• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জয়ছোৱাল

জয়ছোৱালৰ ছিক্সাৰৰ অভিলেখ, ভাৰতৰ বিজয়ৰ অভিলেখ

3 years ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

1 hour ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

2 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

2 hours ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

2 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

3 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

3 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

4 hours ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

4 hours ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

5 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

6 hours ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

7 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

জয়ছোৱালৰ ছিক্সাৰৰ অভিলেখ, ভাৰতৰ বিজয়ৰ অভিলেখ

editor by editor
February 18, 2024
in ক্ৰীড়া
0
জয়ছোৱাল
0
SHARES
465
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰায় ২১ বছৰৰ টেষ্ট ক্ৰিকেটৰ অভিজ্ঞতাপুষ্ট জেমছ এণ্ডাৰছনৰ বলত ২২ বছৰীয়া জয়ছোৱালৰ একেৰাহে তিনিটা ছিক্সাৰ। ২০২৩ চনত টেষ্ট অভিষেক ঘটা যশস্বী জয়ছোৱালৰ সপ্তমখন টেষ্ট। সপ্তমখন টেষ্টতে দ্বিতীয়টো দ্বিশতকেৰে উমান দিছে ভৱিষ্যৎ ক্ৰিকেটত আধিপত্য বিস্তাৰৰ। অভিষেক টেষ্টতে শতক অৰ্জন কৰা জয়ছোৱালে কেৰিয়াৰৰ সপ্তম টেষ্টতে গৰাকী হয় কেইবাটাও অভিলেখৰ।
ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ তৃতীয় দিনা শতক অৰ্জন কৰি ১০৪ ৰানৰ ব্যক্তিগত স্ক’ৰত আঘাতৰ বাবে বেটিং এৰিবলৈ বাধ্য হয় জয়ছোৱাল। চতুৰ্থ দিনা কুলদ্বীপ যাদৱ আৰু শুভমন গীলে ভাৰতৰ দ্বিতীয় ইনিংছ পুনৰাৰম্ভ কৰে। ৯১ ৰানৰ ইনিংছ খেলা গীল দুৰ্ভাগ্যজনকভাৱে ৰান আউট হোৱাৰ পাছতে পুনৰ ক্ৰীজলৈ আহে যশস্বী জয়ছোৱাল। ড্ৰেছিং ৰূমতেই সাজু হৈ অহা জয়ছোৱালে লয় আক্ৰমণাত্মক ৰূপ। দলীয় স্ক’ৰবোৰ্ডত ১২ ৰান যোগ হোৱাৰ পাছতেই পেভিলিয়নমুখী হয় কুলদ্বীপ যাদৱ। জয়ছোৱালক সংগ দিবলৈ আহে ভাৰতীয় টেষ্ট ক্ৰিকেটৰ নৱতম চাঞ্চল্য ছৰফৰাজ খান।
অভিষেক টেষ্টৰ প্ৰথম ইনিংছত অৰ্ধশতকীয় ইনিংছ খেলি ৰান আউট হোৱা ছৰফৰাজে দ্বিতীয় ইনিংছতো অৰ্জন কৰে অপৰাজিত অৰ্ধশতক। ক্ৰীজৰ উভয় দিশৰ পৰা ভাৰতীয় যুৱশক্তিয়ে ভাঙি গ’ল ইংৰাজ বলাৰৰ অহংকাৰ। টেষ্ট ক্ৰিকেটত এদিনীয়াৰ সোৱাদ দি জয়ছোৱালে প্ৰহাৰ কৰি গ’ল উইকেটৰ চাৰিওদিশে। ২১৪ ৰানৰ ইনিংছটোত ১২ টা ছিক্সাৰ কোবাই জয়ছোৱালে স্পৰ্শ কৰে এটা টেষ্ট ইনিংছত সৰ্বাধিক ছিক্স কোবোৱা ৱাছিম আক্ৰামৰ অভিলেখ। আনহাতে, চলিত শৃংখলাত এইপৰ্যন্ত মুঠ ২২ টা ছিক্সাৰেৰে জয়ছোৱাল এটা টেষ্ট শৃংখলাত সৰ্বাধিক ছিক্সাৰ কোবোৱা বিশ্বাভিলেখৰ গৰাকী হয়।
তৃতীয় টেষ্টত ইংলেণ্ডক ৫৫৭ ৰানৰ লক্ষ্য বান্ধি দি ভাৰতে দলটোক মাত্ৰ ১২২ ৰানত সীমাবদ্ধ ৰাখি ৪৩৪ ৰানৰ বিশাল ব্যৱধানত জয়ী হয়। দ্বিতীয় ইনিংছত ভাৰতৰ হৈ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই পাঁচটা উইকেট দখল কৰে। টেষ্ট ক্ৰিকেট ইতিহাসত ভাৰতৰ এয়া সৰ্ববৃহৎ জয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ind vs engRavindra Jadejateam indiayashasvi jaiswal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট
বিনোদন

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

September 18, 2026
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়
বিনোদন

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

September 15, 2026
Next Post
কোহলী

'পোহৰে স্পৰ্শ কৰা সকলোতে আমাৰ ৰাজত্ব', ওপজিয়েই সামাজিক মাধ্যম দখল জুনিয়ৰ কোহলীৰ

দাদাচাহেব ফাল্কে

ঘোষণা হ'ল দাদাচাহেব ফাল্কে চলচ্ছিত্ৰ বঁটা; 'জৱান', 'এনিমেল'ৰ দপদপনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.