• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অন্য লোকৰ দ্বাৰা সহজেই প্ৰতাৰিত হয় এই ৪ ৰাশিৰ ব্যক্তি

অন্য লোকৰ দ্বাৰা সহজেই প্ৰতাৰিত হয় এই ৪ ৰাশিৰ ব্যক্তি

3 years ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

15 minutes ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

3 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

3 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

4 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

5 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

6 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

6 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

7 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

7 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

8 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অন্য লোকৰ দ্বাৰা সহজেই প্ৰতাৰিত হয় এই ৪ ৰাশিৰ ব্যক্তি

editor by editor
October 6, 2023
in বিবিধ, ভাৰত, লেখা
0
অন্য লোকৰ দ্বাৰা সহজেই প্ৰতাৰিত হয় এই ৪ ৰাশিৰ ব্যক্তি
0
SHARES
8.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কোন কোন মানুহ সহজেই অন্যৰ দ্বাৰা প্ৰতাৰিত হয় জানেনে? প্ৰেমৰ সম্পৰ্কই হওক বা পেছাগত সম্পৰ্কই হওক সকলোতেই কিছুলোক প্ৰতাৰণাৰ বলি হয়। জ্যোতিষ অনুসৰি কেইটামান ৰাশিৰ জাতক বেছিকৈ প্ৰতাৰণাৰ বলি হয়। এইকেইটা জাতকৰ কোমল মনৰ সুযোগ লৈ প্ৰতাৰণা কৰে। সম্পৰ্কৰ ফালেৰেও এইসকল ব্যক্তি প্ৰতাৰণাৰ বলি হয়। জানি থওক কি কি ৰাশিৰ ব্যক্তি আটাইতকৈ বেছি প্ৰতাৰণাৰ বলি হয়।

মীন ৰাশি
অত্যন্ত দয়ালু আৰু কোমল মনৰ মানুহ মীন ৰাশিৰ জাতকসকল। এওঁলোকে সহজেই সকলোকে বিশ্বাসো কৰি লয়। এওঁলোকে সকলো সময়তে মানুহৰ ভাল গুণসমূহেই দেখা পায়। ব্যক্তিৰ বেয়া গুণ এওঁলোকৰ চকুত নপৰে। মীন ৰাশিৰ জাতকসকলে ঠগ খালেও সেই কথা বেছিদিন মনত নাৰাখে। এওঁলোকে সহজেই সকলোকে ক্ষমা কৰি দিয়ে দিয়ে।

তুলা ৰাশি
সম্পৰ্কক অত্যন্ত গুৰুত্ব দিয়ে তুলা ৰাশিৰ জাতকে। জীৱনত অহা সকলো সম্পৰ্কৰ প্ৰতিয়েই অত্যন্ত শ্ৰদ্ধাশীল হয় এই ৰাশিৰ জাতকসকল। তেওঁলোকে সকলো সমস্যা এৰাই চলিবলৈ যত্ন কৰে। শান্তি ৰক্ষাৰ বাবে বাৰে বাৰে তেওঁলোকে প্ৰতাৰণাৰ বলি হ’লেও একে ভুলেই কৰি থাকে। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেওঁলোক খুবেই দুৰ্বল সেয়ে বহুসময়ত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।

বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকসকল অত্যন্ত আত্মবিশ্বাসী। এওলোকে অন্যৰ বিশ্বাস কাহানিও ভংগ নকৰে। ইয়াৰোপৰি বিশ্বাসৰ মূল্য দিবলৈ গৈ নিজেই প্ৰতাৰণাৰ বলিও হয়। বৃষ ৰাশিৰ জাতকসকলে নিজৰ জেদৰ কাৰণেও বহুসময়ত সম্পৰ্কৰ পৰা বাহিৰলৈ ওলাই আহে। যাৰফলত নিজৰেই বহু লোকচান হয়।

কৰ্কট ৰাশি
অত্যন্ত আৱেগপ্ৰৱণ হয় কৰ্কট ৰাশিৰ জাতকসকল। যাকেই ভালপায় তেওঁকেই গভীৰভাৱে ভালপায় পেলাই এই ৰাশিৰ জাতকে। কিন্তু অন্য পক্ষৰ পৰা সেই ভালপোৱা পাইছেনে এই বিষয়টোত খুবেই কম নজৰ দিয়ে এই ৰাশিৰ জাতকে। এওঁলোকৰ ভালপোৱাৰ সুযোগ লৈয়েই বহুতে প্ৰতাৰণা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং
বিনোদন

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

October 7, 2026
Next Post
গৰ্বিত সমগ্ৰ দেশ! জাপানক হৰুৱাই এছিয়ান গেমছত স্বৰ্ণ জয় ভাৰতীয় হকী দলৰ

গৰ্বিত সমগ্ৰ দেশ! জাপানক হৰুৱাই এছিয়ান গেমছত স্বৰ্ণ জয় ভাৰতীয় হকী দলৰ

কালীপূজাৰ আগে আগেই ভাঙিব কেতু-মঙলৰ অশুভ যুঁটি! দীপাৱলীত টকাই টকা আহিব ৫ ৰাশিৰ জাতকৰ হাতলৈ

কালীপূজাৰ আগে আগেই ভাঙিব কেতু-মঙলৰ অশুভ যুঁটি! দীপাৱলীত টকাই টকা আহিব ৫ ৰাশিৰ জাতকৰ হাতলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.