• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুছলমান পক্ষলৈ ধাক্কা! জ্ঞানবাপী মছজিদক বেছমেণ্টৰ পুজাৰ অনুমতি বাহাল ৰাখিলে এলাহবাদ হাইকৰ্টে

মুছলমান পক্ষলৈ ধাক্কা! জ্ঞানবাপী মছজিদক বেছমেণ্টৰ পুজাৰ অনুমতি বাহাল ৰাখিলে এলাহবাদ হাইকৰ্টে

3 years ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

37 minutes ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

55 minutes ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

1 hour ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

2 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

3 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

3 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

4 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

12 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

15 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

15 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

15 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মুছলমান পক্ষলৈ ধাক্কা! জ্ঞানবাপী মছজিদক বেছমেণ্টৰ পুজাৰ অনুমতি বাহাল ৰাখিলে এলাহবাদ হাইকৰ্টে

editor by editor
February 2, 2024
in ভাৰত, ৰাজনীতি, শিক্ষা
0
মুছলমান পক্ষলৈ ধাক্কা! জ্ঞানবাপী মছজিদক বেছমেণ্টৰ পুজাৰ অনুমতি বাহাল ৰাখিলে এলাহবাদ হাইকৰ্টে
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এলাহবাদ উচ্চ ন্যায়ালয়ত ডাঙৰ ধাক্কা মুছলমান পক্ষৰ৷ জিলা আদালতৰ ৰায়ৰ পাছতেই উচ্চ ন্যায়ালয়ত মুখথেকেচা খালে মুছলমান পক্ষই৷ ৬ফেব্ৰুৱাৰী পৰ্যন্ত পূজা চলিবই৷ তাৰ পূৰ্বে কোনোৱে পূজা বন্ধ কৰিব নোৱাৰে৷ নিম্ন আদালতৰ ৰায় বাহাল থাকিব বুলি জনাইছে এলাহবাদ হাইকৰ্টে৷ পৰবৰ্তী শুনানি হ’ব ৬তাৰিখে৷ তেতিয়ালৈকে মছজিদৰ বেছমেণ্টত পূজা অব্যাহত থাকিব৷

জ্ঞানবাপীৰ ব্যাস বেছমেণ্টত পূজা আৰম্ভণিৰ বিৰুদ্ধে এলাহবাদ হাইকৰ্টত পিটিশ্ব্যন দাখিল কৰিছিল মছজিদ কমিটিয়ে৷ কিন্তু হাইকৰ্টৰ ৰায় মুছলমান পক্ষলৈ নাহিল৷ পৰবৰ্তী শুনানি হ’ব অহা ৬ফেব্ৰুৱাৰীত৷ তেতিয়ালৈকে তেহখানাত নিম্ন আদালতে দিয়া পূজাৰ অনুমতিয়েই বাহান থাকিব৷ ৬ ফেব্ৰুৱাৰীত বাৰাণসী জিলা আদালতৰ পৰা ASI ৰিপৰ্টৰ শুনানি হ’ব৷ ইয়াৰোপৰি উত্তৰপ্ৰদেশ চৰকাৰক এই স্থান সংৰক্ষণ কৰিবলৈকো নিৰ্দেশ দিছে হাইকৰ্টে৷ ইয়াৰোপৰি কোনো ধৰণৰ ক্ষতি বা নৱনিৰ্মাণ নকৰিবলৈকো নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে৷

আদালতে মুছলমান পক্ষক প্ৰশ্ন কৰিছিল, ‘কালেক্টৰক ৰিছিভাৰ নিযুক্ত কৰাৰ সময়ত কিয় মুছলমান পক্ষই প্ৰতিবাদ নকৰিলে?’ মছজিদ কমিটিক আপিল সংশোধন কৰি জিলা ন্যায়াধীশৰ ১৭ জানুৱাৰীৰ আদেশক চেলেঞ্জ জনাবলৈকো কোৱা হৈছে৷ প্ৰকৃতপক্ষে ১৭ জানুৱাৰীৰ আদেশত ব্যস তেহখানাত ৰিছিভাৰ নিযুক্ত কৰা হৈছিল৷ ইয়াৰোপৰি আদালতে উত্তৰপ্ৰদেশ চৰকাৰক আইন শৃংখলা ৰক্ষাৰ নিৰ্দেশ দিছিল৷ বিগত ১৭ জানুৱাৰীত, বাৰাণসীৰ জিলা মেজিষ্ট্ৰেটক জ্ঞানবাপী মছজিদৰ দক্ষিণ ভাগৰ ৰিছিভাৰ নিযুক্তি দিছিল আদালতে৷

গোচৰৰ শুনানি দিয়া ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰৱালাক মছজিদ কমিটিৰ অধিবক্তাক প্রশ্ন কৰিছিল, ‘কিয় আপুনি ১৭ জানুৱাৰীত ৰিছিভাৰ নিয়োগৰ আদেশৰ বিৰুদ্ধে চেলেঞ্জ নকৰিলে?’ বাৰাণসী আদালতৰ ৰায়ৰ পাছতেই বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা জ্ঞানবাপীৰ পৰিসৰত পূজা আৰম্ভ হয়৷ বহু মানুহেই জ্ঞানবাপীৰ বেছমেণ্টত পূজা কৰিবলৈ যাত্ৰা কৰিছে৷ এই কথাৰেই প্ৰতিবাদত এলাহবাদ হাইকৰ্টৰ কাষ চাপিছিল মুছলমান পক্ষ৷ বিশ্বনাথ মন্দিৰৰ প্ৰধান পুৰোহিত ওম প্ৰকাশ মিশ্ৰ আৰু গণেশ্বৰ দ্ৰাবিড় যিয়ে অযোধ্যাৰ ৰামলালাৰ মূৰ্তি প্ৰতিষ্ঠাৰ সময়তো উপস্থিত হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

September 16, 2026
UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
Next Post
১১,৬০০ কোটি টকাৰ প্ৰকল্প, অসমলৈ আহি অসমবাসীক মোদীয়ে দি গ’ল মেটমৰা উপহাৰ

১১,৬০০ কোটি টকাৰ প্ৰকল্প, অসমলৈ আহি অসমবাসীক মোদীয়ে দি গ’ল মেটমৰা উপহাৰ

৩০ বছৰ পাছত কুম্ভ শনি-শুক্ৰ-সূৰ্যৰ যুঁটি! ৩ৰাশিৰ জাতকৰ জীৱনত সাফল্য আহিবই

৩০ বছৰ পাছত কুম্ভ শনি-শুক্ৰ-সূৰ্যৰ যুঁটি! ৩ৰাশিৰ জাতকৰ জীৱনত সাফল্য আহিবই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.