• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫সতীৰ্থৰ মৃত্যুৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰঃ ৪টা সন্ত্ৰাসবাদী ধৰাশায়ী…

৫সতীৰ্থৰ মৃত্যুৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰঃ ৪টা সন্ত্ৰাসবাদী ধৰাশায়ী…

3 years ago
‘ঘনকান্ত গগৈৰ এনকাউণ্টাৰ দুৰ্ভাগ্যজনক, আইনবহিৰ্ভূত’

‘ঘনকান্ত গগৈৰ এনকাউণ্টাৰ দুৰ্ভাগ্যজনক, আইনবহিৰ্ভূত’

8 minutes ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

Tomorrow Horoscope: ভাগ্যই দেখুৱাব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

2 hours ago
‘আমি ট্ৰাম্পক সিপুৰীলৈ পঠাম!” মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত লাগিল পোষ্টাৰ

‘আমি ট্ৰাম্পক সিপুৰীলৈ পঠাম!” মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত লাগিল পোষ্টাৰ

3 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

ধনতেৰাছৰ পূৰ্বে সোণ নে ৰূপৰ মূল্য পালে হ্ৰাস?

3 hours ago
হাৰ্ট এটেকৰ লগতে ডিহাইড্ৰেচনৰ সমস্যা হ’ব দূৰ, যদি খায় এই ফল!

হাৰ্ট এটেকৰ লগতে ডিহাইড্ৰেচনৰ সমস্যা হ’ব দূৰ, যদি খায় এই ফল!

3 hours ago
আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

4 hours ago
হাইঠা মাটিত পৰিল! আমেৰিকাৰ Midterm নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰিলে ট্ৰাম্পে

হাইঠা মাটিত পৰিল! আমেৰিকাৰ Midterm নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰিলে ট্ৰাম্পে

4 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

মৃত্যুৰ পিছতো শান্তি পোৱা নাই ঘনকান্তই! ঘনকান্তৰ বিৰুদ্ধে নতুনকৈ জামিন বিহীন গোচৰ ৰুজু

5 hours ago
পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ

পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ

5 hours ago
কোনখন ডাকঘৰৰ আঁচনিয়ে সৰ্বাধিক সুত প্ৰদান কৰে? ক’ত সৰ্বাধিক লাভ পাব জানক

কোনখন ডাকঘৰৰ আঁচনিয়ে সৰ্বাধিক সুত প্ৰদান কৰে? ক’ত সৰ্বাধিক লাভ পাব জানক

5 hours ago
ভাৰতৰ কোনখন চহৰক দেশৰ Silicon Valley বুলি কয়? ৯৯%  লোকে নাজানে শুদ্ধ উত্তৰ

ভাৰতৰ কোনখন চহৰক দেশৰ Silicon Valley বুলি কয়? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

6 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

পুৰণি দুখ-কষ্ট শেষ! নতুন মাহত ৪ ৰাশিৰ জীৱনলৈ আহিব সুখৰ বতৰা

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

৫সতীৰ্থৰ মৃত্যুৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰঃ ৪টা সন্ত্ৰাসবাদী ধৰাশায়ী…

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাৰ কেইবাটাও গোটে

editor by editor
December 23, 2023
in Uncategorized
0
৫সতীৰ্থৰ মৃত্যুৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰঃ ৪টা সন্ত্ৰাসবাদী ধৰাশায়ী…
0
SHARES
208
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ৰাজৌৰী আৰু পুঞ্চ চেক্টৰত ৫গৰাকীকৈ সতীৰ্থ মৃত্যুৰ প্ৰত্যুত্তৰ দিলে ভাৰতীয় সেনাই।  যোৱা প্ৰায় দুদিন ধৰি ধাৰাবাহিকভাৱে চলি থকা সন্ত্ৰাসবাদীবিৰোধী অভিযানত শেহতীয়াকৈ সেনাই লাভ কৰিছে বিশেষ সফলতা। সেনাৰ অভিযানত শেহতীয়াকৈ মৃত্যু হৈছে ৪টা সন্ত্ৰাসবাদী।  পাকিস্তানৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিব বিচৰাৰ সময়তে ভাৰতীয় সেনাৰ গুলীত নিহত হয় সন্ত্ৰাসবাদীকেইটাৰ।

ইফালে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাৰ কেইবাটাও গোটে। সেনাৰ এই সফলতাৰ মাজতে সন্ত্ৰাসবাদীৰ আন এক কূটাঘাটমূলক কাৰ্যত নিহত হৈছে দুগৰাকী স্থানীয় লোক। জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। গভীৰ নিশা সন্ত্ৰাসবাদীয়ে জন্মু-কাশ্মীৰৰ সেনাৰ চাউনীত অগ্নিসংযোগ কৰাৰ ফলতে নিহত হয় এই লোককেইজনৰ।

 

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
অনুষ্কাই ফোনতে দিলে GOOD NEWS!  বিদেশৰ পৰা দৌৰি আহিল বিৰাট…

অনুষ্কাই ফোনতে দিলে GOOD NEWS! বিদেশৰ পৰা দৌৰি আহিল বিৰাট...

এদিনতে ৪০০ৰ সীমা পাৰঃ কৰোনা এনেকৈ থাকিলে পুনৰ হ’ব লকডাউন…

এদিনতে ৪০০ৰ সীমা পাৰঃ কৰোনা এনেকৈ থাকিলে পুনৰ হ'ব লকডাউন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.