অসম লাইভ২৪ঃ আচাৰ্য্য চানক্য হৈছে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অৰ্থনীতিবিদ, ৰাজনীতিবিদ আৰু কূটনীতিবিদসকলৰ মাজত এজন। চানক্যৰ নৈতিকতাৰ পাঠ আজিও পঢ়ে মানুহে। আচাৰ্য্য চানক্যৰ নীতি আজিও প্ৰাসংগিক। তেওঁৰ নীতিশিক্ষাৰ পৰাই মানুহে বাস্তৱ জীৱনত সফলতা লাভ কৰে।
চাণক্য নীতিত কেৰিয়াৰ বন্ধুত্ব, বিবাহিত জীৱন, সম্পদ আৰু মহিলাৰ সৈতে সম্পৰ্কিত কেইবাটাও কথা উল্লেখ আছে। চাণক্য নীতিত এনে ৪টা কথা উল্লেখ আছে যিকেইটাত পুৰুষতকৈ মহিলা আগবাঢ়ি থাকে।
মহিলাসকল পুৰুষতকৈ আগবাঢ়ি থাকে ৪টা বিষয়ত
ভোকঃ পুৰুষতকৈ মহিলাৰ ভোক বেছিকৈ লাগে। পুৰুষতকৈ নাৰীৰ খোৱাৰ প্ৰতি আগ্ৰহ বেছি। ইয়াৰ আঁৰত তেওঁলোকৰ শাৰীৰিক গাঁথনি, মহিলাৰ পুৰুষতকৈ অধিক কেলৰিৰ প্ৰয়োজন।
বুদ্ধিমানঃ মহিলাসকল পুৰুষতকৈ অধিক বুদ্ধিমান। তেওঁলোকে জীৱনৰ বহু কঠিন পৰিস্থিতি নাৰীয়ে বুদ্ধিৰেই অতিক্ৰম কৰে।
সাহসীঃ নাৰী পুৰুষতকৈ সাহসী হয়। চাণক্য নীতিত মহিলাসকলৰ সাহসৰ প্ৰশংসা কৰা হৈছে। তেওঁলোক পুৰুষতকৈ ৬গুণ বেছি সাহসী।
যৌনতাঃ চাণক্য নীতিমতে মহিলাসকল যৌনতাতো পুৰুষতকৈ আগবাঢ়ি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