• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দাদাচাহেব ফাল্কে

ঘোষণা হ’ল দাদাচাহেব ফাল্কে চলচ্ছিত্ৰ বঁটা; ‘জৱান’, ‘এনিমেল’ৰ দপদপনি

3 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

45 minutes ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

1 hour ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

2 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

3 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

4 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

4 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

5 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

6 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

6 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

7 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ঘোষণা হ’ল দাদাচাহেব ফাল্কে চলচ্ছিত্ৰ বঁটা; ‘জৱান’, ‘এনিমেল’ৰ দপদপনি

editor by editor
February 21, 2024
in চিনেমা
0
দাদাচাহেব ফাল্কে
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মঙলবাৰে অনুস্থিত হয় দাদাচাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱ বঁটা প্ৰদান অনুষ্ঠান। ২০২৩ বৰ্ষত মুক্তিলাভ কৰা ছবিসমূহক প্ৰদান কৰা হয় বঁটা। বলীউড তাৰকাৰে ভৰি পৰে বঁটা প্ৰদান অনুষ্ঠানস্থলী। পুনৰ এবাৰ জিলিকি উঠে বলীউডৰ বাদশ্বাহ শ্বাহৰূখ খান। ২০২৩ বৰ্ষত তিনিখনকৈ হিট ছবি উপহাৰ দিয়া কিং খানে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। বিগত বৰ্ষৰ অন্যতম জনপ্ৰিয় ছবি এনিমেলে লাভ কৰে একাধিক বঁটা।

পৰিচালক এটলী কুমাৰৰ ছবি জৱানৰ বাবে শ্বাহৰূখ খানে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা। ছবিখনত শ্বাহৰূখৰ লগত অভিনয় কৰা নয়নতৰাইও লাভ কৰে বিশেষ বঁটা। বঁটা গ্ৰহণ কৰি শ্বাহৰূখে আনন্দ প্ৰকাশ কৰি কয়, ‘শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰা বহু বছৰ হ’ল। এতিয়া আৰু শ্ৰেষ্ঠ অভিনেতাৰ বঁটা নাপাম যেনেই লাগিছিল।’

আনহাতে, ৰণবীৰ কাপুৰ অভিনীত এনিমেল ছবিখনেও লাভ কৰে একাধিক বঁটা। নানা বিতৰ্কৰ সৃষ্টি হ’লেও ‘এনিমেল’ ২০২৩ বৰ্ষৰ বলীউডৰ এখন অন্যতম হিট ছবি হিচাপে পৰিগণিত হয়। দাদাচাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱ বঁটা ২০২৪ ত এনিমেলৰ পৰিচালক সন্দীপ ৰেড্ডী বাংগাই লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। লগতে এনিমেলত কৰা অভিনয়ৰ বাবে যথেষ্ট সমাদৃত হোৱা ববী দেউলে লাভ কৰে শ্ৰেষ্ঠ খলনায়কৰ বঁটা।

ছেম বাহাদুৰ ছবিখনৰ বাবে বিকি কৌশলেও বঁটা লাভ কৰিবলৈ সক্ষম হয়। ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে বিকি কৌশলে সমালোচকৰ পচন্দৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে। অভিনেতাগৰাকীয়ে এই বঁটা ভাৰতীয় সেনাৰ নামত সমৰ্পন কৰে।

দাদাচাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱ বঁটা প্ৰাপকসকল
শ্ৰেষ্ঠ অভিনেতা – শ্বাহৰূখ খান
শ্ৰেষ্ঠ অভিনেত্ৰী – ৰানী মুখাৰ্জী
শ্ৰেষ্ঠ পৰিচালক – সন্দীপ ৰেড্ডী বাংগা
শ্ৰেষ্ঠ অভিনেতা (সমালোচকৰ পচন্দৰ) – বিকি কৌশল
শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচকৰ পচন্দৰ) – কৰীণা কাপুৰ খান
শ্ৰেষ্ঠ খলনায়ক – ববী দেউল
শ্ৰেষ্ঠ ছবি – জৱান
শ্ৰেষ্ঠ ছবি (সমালোচকৰ পচন্দৰ) – টুৱেলফথ ফেইল
শ্ৰেষ্ঠ পৰিচালক (সমালোচকৰ পচন্দৰ) – এটলী কুমাৰ
শ্ৰেষ্ঠ সংগীত পৰিচালক – অনিৰুদ্ধ ৰবিচন্দৰ
শ্ৰেষ্ঠ গায়ক – বৰুণ জৈন
শ্ৰেষ্ঠ গায়িকা – শিল্পা ৰাও
শ্ৰেষ্ঠ কৌতুক অভিনেতা – আয়ুষ্মান খুৰানা
শ্ৰেষ্ঠ কৌতুক অভিনেত্ৰী – সান্যা মালহোত্ৰা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা
বিনোদন

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

October 3, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!
বিনোদন

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

September 29, 2026
Next Post
ছৰফৰাজ

ছৰফৰাজৰ পিতৃলৈ মাহিন্দাৰ THAR উপহাৰ

ছানী লিয়'নী

ধৰ্মেন্দ্ৰৰ এডমিট কাৰ্ডত কেনেকৈ আহিল ছানী লিয়'নীৰ ফটো? পোহৰলৈ আহিল ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.