• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম এতিয়া চেলিব্ৰেছন মুডত আছে, কাইলৈ ৰাহুল গান্ধীক ৰেলী কেনছেলৰ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম এতিয়া চেলিব্ৰেছন মুডত আছে, কাইলৈ ৰাহুল গান্ধীক ৰেলী কেনছেলৰ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

2 years ago
আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

28 minutes ago
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

48 minutes ago
জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

2 hours ago
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

2 hours ago
ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

3 hours ago
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

3 hours ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

4 hours ago
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

4 hours ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

5 hours ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

6 hours ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

6 hours ago
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসম এতিয়া চেলিব্ৰেছন মুডত আছে, কাইলৈ ৰাহুল গান্ধীক ৰেলী কেনছেলৰ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

editor by editor
January 21, 2024
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
অসম এতিয়া চেলিব্ৰেছন মুডত আছে, কাইলৈ ৰাহুল গান্ধীক ৰেলী কেনছেলৰ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
0
SHARES
251
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অসমত কি কি নীতি নিয়ম মানি চলা হ’ব সেই বিষয়ে সংবাদমেল যোগে বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ দিনা ৰাহুল গান্ধীক ৰোড শ্ব’ কেনছেল কৰিবলৈ কৈ মুখ্যমন্ত্ৰীয়ে ক’লে কেইবাটাও কথা।

‘আমি আৱতৰীয়া দেৱালী নকৰো, যথাসম্ভৱ যি পাৰে কৰিব। সন্ধিয়া চাকি এগছ জ্বলাব পাৰে। আইমাতৃসকলে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ পাছত অলপ নাম কীৰ্তন কৰিবলৈ চেষ্টা কৰিব। মুঠতে ৪টা অনুৰোধ আছে। শিক্ষানুষ্ঠানসমূহ অৰ্ধছুটী দিয়া হ’ব। অন্যান্য কাৰ্যালয় ৪বজাৰ পাছত খুলিব। ব্যক্তিগত খণ্ডৰ সকলেও প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ছোৱাত অলপ সময় বন্ধ দিলে আমি ভালপাম।

ইছলাম ধৰ্মাৱলম্বী লোক বা খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকেও যাতে স্পেছিয়েল প্ৰে এটা কৰে সেই বিষয়েও অনুৰোধ জনাম। ইছলাম ধৰ্মাৱলম্বীসকলেও এবাৰ দোৱা প্ৰাৰ্থনা কৰি দিব কাৰণ এয়া ভাৰতীয় সভ্যতাৰ বিজয়। এয়া ধৰ্মৰ বিজয় নহয়। বাবৰ এক অপশক্তিয়ে, নিজৰ ধৰ্মৰো তেওঁ প্ৰতিষ্ঠাতা নহয়। ভাৰতৰ জাতি ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে এই দিনটোত প্ৰাৰ্থনা কৰক। কাইলৈ হয়তো বহুতে আৱতৰীয়া দিপাৱলী পালন কৰিবলৈ আহিব, সেয়ে মই জিলা আয়ুক্তক নিৰ্দেশ দিছো যাতে স্পৰ্শকাতৰ এলেকাত আৰক্ষীৰ পেট্ৰলিং থাকে। ছেনচিটিভ এলেকাৰ ৰাইজে সমদল নকৰিব। কংগ্ৰেছে কাইলৈ মৰিগাওঁ, জাগীৰোড আদিত ৰাহুলে ৰোড শ্ব’ নকৰাই ভাল। কাৰণ এই এলেকাত এটা ধৰ্মৰ মানুহ এই ৰেলীলৈ ওলাই আহিলে পৰিবেশ বিঘ্নিত হ’ব। কাইলৈ হিন্দু মানুহৰ মনবোৰ বেয়া হৈ থাকিব সেয়ে তেওঁ কাইলৈ এই শ্ব’ কেনছেল কৰিবলৈকে মই ৰিকুৱেষ্ট কৰিম। এদিন ৰেষ্ট লওক। অসমৰ অক্সিজেন লওক। বটদ্ৰৱাক ৰাম মন্দিৰৰ মাজলৈ প্লীজ লৈ নাহিব। কাইলৈ দিনটো ৰৈ দিলে অসমৰ মানুহ কৃতজ্ঞ হ’ব।

