• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজনীতিৰ বোকাময় পথাৰ চাফা কৰিম…ৰূপালী পৰ্দাৰ হিৰ’ থলপতি বিজয়ে খুলিলে নতুন ৰাজনৈতিক দল

ৰাজনীতিৰ বোকাময় পথাৰ চাফা কৰিম…ৰূপালী পৰ্দাৰ হিৰ’ থলপতি বিজয়ে খুলিলে নতুন ৰাজনৈতিক দল

3 years ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

4 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

6 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

6 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

7 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

7 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

9 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

9 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

10 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

10 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

10 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

11 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাজনীতিৰ বোকাময় পথাৰ চাফা কৰিম…ৰূপালী পৰ্দাৰ হিৰ’ থলপতি বিজয়ে খুলিলে নতুন ৰাজনৈতিক দল

editor by editor
February 2, 2024
in জীৱনশৈলী, বিনোদন, ৰাজনীতি
0
ৰাজনীতিৰ বোকাময় পথাৰ চাফা কৰিম…ৰূপালী পৰ্দাৰ হিৰ’ থলপতি বিজয়ে খুলিলে নতুন ৰাজনৈতিক দল
0
SHARES
824
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এইবাৰ ৰাজনীতিত ভৰি থৈছে তামিল অভিনেতা থলপতি বিজয়ে৷ প্ৰকাশ কৰিলে নিজৰ ৰাজনৈতিক দলৰ নাম৷ বিজয়ে নিজৰ দলৰ নাম দিলে ‘তামিলগা ভেট্ৰি কাজগাম’৷ ইয়াৰোপৰি এক বিবৃতিত বিজয়ে জনাইছে, ‘২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো৷ এই নিৰ্বাচনত মই কোনো দলক সমৰ্থনো নজনাও৷ সাধাৰণ আৰু কাৰ্যনিৰ্বাহী পৰিষদে এই সিদ্ধান্ত লৈছো৷’

দলৰ কামক প্ৰভাৱিত নকৰাকৈ আসন্ন ছবিৰ কাম সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লৈছে৷ বিজয়ৰ মতে, জনসেৱাৰ মাধ্যমেৰে ৰাজনীতিত নিজক নিয়োজিক কৰিব৷ ইয়াৰোপৰি তামিলনাডুৰ জনগণৰ প্ৰতি কৃতজ্ঞতাও প্ৰকাশ কৰিছে বিজয়ে৷ বিজয়ে কয়, ‘তামিলগা ভেট্ৰি কাজগাম’ৰ ৰেজিষ্ট্ৰেছনৰ বাবে আৱেদন জনোৱা হৈছে৷ নিৰ্বাচন কমিছনলৈ আমি আমাৰ আৱেদন প্ৰেৰণ কৰিছো৷ লক্ষ্য আসন্ন ২০২৬ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰা৷ ইয়াৰ সৈতে মৌলিক ৰাজনৈতিক পৰিবৰ্তনো আহিব পাৰে যি জনগণই বিচাৰে৷ ৰাজনীতি কেতিয়াও এক পেছা হ’ব নোৱাৰে, ৰাজনীতি পবিত্ৰ সেৱা৷ তামিলগা ভেট্ৰি কাজগামৰ আক্ষৰিক অৰ্থ হৈছে তামিলনাডু বিজয় দল৷’ দলৰ নাম ঘোষণাৰ পাছতেই বিজয়ৰ নতুন দলৰ বাবে অভিনন্দন জনাইছে অনুৰাগীয়ে৷ কিছুদিন ধৰি জল্পনা চলিছিল অভিনেতা বিজয়ে ৰাজনীতিৰ ময়দানত প্ৰৱেশ কৰিব৷ পূৰ্বেও তামিলনাডুৰ অভিনয়ৰ জগতৰ পৰা বহু তাৰকা ৰাজনীতিত প্ৰৱেশ কৰিছে৷ তেওঁলোকৰ মাজতেই আছে এম জি ৰামচন্দ্ৰন, জয়ললিতা আদি৷

