• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰছত লক্ষ্মী কুবেৰৰ কৃপাত ধন উপচি পৰিব ৫ ৰাশিৰ জাতকৰ, সেই তালিকাত আপুনিও আছে নেকি?

ধনতেৰছত লক্ষ্মী কুবেৰৰ কৃপাত ধন উপচি পৰিব ৫ ৰাশিৰ জাতকৰ, সেই তালিকাত আপুনিও আছে নেকি?

3 years ago
আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

29 minutes ago
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

49 minutes ago
জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

2 hours ago
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

2 hours ago
ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

3 hours ago
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

3 hours ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

4 hours ago
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

4 hours ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

5 hours ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

6 hours ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

6 hours ago
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ধনতেৰছত লক্ষ্মী কুবেৰৰ কৃপাত ধন উপচি পৰিব ৫ ৰাশিৰ জাতকৰ, সেই তালিকাত আপুনিও আছে নেকি?

editor by editor
November 9, 2023
in Uncategorized
0
ধনতেৰছত লক্ষ্মী কুবেৰৰ কৃপাত ধন উপচি পৰিব ৫ ৰাশিৰ জাতকৰ, সেই তালিকাত আপুনিও আছে নেকি?
0
SHARES
43.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১০ নৱেম্বৰ ২০২৩ শুকুৰবাৰে চন্দ্ৰই অৱস্থান কৰিব কন্যা ৰাশিত। ১০তাৰিখে ধনতেৰছো। ধনতেৰৰ দিনটোত সকলোৱে বজাৰো কৰে। ইয়াৰোপৰি এই দিনটোত আছে প্ৰীতি যোগো। জ্যোতিষ গণনা অনুসৰি প্ৰীতিযোগত ধনতেৰচ পালিত হোৱাৰ বাবে কাল লক্ষ্মী আৰু কুবেৰৰ আশীৰ্বাদ থাকিব ৫ ৰাশিৰ জাতকৰ ওপৰত। হিন্দুধৰ্মত শুকুৰবাৰত মা লক্ষ্মীৰ প্ৰিয় দিন বুলি গণ্য কৰা হয়। ইয়াৰ সৈতে প্ৰথমে হস্তা নক্ষত্ৰ আৰু তাৰপিছত চিত্ৰা নক্ষত্ৰ পৰে। কালকৰ এই দিনটো জ্যোতিষ গণনা অনুসৰি শুভ দিন। ধনতেৰছত কোন কোন ৰাশিৰ জাতকৰ লাভৰ যোগ আছে?

কৰ্কট ৰাশি
ধনতেৰছত লক্ষ্মী আৰু কুবেৰৰ আশীৰ্বাদ থাকিব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত। বিভিন্ন সামাজিক কামত সক্ৰিয় অংশগ্ৰহণ কৰিব পাৰে কৰ্কট ৰাশিৰ জাতকে। ইয়াৰ ফলত সামাজিক সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি হ’ব। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভৰ যোগ আছে। পৰিয়ালৰ সৈতে মিলি আনন্দপূৰ্ণ সময় কটাব।

কন্যা ৰাশি
দীৰ্ঘদিনৰ আশা পূৰণ হ’ব কন্যা ৰাশিৰ জাতকৰ। জীৱনসংগীৰ সৈতে কোনো কথাত ভুল বুজাবুজি হ’ব পাৰে। কন্যা ৰাশিৰ জাতকৰ কোনোৱে এই সময়ত ধন ধাৰলৈ নিদিব। কোন কাম পাছত কৰিম বুলি পেলাই নথ’ব। অপ্ৰত্যাশিত সূত্ৰৰ পৰা অৰ্থলাভ কৰিব পাৰে।

বৃশ্চিক ৰাশি
লক্ষ্মী আৰু কুবেৰৰ কৃপাত সাফল্য লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে। এই সময়ত যি কামেই হাতত নিদিয়ক সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন প্ৰকল্পত হাত দিলে সফলতা পাব। অফিচত অনুকূল পৰিবেশে বিৰাজ কৰিব। সন্ধিয়া আপোনাৰ ঘৰৰ কোনো শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে।

মকৰ ৰাশি
পাৰিবাৰিক দায়িত্ব বাঢ়িব মকৰ ৰাশিৰ জাতকৰ। নিজৰ জীৱনত একাধিক সূত্ৰৰ পৰা আৰ্থিক উন্নতি হ’ব পাৰে। প্ৰীতি যোগৰ শুভ প্ৰভাৱত শিক্ষাক্ষেত্ৰত ভাল ফল লাভ কৰিব। কেৰিয়াৰত উন্নতিৰ একাধিক সুযোগ আহিব। প্ৰেমিকৰ পৰা উপহাৰো লাভ কৰিব পাৰে।

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকে যিসকল ৰাজনীতিৰ সৈতে যুক্ত তেওঁলোকৰ জীৱনলৈ বিশেষ সুযোগ আহিব। ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰত প্রভাৱ আৰু প্ৰতিপত্তি বাঢ়িব। নিজৰ ভায়েক ভনীয়েকৰ পৰা সহায় পাব। নতুন ব্যৱসায় আৰম্ভ কৰিলে সফলতা লাভ কৰিব। ঘৰলৈ অতিথিৰ সমাগম হ’ব। ইয়াৰ ফলত মনত আনন্দ আহিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!
Uncategorized

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

April 19, 2026
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ
Uncategorized

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

April 16, 2026
Next Post
বক্স অফিচত ছলমানৰ ৰেকৰ্ড! টাইগাৰ-৩ ৰ অগ্ৰিম আয় শুনিলে চমকি উঠিব আপুনি

বক্স অফিচত ছলমানৰ ৰেকৰ্ড! টাইগাৰ-৩ ৰ অগ্ৰিম আয় শুনিলে চমকি উঠিব আপুনি

বিগত ৩৫ দিনতেই চাৰখাৰ গাজা! হামাছক শেষ কৰিবলৈ ইজৰাইলে টাৰ্গেট কৰি লৈছে নেকি স্বাস্থ্য ব্যৱস্থাক? WHOয়ে প্ৰকাশ কৰিছে ভয়ংকৰ খবৰ

বিগত ৩৫ দিনতেই চাৰখাৰ গাজা! হামাছক শেষ কৰিবলৈ ইজৰাইলে টাৰ্গেট কৰি লৈছে নেকি স্বাস্থ্য ব্যৱস্থাক? WHOয়ে প্ৰকাশ কৰিছে ভয়ংকৰ খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.