত যিদিনা মোৰ কেঁচুৱা হোৱাৰ বিষ আহিছিল তেতিয়া তাক মই বহুত ফোন কৰিলো বেলেগ বেলেগ মোবাইলৰ পৰা৷ তাৰ পিছত তাক মই মেচেজ কৰিলোঁ মোৰ বিষ আহিছে তুমি আহা৷ সি মোক ৰিপ্লাই দিলে, সি বোলে বেলেগ ছোৱালীৰ লগত শুই আছে৷ মোক আমনি কৰিব মানা কৰিছে৷ তাক লগে লগে মোৰ প্ৰেছাৰ, ছুগাৰ বাঢ়ি গ’ল৷ তাৰ কাৰণে মই মোৰ ছোৱালী জনীক বচাব নোৱাৰিলোঁ৷ মোৰ দেউতা-মায়েও বহুত ফোন কৰিলে কিন্তু সি ৰিচিভ নকৰিলে৷ দেউতাই শেষত তাক whatspত মেচেজ দিলে তাৰ ৰিপ্লাই টো Scnshot টো লগত দি দিছোঁ৷

মই তাৰ ১০ দিনৰ পিছত গুৱাহাটী গুচি আহো৷ মই ঘৰৰ পৰা আহি গুৱাহাটী পাই গম পাওঁ মোৰ গোটেই ঘৰৰ পৰা দিয়া সকলো বস্ত লৈ সি ৰুম সলাই দিয়ে৷ উপায় নাপায় মই তাৰ ওপৰত পানবজাৰ মহিলা আৰক্ষী থানাত কেছ দিওঁ৷ কেছ দিয়াৰ পাছত মই গম পাওঁ সি আগতেও এবাৰ বিয়া পাতিছে আৰু তাৰ ১০ বছৰৰ সন্তান এটাও আছে৷ এতিয়া আকৌ সি বেলেগ ছোৱালী লৈ ঘূৰি আছে৷ মই পোষ্ট দিয়াৰ কাৰণ এইটোয়ে যে মোৰ নিচিনা বেলেগ এজনীৰ ছোৱালীৰ জীৱন যাতে সি আকৌ ধ্বংস কৰিব নোৱাৰে৷ মই গম পোৱামতে সি বহুত ছোৱালীৰ জীৱন ধ্বংস আগতে কৰিছে৷ গতিকে সকলোৰে আগত চিনাকী কৰি দিলোঁ৷
(এতিয়া পলাতক অৱস্থাত আছে,,তাৰ মোৱাইলৰ তিনিটা নম্বৰ তিনিটাই অফ কৰি থৈছে)৷ তাৰ নাম Debasish Sarkar,ঘৰ-BBC Colony Pandu বিবিচি কলনী (পাণ্ডু আদাবাৰী)৷ (আগৰ ঘৈনীয়েক জনী আৰু তাৰ ল’ৰা টোৰ ফটো আৰু মোৰ বিয়াৰ ফটো দি দিছোঁ লগতে মোৰ ঢোকাই যোৱা ছোৱালী জনীৰ ফটো খন৷ লগতে FIR কপিটো)পাৰিলে ছেয়াৰ কৰি দি অলপ সহায় কৰিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?
ভাৰত

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

August 21, 2026
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান
জীৱনশৈলী

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

August 21, 2026
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
Next Post
মিছন বসুন্ধৰা-২ অধীনত কিয় বহুতেই নাপাব ভূমিপট্টা? বুজাই ক’লে মুখ্যমন্ত্ৰীয়ে

মিছন বসুন্ধৰা-২ অধীনত কিয় বহুতেই নাপাব ভূমিপট্টা? বুজাই ক’লে মুখ্যমন্ত্ৰীয়ে

মাননিৰ লিষ্ট ভাইৰেল! এইবাৰ বিহুমঞ্চত গীত পৰিবেশনৰ বাবে কোনে কিমান মাননি ল’ব?

মাননিৰ লিষ্ট ভাইৰেল! এইবাৰ বিহুমঞ্চত গীত পৰিবেশনৰ বাবে কোনে কিমান মাননি ল’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.