• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
G-20 শীৰ্ষ সন্মিলনঃ চৰ্চাত ৰাষ্ট্ৰপ্ৰধানৰ নিৰাপত্তা কনভয়

G-20 শীৰ্ষ সন্মিলনঃ চৰ্চাত ৰাষ্ট্ৰপ্ৰধানৰ নিৰাপত্তা কনভয়

3 years ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

41 minutes ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

1 hour ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

2 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

3 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

4 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

4 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

5 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

5 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

22 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

23 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

24 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

G-20 শীৰ্ষ সন্মিলনঃ চৰ্চাত ৰাষ্ট্ৰপ্ৰধানৰ নিৰাপত্তা কনভয়

editor by editor
September 7, 2023
in বিশ্ব, ভাৰত
0
G-20 শীৰ্ষ সন্মিলনঃ চৰ্চাত ৰাষ্ট্ৰপ্ৰধানৰ নিৰাপত্তা কনভয়
0
SHARES
111
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতে G-20ৰ অধ্যক্ষতাৰ দায়িত্বভাৰ লোৱাৰ পাছত প্ৰথমবাৰৰ বাবে আমাৰ দেশত অনুষ্ঠিত হ’ব G-20ৰ শীৰ্ষ সন্মিলন৷ সন্মিলনৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে নতুন দিল্লীৰ কেবাটাও বিশেষ স্থল৷

৯ ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল নতুন দিল্লীত অনুষ্ঠিত হ’ব G-20ৰ শীৰ্ষ সন্মিলন। দিল্লীৰ ভাৰত মণ্ডপমত বিশ্বৰ শীৰ্ষ নেতাসকলে মিলিত হব G-20ৰ শীৰ্ষ সন্মিলনত। সন্মিলনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে কেন্দ্ৰ চৰকাৰে। ইয়াৰ মাজতে সৰৱ চৰ্চালৈ আহিছে প্ৰতিনিধিবৰ্গৰ যাতায়তৰ বাবে ব্যৱহাৰ হ’বলগীয়া গাড়ীৰ কনভয়ৰ প্ৰসংগ৷ সকলোৰে জ্ঞাত যে, ভাৰতত চলাচল কৰা বাহনসমূহৰ ষ্টেয়াৰিং সোঁফালে থাকে৷ কিন্তু G-20ৰ সন্মিলনৰ বাবে আহিবলগীয়া প্ৰতিনিধিবৰ্গৰ অধিকসংখ্যকৰ বাবে ব্যৱহাৰ হ’ব বাঁওফালে ষ্টেয়াৰিং থকা বিশেষ বাহন৷দিল্লী আৰক্ষীয়ে ইতিমধ্যে এইসমূহ বাহন চালনাৰ বাবে লাভ কৰিছে বিশেষ প্ৰশিক্ষণো৷

G-20ৰ সন্মিলনত অংশগ্ৰহণ কৰিব মুঠ ২৯ গৰাকী ভিভিআইপিকে ধৰি অন্যান্য ৰাষ্ট্ৰপ্ৰধানসকলে৷ এইসমূহ প্ৰতিনিধিৰ গাড়ীৰ কনভয়ৰ নিৰাপত্তাৰ দিশটোতো দিয়া হৈছে বিশেষ গুৰুত্ব৷ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ নিৰাপত্তা এজেন্সীসমূহৰ বিশেষভাৱে প্ৰশিক্ষিত ক’মাণ্ডোকে ধৰি জোৱানসকলৰ নিৰীক্ষণত থাকিব ৰাষ্ট্ৰপ্ৰধানসকলৰ নিৰাপত্তা৷ ৰাষ্ট্ৰপ্ৰধানসকলৰ বাবে বিশেষভাৱে সাজু কৰি তোলা এই কনভয়ত কোনোৱেই আক্ৰমণ সংঘটিত কৰিব নোৱাৰিব৷ প্ৰতিটো কনভয়ত তিনিখন বাহন ৰাষ্ট্ৰপ্ৰধানৰ বাবে থাকিব৷ তদুপৰি ৰাষ্ট্ৰপ্ৰধানৰ বাহনৰ সমান্তৰালে আগবাঢ়িব পাইলট কাৰ, সুৰক্ষা কাৰ, নেটৱৰ্ক জেমাৰ কাৰ আৰু এম্বুলেন্স৷ আহিবলগীয়া ৰাষ্ট্ৰপ্রধানসকলৰ বাবে বায়ুসেনাৰ হিন্দন বিমানবন্দৰ, গাজিয়াবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক কটকটীয়া নিৰাপত্তাৰে সাজু কৰি তোলা হৈছে৷ তাৰ পৰাই নতুন দিল্লীৰ বিভিন্ন হোটেললৈ এইদৰে কনভয়ৰ দ্বাৰা লৈ অনা হ’ব ৰাষ্ট্ৰপ্ৰধানসকলক৷

অহা ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব G-20ৰ শীৰ্ষ সন্মিলন৷ ভাৰতৰ অধ্যক্ষতাত হ’বলগীয়া এই শীৰ্ষ সন্মিলনত সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি
নিয়োগ

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

August 14, 2026
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি
ভাৰত

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?
ভাৰত

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

August 14, 2026
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
Next Post
ছেপ্টেম্বৰত বক্ৰী গতিত বিচৰণ কৰিব ৩ৰাশিয়ে, হঠাতে ধন আহিব ৩ ৰাশিৰ হাতলৈ

ছেপ্টেম্বৰত বক্ৰী গতিত বিচৰণ কৰিব ৩ৰাশিয়ে, হঠাতে ধন আহিব ৩ ৰাশিৰ হাতলৈ

প্রধানমন্ত্ৰীতকৈয়ো বেছি দৰমহা লাভ কৰে মুখ্যমন্ত্ৰীয়ে! কোন ৰাজ্যৰ বিধায়কৰ দৰমহা সৰ্বাধিক?

প্রধানমন্ত্ৰীতকৈয়ো বেছি দৰমহা লাভ কৰে মুখ্যমন্ত্ৰীয়ে! কোন ৰাজ্যৰ বিধায়কৰ দৰমহা সৰ্বাধিক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.