নেশ্ব্যনেল মিডিয়াৰ আগত অসমৰ পৃথক ৰূপ এটা দেখুৱাই নিদিলে আমি ভালপাম। আপুনি কিয় নেলীৰ দৰে ছেনছিটিভ এলেকাত যাব লাগে? কিয় এইবোৰ এলেকাত গৈ দুৰ্যোগ চপাই ল’ব লাগে। কিবা এটা হ’লে নেশ্ব্যনেল মিডিয়াই ৰাম মন্দিৰৰ প্ৰগ্ৰাম এৰি এই নিউজ চলাবলৈ বাধ্য হৈ পৰিব। অসম এতিয়া চেলিব্ৰেছন মুডত আছে। ৰাহুল গান্ধী ভুটানৰ ৰজা নেকি? মই মহিলাক ফৰ্ম দিছো কংগ্ৰেছীৰ প্ৰবলেম। ৰাহুল আহিব বুলি চৰকাৰী প্ৰগ্ৰাম বন্ধ কৰি দিম নেকি? আৰে ভাই এতিয়া মই ৰাহুলৰ মিটিঙৰ বাবেও মানুহ যোগান ধৰিব লাগিব। এতিয়া মই সকলোবোৰ কামাণ্ডোক তাত নমাই দিব লাগিব। চেলিব্ৰেছনৰ সময়ত এইবোৰ ভাল লাগে নেকি? মোৰেই মূৰটো গৰম কৰিবলৈ তাত গৈছে। মই কিমান কৰিম আৰু, সহায় কৰাৰো এটা লিমিট আছে। মোৰ কালি বেলেগ কাম আছিল, কালিৰ দিনটোতেই মৰিগাওঁ, নেলী যাবলৈ কিহে পাইছে? ভগৱানে কৰক একো নহয়, আছামৰ মানুহ মেছিবৰ্ড, তথাপিও মইতো ৰিক্স ল’ব নোৱাৰো। মই সেয়ে ৰিকুৱেষ্ট কৰিছো, কিন্তু মোকেই গালি দি দিয়ে। মূৰত কথাটো মাথাত সোমোৱাই নাছিল কালি নেশ্ব্যনেল নিউজ দেখিহে কথাটো ভাৱিছো। তেওঁলোকে হেডলাইন দিছে, মোদীয়ে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে আনফালে শংকৰদেৱৰ জন্মস্থানত ৰাহুল। আমিতো তেওঁক সত্ৰলৈ মতা নাই। আৰে আহিবলৈ বহুত সময় আছে, আহক, আমিতো বেয়া নাপাও। মই তেওঁৰ মিটিঙত মানুহ আহিলে বেয়া নাপাও। গুৱাহাটী পাৰ হ’লেতো মানুহে মানুহ পাব এতিয়াই ইমান খৰধৰ কিয়?

মুছলমান সমাজক আমি বহুত দিছো। গিৰীয়েকে বাধা নিদিলে মুছলমান মহিলাই আমাকেই ভোট দিব। এই চৰকাৰে মুছলমান মহিলাৰ কাৰণেই বেছি কাম কৰিছে। গাৰ্লছ কলেজ খোলা, বাল্য বিবাহ বন্ধ কৰা আদিতো আমিয়ে কৰিছো। মই মিঞা ক’লে বেয়া পাই, শ্বেৰমানে মোক নিজেই মিঞা বুলি ক’বলৈ কয়। মিঞা মাতৃ আৰু ছোৱালী মোৰেই পাৰ্টনাৰ। মোক চুমা দিয়াৰ পৰা আশীৰ্বাদলৈকে সকলো দিয়ে। মেডিকেল কলেজ থকাৰ বাবে মই গুৱাহাটীৰ এটা ৰাস্তা সলাবলৈ কৈছো। নেশ্ব্যনেল হাইৱেৰে যাওক। হাইৱে গুৱাহাটীৰ বাহিৰত নেকি? কংগ্ৰেছৰ ভালৰ কাৰণে মই সিঁহতক অলপ এডভাইছ দিছো। এনেকৈ কৰিলে আৰু ভোট নাপাব। মইতো পুলিছ লগাই তামাচা নকৰো ডাইৰেক্ট কেছ ৰেজিষ্টাৰ কৰিম। দেওবাৰ হ’লে মই যাব দিলো হয়। কংগ্ৰেছে ইমান দিন হিমন্ত বিশ্ব শৰ্মাক ভয় কৰিছিল এতিয়া মোৰ বাচ্ছাকো ভয় কৰে। মোৰ বাচ্ছা দুটাতো ৰাজনীতিত নাহে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ
জীৱনশৈলী

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

May 14, 2026
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট
জীৱনশৈলী

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

May 14, 2026
জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

May 14, 2026
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?
জীৱনশৈলী

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

May 14, 2026
Next Post
ভূপেন বৰাৰ নাকত বিজেপি কৰ্মীৰ প্ৰচণ্ড ঘোঁচা! ভূপেন বৰাই ক’লে, ‘আমি এই আক্ৰমণৰ হিচাপ আমি লম’

ভূপেন বৰাৰ নাকত বিজেপি কৰ্মীৰ প্ৰচণ্ড ঘোঁচা! ভূপেন বৰাই ক’লে, 'আমি এই আক্ৰমণৰ হিচাপ আমি লম’

‘জয় শ্ৰী ৰাম’ শুনিয়েই মেজাজ হেৰুৱাইছে, দায়িত্ব পালে দেশ কেনেকৈ চলাব? ৰাহুললৈ প্ৰশ্ন বিজেপি IT চেলৰ প্ৰধান অমিত মালব্যৰ

'জয় শ্ৰী ৰাম’ শুনিয়েই মেজাজ হেৰুৱাইছে, দায়িত্ব পালে দেশ কেনেকৈ চলাব? ৰাহুললৈ প্ৰশ্ন বিজেপি IT চেলৰ প্ৰধান অমিত মালব্যৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.