• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীৰ্ঘদিন ডায়বেটিছৰ সমস্যাত ভূগিছে? বিকল হ’ব পাৰে দুয়োটা কিডনি, সুস্থ থাকিবলৈ কি কৰিব?

দীৰ্ঘদিন ডায়বেটিছৰ সমস্যাত ভূগিছে? বিকল হ’ব পাৰে দুয়োটা কিডনি, সুস্থ থাকিবলৈ কি কৰিব?

3 years ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

27 minutes ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 hour ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

5 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

6 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দীৰ্ঘদিন ডায়বেটিছৰ সমস্যাত ভূগিছে? বিকল হ’ব পাৰে দুয়োটা কিডনি, সুস্থ থাকিবলৈ কি কৰিব?

editor by editor
June 15, 2023
in বিবিধ, স্বাস্থ্য
0
দীৰ্ঘদিন ডায়বেটিছৰ সমস্যাত ভূগিছে? বিকল হ’ব পাৰে দুয়োটা কিডনি, সুস্থ থাকিবলৈ কি কৰিব?
0
SHARES
7.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰেচনতন্ত্ৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগটোৱেই হৈছে কিডনী বা বৃক্ক৷ বৃক্কৰ কাম হৈছে তেজত থখা দূষিত পদাৰ্থসমূহ চেকি উলিওৱা৷ ইয়াৰোপৰি বৃক্কই তেজত থকা নিমখ, পটাছিয়াম আদিৰ ভাৰসাম্য ৰক্ষা কৰে৷ দীৰ্ঘদিন ধৰি অনিয়ন্ত্ৰিত ডায়বেটিছ, উচ্চৰক্ত চাপ থাকিলে বৃক্কৰ ক্ষতি হ’ব পাৰে৷ বৃক্কই ঠিকমতে কাম নকৰিলে নানান শাৰীৰিক জটিলতাৰ সৃষ্টি হ’ব পাৰে৷ কিডনিৰ অসুখ দেৰিকৈ ধৰা পৰিলে দুয়োটা কিডনিয়েই ৮০-৯০ শতাংশ ক্ষতিগ্ৰস্থ হোৱাৰ সম্ভাৱনা থাকে৷ এইক্ষেত্ৰত কেইবাটাও লক্ষণ পোনতে চকুত পৰে৷ যেনে ভোক নলগা, ক্লান্তিভাৱ, প্ৰস্ৰাৱৰ সৈতে তেজ বাহিৰ হোৱা, নিদ্ৰাহীনতা, পেশীৰ বিষ, মূৰৰ বিষ আদি লক্ষণে দেখা দিয়ে৷ এটা বয়সৰ পাছত নিয়মিতভাৱে কিডনিৰ যাৱতীয় পৰীক্ষা কৰিব লাগে৷ ডায়বেটিছ আৰু উচ্চৰক্তচাপৰ সমস্যা থাকিলে কেইটামান ক্ষেত্ৰত সতৰ্ক হোৱাটো খুবেই প্ৰয়োজন৷ তেনে পাঁচটা কৌশল যিয়ে আপোনাৰ কিডনি ভালে ৰখাত সহায় কৰিব৷

নিয়মিত শৰীৰচৰ্চা
নিয়মিত শৰীৰচৰ্চাই বেমাৰৰ আশংকা কমায়৷ কিডনিৰ অসুখো ইয়াৰ ব্যতিক্ৰম নহয়৷ ইয়াৰোপৰি নিয়মিত শৰীৰচৰ্চাই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে৷ ৰক্তচাপ নিয়ন্ত্ৰণ কিডনিৰ সুস্বাস্থ্যৰ বাবে অতি জৰুৰী৷ যিসকলে শৰীৰচৰ্চা কৰাৰ সুযোগ বা সময় নাপায় তেওঁলোকে দৈনিক খোজকঢ়া, দৌৰা, সাঁতোৰা, চাইকেল চলোৱা আদি অভ্যাস গঢ়ি তুলিব পাৰে৷

ডায়বেটিছ নিয়ন্ত্ৰণ
ডায়বেটিছেও কিডনিৰ সমস্যা বঢ়ায়৷ ডায়বেটিছে যিহেতু শৰ্কৰাৰ মাত্ৰা বঢ়ায় সেয়ে তেজ পৰিশোধিত কৰিবলৈ কিডনিয়ে বেছিকৈ কাম কৰিবলগা হয়৷ সেই কাৰণেও ঘনাই প্ৰস্ৰাৱ লগাৰ সমস্যা হয়৷ সেয়ে তেজত ৰক্ত শৰ্কৰাৰ মাত্ৰা অলপমান বৃদ্ধি পালেও চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে৷

ধূমপানৰ অভ্যাস এৰক
ধূমপানে কেৱল হাওঁফাওঁৰে নহয় কিডনিৰো ক্ষতি কৰে৷ ধূমপানে ৰক্তনলীৰ ক্ষতি কৰাৰ লগতে দেহত ৰক্ত সঞ্চালনৰ সমস্যা হয়৷ যিয়ে কিডনিৰ ওপৰত চাপ তৈয়াৰ কৰে৷ ধূমপানে কিডনিৰ কৰ্কটৰো আশংকা বৃদ্ধি কৰে৷

পৰ্যাপ্ত পানী খাওক
কিডনিৰ স্বাস্থ্য ভালে ৰাখিবলৈ সময়মতে পানী খাওক৷ আমাৰ বহুতেই সময়মতে পানী নাখায়৷ প্ৰতিদিনে কমেও দুইৰ পৰা আঢ়ৈ লিটাৰ পানী খাওক৷ শাৰীৰিক অৱস্থাৰ ওপৰত ভিত্তি কৰি এই পৰিমান সলনি হয়৷

ঔষধ খোৱা বন্ধ কৰা
পেটৰ বিষৰ পৰা ছৰ্দি কাঁহ আদিত আমি নিজাকৈ ঔষধ খাও৷ এনেকৈ ঔষধ সেৱন কৰিলে স্বাস্থ্যৰ ক্ষতি হয়৷ সেয়ে কিবা ৰোগ হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ঔষধ সেৱন কৰিব লাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
গুজৰাটত তাণ্ডৰ চলাই এইবাৰ ৰাজস্থানৰ দিশেৰে আগুৱাইছে ‘বিপৰ্যয়’, উত্তৰ পূবলৈকো সাৱধানবাণী

গুজৰাটত তাণ্ডৰ চলাই এইবাৰ ৰাজস্থানৰ দিশেৰে আগুৱাইছে 'বিপৰ্যয়’, উত্তৰ পূবলৈকো সাৱধানবাণী

জোনালী নাথক লৈ অশালীন মন্তব্য কৰি দিছপুৰ থানাৰ আলহী শিখা শর্মা

জোনালী নাথক লৈ অশালীন মন্তব্য কৰি দিছপুৰ থানাৰ আলহী শিখা শর্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.