• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১,৬০০ কোটি টকাৰ প্ৰকল্প, অসমলৈ আহি অসমবাসীক মোদীয়ে দি গ’ল মেটমৰা উপহাৰ

১১,৬০০ কোটি টকাৰ প্ৰকল্প, অসমলৈ আহি অসমবাসীক মোদীয়ে দি গ’ল মেটমৰা উপহাৰ

3 years ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

1 hour ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

2 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

2 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

2 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

3 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

4 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

4 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

13 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

15 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

16 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

16 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

১১,৬০০ কোটি টকাৰ প্ৰকল্প, অসমলৈ আহি অসমবাসীক মোদীয়ে দি গ’ল মেটমৰা উপহাৰ

editor by editor
February 4, 2024
in অসম, গুৱাহাটী, ৰাজনীতি
0
১১,৬০০ কোটি টকাৰ প্ৰকল্প, অসমলৈ আহি অসমবাসীক মোদীয়ে দি গ’ল মেটমৰা উপহাৰ
0
SHARES
730
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমবাসীয়ে মেটমৰা উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। খানাপাৰাৰ পৰা কেইবাটাও বৃহৎ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ১১,৬০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প মুকলি কৰিলে প্রধানমন্ত্ৰী মোদীয়ে। বিজুলীৰ বিল শূণ্য কৰিবলৈ বিজেপি চৰকাৰ আগবাঢ়িছে বুলি খানাপাৰাৰ পৰা বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। এই প্ৰকল্পই অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহকো সংযোগ কৰিব।

পৰ্যটন আৰু স্বাস্থ্যৰ দিশতো বিকশিত হ’ব অসম বুলি ভাষণত উল্লেখ প্রধানমন্ত্ৰী মোদীৰ। মোদীয়ে ভাষণত লগতে কয়, ‘মা কামাখ্যা উত্তৰ পূবৰ পৰ্যটনৰ প্ৰৱেশ দুৱাৰ হৈ পৰিব। এতিয়া ভাৰতৰ স্থিতি সলনি হৈছে। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে সকলোতে উন্নয়ন কৰি গৈছে। বিগত ১০ বছৰত কলেজ, হাস্পতাল নিৰ্মাণত অভিলেখ গঢ়িছে চৰকাৰে। বিজেপি চৰকাৰৰ পূৰ্বে অসমত মাত্ৰ ৬ খন মেডিকেল কলেজ আছিল। বিজেপি চৰকাৰ অহাৰ পাছত ৰাজ্যত ১২খন মেডিকেল কলেজ স্থাপন কৰা হ’ল। আমি ৪ কোটি নাগৰিকক পকী ঘৰ দিছো। আমি ঘৰে ঘৰে পানী আৰু বিজুলী দিয়াৰ চেষ্টা কৰিছোঁ। উজ্বলা আঁচনিৰ জৰিয়তে আমি মহিলাক সকাহ দিছো। দেশত নিবনুৱাই সংস্থাপন লাভ কৰিছে।

এতিয়া দেশৰ সকলোৱে অধিক উপাৰ্জন কৰিব পৰা হৈছে। ঐতিহাসিক স্থান সংৰক্ষণ কৰিবৰ বাবে বিজেপি চৰকাৰে কাম কৰিছে। এই ক্ষেত্ৰত অসমে বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব। বিজেপি চৰকাৰে অসমৰ বিকাশত হ’বলগীয়া খৰচ ৪% বৃদ্ধি কৰিলে। বিগত ১০ বছৰত আমি ৬০০০ কিঃমিঃ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিলো। মোদীৰ গ্যেৰাণ্টী মানেই কাম সম্পূৰ্ণ কৰাৰ গ্যেৰাণ্টী। মোদীয়ে মহিলা, শিশু, নিবনুৱাক সহায় কৰাৰ প্ৰতিশ্ৰতি দিছে। বাজেটত চৰকাৰে আন্তঃগাঁথনিৰ নামত ১১ লাখ কোটি টকা ধাৰ্য কৰিছে। ২ কোটি মহিলাক লাখপতি দিদি বনোৱাৰ প্ৰতিশ্ৰুতি দিছিলো, এতিয়ালৈ আমি ১ কোটি মহিলাক লাখপতি দিদি কৰিছো। অংগনবড়ী আৰু আশাকৰ্মী সকলকো অৰুণোদয় আঁচনিৰ অধীনত সামৰি লোৱা হৈছে।’অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অসমীয়াৰ আতিথ্য লাভ কৰি তেওঁ অতিকৈ সুখী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি
অসম

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

September 16, 2026
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

September 15, 2026
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ
অসম

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

September 15, 2026
Next Post
৩০ বছৰ পাছত কুম্ভ শনি-শুক্ৰ-সূৰ্যৰ যুঁটি! ৩ৰাশিৰ জাতকৰ জীৱনত সাফল্য আহিবই

৩০ বছৰ পাছত কুম্ভ শনি-শুক্ৰ-সূৰ্যৰ যুঁটি! ৩ৰাশিৰ জাতকৰ জীৱনত সাফল্য আহিবই

শান্ত লাডাখত হঠাৎ কি হৈছে? তুষাৰে ঢাকি থোৱা পদপথত হাজাৰ হাজাৰ মানুহৰ বিক্ষোভ

শান্ত লাডাখত হঠাৎ কি হৈছে? তুষাৰে ঢাকি থোৱা পদপথত হাজাৰ হাজাৰ মানুহৰ বিক্ষোভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.