• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা সদায়েই জ্বৰ উঠে? জ্বৰক ভুলতো উপেক্ষা নকৰিব, জানি থওক এয়া কি কি ৰোগৰ লক্ষণ

নিশা সদায়েই জ্বৰ উঠে? জ্বৰক ভুলতো উপেক্ষা নকৰিব, জানি থওক এয়া কি কি ৰোগৰ লক্ষণ

3 years ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

7 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

7 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

8 hours ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

9 hours ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

10 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

10 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

11 hours ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

11 hours ago
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

12 hours ago
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

13 hours ago
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

14 hours ago
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

নিশা সদায়েই জ্বৰ উঠে? জ্বৰক ভুলতো উপেক্ষা নকৰিব, জানি থওক এয়া কি কি ৰোগৰ লক্ষণ

editor by editor
September 7, 2023
in স্বাস্থ্য
0
নিশা সদায়েই জ্বৰ উঠে? জ্বৰক ভুলতো উপেক্ষা নকৰিব, জানি থওক এয়া কি কি ৰোগৰ লক্ষণ
0
SHARES
743
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বহুসময়ত বহুলোকৰ কেৱল নিশাহে জ্বৰ আহে। দিনত কিন্তু হঠাৎ সুস্থ হৈ পৰে। অথচ নিশা হ’লেই জ্বৰ উঠে। নিশা টোপনি নোহোৱাৰ বাবে দিনটোৱেই ক্লান্তবোধ কৰে। মানুহে সাধাৰণতে জ্বৰৰ বিষয়টোক সাধাৰণ বিষয় হিচাপে লওঁ। কিন্তু এই বিষয়টোক কেতিয়াও সাধাৰণভাৱে ল’ব নালাগে। জ্বৰ সাধাৰণতে কোনো ৰোগ নহয় যদিও ই অইন বিভিন্ন ৰোগৰহে লক্ষণ। নিশা জ্বৰ হোৱাৰ কাৰণ কি কি?

বাহ্যিক পাইৰোগেনছ
পাইৰোগেনসমূহ হৈছে এণ্ডোটক্সিনৰ দৰে জীৱানু। এই পাইৰোগেনসমূহে বাহিৰৰ পৰা আপোনাৰ শৰীৰত প্ৰৱেশ কৰে। ফলত নিশা নিশা জ্বৰ হয়।
বেক্টেৰিয়া সংক্ৰমণ- বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলতো নিশা নিশা জ্বৰ হয়। বেক্টেৰীয়াৰ আক্ৰমণৰ কাৰণে এণ্ডোকাৰ্ডাইটিছ, যক্ষ্মা হ’ব পাৰে। যাৰ ফলত আপোনাৰ জ্বৰ হ’ব পাৰে।ষ্ট্ৰেছ- কেতিয়াবা কেতিয়াবা ষ্ট্ৰেছ আৰু ক্লান্তিৰ বাবেও নিশা জ্বৰ হয়। চাপৰ পৰা নিজকে আঁতৰাই ৰাখক। শাৰীৰিক সামৰ্থ্য অনুযায়ীহে কাম কৰিব।

মূত্ৰনলীৰ সংক্ৰমণ- মূত্ৰনলীৰ সংক্ৰমণ হ’লেও জ্বৰ হ’ব পাৰে। মূত্ৰনলীৰ সংক্ৰমণৰ সমস্যা হ’লেও সঘনাই জ্বৰ হৈ থাকে।

এলাৰ্জী- এলাৰ্জী হ’লেও নিশা জ্বৰ হ’ব পাৰে। কিছু ঔষধৰ পৰাও এলাৰ্জী হ’ব পাৰে। সেয়ে চিকিৎসকৰ পৰামৰ্শ লওক।

ছালৰ সংক্ৰমণ- ছালৰ সংক্ৰমণতো নিশা জ্বৰ হ’ব পাৰে। যেতিয়া কোনো ব্যক্তিৰ দীৰ্ঘ সময় ধৰি ছালৰ সংক্ৰমণৰ সমস্যা থাকে, তেন্তে নিশা জ্বৰ হোৱাৰ সম্ভাৱনা থাকে।

শ্বাসযন্ত্ৰৰ সংক্ৰমণ- ডিঙিৰ বিষ, ছৰ্দি-কাঁহৰ পৰাও জ্বৰ হ’ব পাৰে। কেইবাদিনৰ ভিতৰত এই সমস্যা নিৰাময় হ’লে লগে লগে জ্বৰো কমি যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?
অপৰাধ

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

June 23, 2026
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক
জীৱনশৈলী

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

June 23, 2026
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?
জীৱনশৈলী

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

June 23, 2026
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে
বিনোদন

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

June 23, 2026
Next Post
লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

G-20 শীৰ্ষ সন্মিলনঃ চৰ্চাত ৰাষ্ট্ৰপ্ৰধানৰ নিৰাপত্তা কনভয়

G-20 শীৰ্ষ সন্মিলনঃ চৰ্চাত ৰাষ্ট্ৰপ্ৰধানৰ নিৰাপত্তা কনভয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.