• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যদি ৰাহুলে পৰিয়ালকেন্দ্ৰীক ৰাজনীতি কৰিছে তেন্তে ৰামচন্দ্ৰ আৰু পাণ্ডৱেও পৰিয়ালকেন্দ্ৰিকভাৱেই শাসন কৰিছিলঃ প্ৰিয়ংকা গান্ধী

যদি ৰাহুলে পৰিয়ালকেন্দ্ৰীক ৰাজনীতি কৰিছে তেন্তে ৰামচন্দ্ৰ আৰু পাণ্ডৱেও পৰিয়ালকেন্দ্ৰিকভাৱেই শাসন কৰিছিলঃ প্ৰিয়ংকা গান্ধী

3 years ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

12 minutes ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

18 minutes ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

2 hours ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

3 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

4 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

5 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

12 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

13 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

14 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

14 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

14 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

যদি ৰাহুলে পৰিয়ালকেন্দ্ৰীক ৰাজনীতি কৰিছে তেন্তে ৰামচন্দ্ৰ আৰু পাণ্ডৱেও পৰিয়ালকেন্দ্ৰিকভাৱেই শাসন কৰিছিলঃ প্ৰিয়ংকা গান্ধী

editor by editor
March 28, 2023
in ভাৰত, ৰাজনীতি, লেখা
0
যদি ৰাহুলে পৰিয়ালকেন্দ্ৰীক ৰাজনীতি কৰিছে তেন্তে ৰামচন্দ্ৰ আৰু পাণ্ডৱেও পৰিয়ালকেন্দ্ৰিকভাৱেই শাসন কৰিছিলঃ প্ৰিয়ংকা গান্ধী
0
SHARES
6.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পিতৃৰ শেষকৃতৰ সময়ত ট্ৰাকৰ পিছে পিছে দৌৰিছিল এটা কিশোৰ। দৃশ্য দেখি চকু সেমেকি উঠিছিল বহুজনৰ৷ কিশোৰজনে সেইদিনাই বুজি উঠিছিল জীৱন ভৱামতে সহজ নহয়৷ পিতৃৰ তেজে তুমুৰালি হৈ থকা শৰীৰটো চকুৰ সন্মুখতেই দেখিছিল৷ ঘটনাটো ১৯৯১ চনৰ মে মাহৰ৷ আৰু পিতৃৰ মৃতদেহ লৈ যোৱা ট্ৰাকৰ পিছে পিছে দৌৰি যোৱা কিশোৰজনেই ৰাহুল গান্ধী৷

৩২ বছৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ শেষকৃত্যৰ সময়ত ৰাহুলৰ সেই কথা সোৱৰিলে ভগ্নী প্ৰিয়ংকাই৷ প্ৰিয়ংকাই ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল কৰাৰ পাছতেই দিয়া ভাষণত বহু কথাই কয়৷ ৰাজীৱ গান্ধীৰ হত্যাৰ পৰা আৰম্ভ কৰি কাশ্মীৰি পণ্ডিত সকলোকেই অপমান কৰাৰ কথাও ব্যাখ্যা কৰে প্ৰিয়ংকাই৷ বিজেপি দলক টাৰ্গেট কৰি নৰেন্দ্ৰ মোদীক কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকাই৷

ভাষণৰ আৰম্ভনিতেই প্ৰিয়ংকাই পিতৃক সোঁৱৰি কয়, ‘১৯৯১ চনৰ মে’ মাহৰ ঘটনা৷ ত্ৰিমূৰ্তি ভৱনৰ পৰা দেউতাৰ শেষযাত্ৰা আৰম্ভ হৈছিল৷ দেউতাৰ শৱদেহটো জাতীয় পতাকাৰে ঢাকি আৰ্মীৰ এখন ট্ৰাকত উঠোৱা হৈছিল৷ পিছে পিছে মা, মই ৰাহুল এখন গাড়ীত উঠিছিলো৷ গাড়ীখন কিছুদুৰ আগুৱাই যোৱাৰ পাছতেই ৰাহুলে গাড়ী ৰখাই নামিবলৈ জেদ কৰে৷ মায়ে তাক নামিবলৈ বাধা দিছিল৷ সুৰক্ষাৰ কথাটো জড়িত হৈ থকাৰ বাবেই মায়ে তাক বাধা দিছিল৷ কিন্তু সি মাৰ কথা নুশুনিলে৷ গাড়ীৰ পৰা নামি গ’ল৷ দেউতাৰ মৃতদেহ লৈ যোৱা ট্ৰাকৰ পিছে পিছে সি খোজকাঢ়িয়েই যাত্ৰা কৰে৷ তেনেদৰে খোজেৰে গৈয়েই দেউতাক অন্তিম সৎকাৰৰ যাৱতীয় সকলো কাম কৰে৷ সেই শ্বহীদকেই এতিয়া বিজেপি দলে উপলুঙা কৰি মন্তব্য দিয়ে৷ সংসদত শ্বহীদৰ পুত্ৰক অপমানো কৰি বিজেপি দলৰ নেতাই মন্তব্য কৰে৷ ৰাহুলৰ বাপেকৰ চিন নাই৷ এইসমূহৰ মাজেৰে মোৰ মাকো অপমান কৰে শাসক দলে৷’

