• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেওবাৰৰ পৰা কৰ্ণাটকত মহিলাই পাব ফ্ৰি বাছসেৱা! কণ্ডাক্টৰ হ’ব মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়া

দেওবাৰৰ পৰা কৰ্ণাটকত মহিলাই পাব ফ্ৰি বাছসেৱা! কণ্ডাক্টৰ হ’ব মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়া

3 years ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

4 minutes ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

53 minutes ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

1 hour ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

2 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

3 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

4 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

4 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

5 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

18 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

18 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

18 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

দেওবাৰৰ পৰা কৰ্ণাটকত মহিলাই পাব ফ্ৰি বাছসেৱা! কণ্ডাক্টৰ হ’ব মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়া

editor by editor
June 10, 2023
in ৰাজনীতি
0
দেওবাৰৰ পৰা কৰ্ণাটকত মহিলাই পাব ফ্ৰি বাছসেৱা! কণ্ডাক্টৰ হ’ব মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়া
0
SHARES
693
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিৰ্বাচনী প্ৰতিশ্ৰুতি মানি দেওবাৰৰ পৰা কৰ্ণাটকত আৰম্ভ হ’ব মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা। কৰ্ণাটক কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰতেই এই কথা উল্লেখ কৰিছিল। প্ৰতিশ্ৰুতি মানি কালিৰে পৰা কৰ্ণাটকত মহিলাৰ বাবে ফ্ৰি বাছসেৱা আৰম্ভ হ’ব। সূত্ৰৰ খবৰ অনুসৰি কৰ্ণাটকৰ সমূহ চৰকাৰী বাছতেই এই সেৱা উপলব্ধ হ’ব। এই কাৰ্যক নিজেই পৰ্যবেক্ষণ কৰিছে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াই। এই বাছ সেৱা মুকলিৰ প্ৰথম দিনটোত নিজেই কণ্ডাক্টৰ হৈ মহিলাৰ হাতত টিকটো তুলি দিব ছিদ্দাৰামাইয়াই।

কৰ্ণাটক প্ৰশাসনে জনোৱা অনুসৰি দেওবাৰে পুৱাই এই সেৱা মুকলি কৰা হ’ব। ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি কেইবাজনো মন্ত্ৰীৰ উপস্থিতিত এই সেৱা মুকলি কৰা হ’ব। কংগ্ৰেছ দলে জনোৱামতে এই প্ৰকল্পৰ নাম দিয়া হৈছে ‘শক্তি’।

উল্লেখ্য যে, কৰ্ণাটক কংগ্ৰেছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰক দিয়া পাঁচ প্ৰতিশ্ৰুতিৰ ভিতৰত এয়াও অন্যতম। কংগ্ৰেছৰ সফলতাৰ আঁৰতো এই ৫ প্ৰতিশ্ৰুতিয়েই বুলি বিজেপিয়েও স্বীকাৰ কৰি লৈছে। কংগ্ৰেছে দিয়া এই সুবিধা কৰ্ণাটকৰ প্ৰত্যেকজন লোকেই জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষ লাভো কৰিব। দেশৰ ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিয়ে সাধাৰণ লোকক মাধমাৰ শোধোৱাৰ সময়তে কংগ্ৰেছে দিয়া এই সুবিধাই ৰাজ্যৰ জনতাক আকৃষ্ট কৰাও পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’
ৰাজনীতি

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

August 20, 2026
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন
ৰাজনীতি

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

August 20, 2026
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’
অসম

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

August 20, 2026
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ
ভাৰত

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

August 19, 2026
Next Post
৩৭০ দিনত ৮,৬৪০ কিঃমিঃ! হজৰ বাবে খোজকাঢ়ি মক্কাত উপস্থিত কেৰালাৰ ছিহাৱ

৩৭০ দিনত ৮,৬৪০ কিঃমিঃ! হজৰ বাবে খোজকাঢ়ি মক্কাত উপস্থিত কেৰালাৰ ছিহাৱ

তীৰ্থযাত্ৰীৰ বাবে ৰাজকীয় আয়োজন! হজৰ পৰাই ক্ৰুইড অইলতকৈয়ো অধিক উপাৰ্জন কৰে ছৌদি আৰৱে, হজৰ পৰা ছৌদি আৰৱৰ বাৰ্ষিক আয় কিমান জানেনে?

তীৰ্থযাত্ৰীৰ বাবে ৰাজকীয় আয়োজন! হজৰ পৰাই ক্ৰুইড অইলতকৈয়ো অধিক উপাৰ্জন কৰে ছৌদি আৰৱে, হজৰ পৰা ছৌদি আৰৱৰ বাৰ্ষিক আয় কিমান জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.