দক্ষিণী ছুপাৰষ্টাৰ বিজয়েও কেইবা বছৰ ধৰি ইণ্ডাষ্ট্ৰীত ভাল ভাল অভিনয়েৰে সুনাম কঢ়িয়াই আনিছে৷ তেওঁৰ অভিনয়ৰ বাবে ফেন ফলৱাৰ্ছৰ সংখ্যাও বহু আছে৷ বহুতৰে মতে বিজয়ৰ জনপ্ৰিয়তা ৰজনীকান্তৰ পাছতেই আছে৷ বিজয়ৰ ছবি বুলিলেই ৰিলিজৰ অপেক্ষাত থাকে ভক্তসকল৷ ৰিলিজৰ পাছতেই পেক্ষাগৃহৰ সন্মুখত ভক্তৰ লানি নিছিগা সোঁতো বয়৷ মূলত তামিল ছবিতেই অভিনয় কৰিছে বিজয়ে৷ কেৱল দক্ষিণী ছবিত অভিনয় কৰিলেও তামিলনাডুৰ বাহিৰতো আছে তেওঁৰ জনপ্ৰিয়তা৷ জনপ্ৰিয়তা থাকিলেও অৱশেষত ৰূপালী পৰ্দাৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি থৈছে অভিনেতা বিজয়ে৷ নিৰ্বাচন কমিছনলৈ যোৱাৰ পূৰ্বে পৰিষদীয় দলৰ বৈঠকো আয়োজন কৰিছিল বিজয়ে৷ সেই বৈঠকত উপস্থিত আছিল প্ৰায় ২০০ জন সদস্য৷ বিজয় এই সভাৰ সভাপতি আছিল৷ দলৰ সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষও নিযুক্তি দিয়া হৈছে৷ ইয়াৰোপৰি গঠন কৰা হৈছে দলৰ কাৰ্যনিৰ্বাহক কমিটিও৷ সূত্ৰৰ খবৰ অনুসৰি কাৰ্যনিৰ্বাহকৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে বিজয়কেই৷ বিজয়ে এই সন্দৰ্ভত কয়, ‘মই এনে এখন চৰকাৰৰ পৰিপন্থী য’ত দুৰ্নীতিৰ কোনো নাম গোন্ধই নাথাকিব৷ এই চৰকাৰ হ’ব লাগিব দুৰ্নীতিমুক্ত, ধৰ্মনিৰপেক্ষ আৰু প্ৰগতিশীল৷ আমি ধৰ্মীয় বৈষম্য, বৰ্ণ বিভাজন আৰু দুৰ্নীতিগ্ৰস্থ চৰকাৰৰ একেবাৰেই অৱসান ঘটাব বিচাৰিয়েই নতুন যাত্ৰা আৰম্ভ কৰিছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?
বিনোদন

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

September 16, 2026
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম
জীৱনশৈলী

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

September 16, 2026
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন
ভাৰত

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

September 16, 2026
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম
বিনোদন

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

September 16, 2026
Next Post
মুছলমান পক্ষলৈ ধাক্কা! জ্ঞানবাপী মছজিদক বেছমেণ্টৰ পুজাৰ অনুমতি বাহাল ৰাখিলে এলাহবাদ হাইকৰ্টে

মুছলমান পক্ষলৈ ধাক্কা! জ্ঞানবাপী মছজিদক বেছমেণ্টৰ পুজাৰ অনুমতি বাহাল ৰাখিলে এলাহবাদ হাইকৰ্টে

১১,৬০০ কোটি টকাৰ প্ৰকল্প, অসমলৈ আহি অসমবাসীক মোদীয়ে দি গ’ল মেটমৰা উপহাৰ

১১,৬০০ কোটি টকাৰ প্ৰকল্প, অসমলৈ আহি অসমবাসীক মোদীয়ে দি গ’ল মেটমৰা উপহাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.