প্ৰিয়ংকাই দিয়া এই মন্তব্য এতিয়া সামাজিক মাধ্যমত খুবেই ভাইৰেল৷ প্ৰিয়ংকাই মুকলিকৈ ভাষণত কয় যে, সংসদত ৰাহুলক বাৰে বাৰে অপমান কৰা স্বত্ত্বেও প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কিন্তু কোনো গোচৰ ৰুজু নহয়৷ যিমানেই অপমানসূচক মন্তব্য নিদিয়ক কিয়, তেওঁলোকৰ ওপৰত কোনো গোচৰ ৰুজু নহয়৷ জে’লো যাব নালাগে৷ কোনোৱে প্ৰশ্নও নকৰে, তেওঁলোকক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিবনে?

উল্লেখ্য যে, ভাষণত পৰিয়ালতন্ত্ৰৰ কথাও উল্লেখ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকাই৷ তেওঁ এই সন্দৰ্ভত কয়, ‘বিজেপিয়ে বাৰে বাৰে প্ৰশ্ৱ তুলিছে, এই পৰিয়ালটোৱে কিয় নেহৰুৰ উপাধি নিলিখে? কাশ্মীৰি পণ্ডিতক এই পৰিয়ালটোৱে অপমানেই কৰি আছে৷’ এই কথাৰ প্ৰত্ত্যুত্তৰত প্ৰিয়ংকাই কয়, ‘পৰিয়ালৰ বাবেই এদিন ৰামচন্দ্ৰই বনবাস খাটিছিল৷ পাৰিবাৰিক সন্মান ৰক্ষাৰ স্বাৰ্থত পাণ্ডৱেও বনবাস খাটিছিল৷ পাণ্ডৱহঁতো তেন্তে পৰিয়ালকেন্দ্ৰিকেই আছিল৷ ভাৰতীয় গণতন্ত্ৰৰ কথা আমাক নক’ব৷ গণতন্ত্ৰ আমাৰ পৰিয়ালৰ তেজত আছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া
ভাৰত

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

August 6, 2026
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক
জীৱনশৈলী

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

August 6, 2026
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?
বিনোদন

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

August 6, 2026
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান
জীৱনশৈলী

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

August 6, 2026
Next Post
‘দিনে ৫ বাৰকৈ নামাজ পঢ়াতেই শান্তি আছে’ ইছলাম ধৰ্ম গ্ৰহণ কৰি এই দাবী হিন্দী ধাৰাবাহিকৰ অভিনেতা ভিভিয়ানৰ

'দিনে ৫ বাৰকৈ নামাজ পঢ়াতেই শান্তি আছে’ ইছলাম ধৰ্ম গ্ৰহণ কৰি এই দাবী হিন্দী ধাৰাবাহিকৰ অভিনেতা ভিভিয়ানৰ

ৰোহিতে অৱসৰ ল’লে ভাৰতীদ ক্ৰিকেট দলৰ নতুন অধিনায়ক কোন হ’ব? সৌৰভে প্ৰস্তাৱ কৰিলে নতুন নাম…

ৰোহিতে অৱসৰ ল’লে ভাৰতীদ ক্ৰিকেট দলৰ নতুন অধিনায়ক কোন হ’ব? সৌৰভে প্ৰস্তাৱ কৰিলে নতুন নাম...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.