• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোলীত কিদৰে ল’ব ছালৰ যতন, তাৰ বাবে ঘৰতে প্ৰস্তুত কৰক ফাকুৱা

হোলীত কিদৰে ল’ব ছালৰ যতন, তাৰ বাবে ঘৰতে প্ৰস্তুত কৰক ফাকুৱা

2 years ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

4 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

4 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

5 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

6 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

6 hours ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

7 hours ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

8 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

9 hours ago
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

9 hours ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

11 hours ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

11 hours ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হোলীত কিদৰে ল’ব ছালৰ যতন, তাৰ বাবে ঘৰতে প্ৰস্তুত কৰক ফাকুৱা

editor by editor
March 21, 2024
in জীৱনশৈলী, ফেশ্বন, স্বাস্থ্য
0
হোলীত কিদৰে ল’ব ছালৰ যতন, তাৰ বাবে ঘৰতে প্ৰস্তুত কৰক ফাকুৱা
0
SHARES
101
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হোলীত কিদৰে ল’ব ছালৰ যতন, তাৰ বাবে ঘৰতে প্ৰস্তুত কৰক ফাকুৱা

হোলী এনে এক উৎসৱ যি সকলো লোকেই মিলি জুলি বহু ফুৰ্তিৰ মাজেৰে পালন কৰে। শত্ৰু-মিত্ৰ-ভাই-বন্ধু সকলো এক হৈ এই উৎসৱত বন্ধু হৈ পৰে। মনৰ উলাহ ব্যক্ত কৰিবলৈ এই ৰঙৰ উৎসৱত সকলোৱে ইজনে আনজনৰ ওপৰত ফাকু সানে।

কিন্তু আজিকালি ৰাসায়নিক ফাকুৰ ফলত বহু লোকৰে ছালৰ বেমাৰ হোৱা দেখা যায়। কোনো লোকৰ চকুৰো সমস্যাই দেখা দিয়ে এনে ৰাসায়নিক দ্ৰব্য মিহলোৱা ফাকুৰে খেলাৰ ফলত। চুলিৰো সমস্যা আহি পৰে।

পাছে আজিকালিৰ ব্যস্ততাৰ বাবে বহু লোকেই ছাল-চকু-চুলিৰ সমস্যা সমাধানৰ বাবে বহু কিবা কিবি কৰিবলৈ সময় নাপায়। সেয়ে ঘৰতে প্ৰস্তুত কৰা ফাকুৰে খেলি নিজৰ লগতে অন্যৰো অপকাৰ হোৱাৰ পৰা ৰক্ষা কৰক।

পাকঘৰত সহজতে লাভ কৰা সমাগ্ৰীৰ পৰাই প্ৰস্তুত কৰক প্ৰাকৃতিক ফাকু।

ফাকুৰ ৰং বনাবলৈ চিধাই হালধীৰ গুড়িয়ো ব্যৱহাৰ কৰিব পাৰে, নাইবা হালধীৰ গুড়ি, শুকুৱাই লোৱা নাৰ্জী ফুলৰ গুড়ি আৰু সুন্ধিৰ বাবে কমলাৰ বাকলিৰ গুড়ি একেলগ কৰি তাত নেমুৰ ৰং আৰু চন্দন তেল দি মিক্স কৰি প্ৰস্তুত কৰিব পাৰে ৰং।

ৰঙা ৰঙৰ বাবে পোনপটীয়াকৈ সেন্দুৰো ব্যৱহাৰ কৰিব পাৰে নাইবা ৰঙা গোলাৰ পাহি শুকুৱাই গুড়ি কৰি তাত চাউলৰ গুড়ি আৰু কেশৰ দিও লাব কৰিব পাৰে ৰঙা ৰং।

সেউজীয়া ৰং বনাবলৈ হেনা পাইদাৰ নাইবব জেতুকাৰ শুকান পাতৰ গুড়ি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে প্ৰথমে একেবাৰে সামান্য পানী দি জেতুকাৰ পাত সিজাই শুকুৱাই গুৰি কৰি তাত আটা-ময়দা নাইবা চাউলৰ গুড়ি মিহলাই সেউজীয়া ৰং হিচাপে ব্যৱহাৰ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: HoliHoli 2024Holi festivalHomemade Holi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত
জীৱনশৈলী

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

July 24, 2026
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক
জীৱনশৈলী

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

July 24, 2026
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ
জীৱনশৈলী

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

July 24, 2026
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক
জীৱনশৈলী

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

July 24, 2026
Next Post
বিয়া পাতি লৈ বিপদ ? কংকাল হৈ পৰিছে ৰনদীপ হুদা, ফটো দেখি কান্দি পেলালে মাতৃয়ে

বিয়া পাতি লৈ বিপদ ? কংকাল হৈ পৰিছে ৰনদীপ হুদা, ফটো দেখি কান্দি পেলালে মাতৃয়ে

কাইলৈ আই পি এল, এইবাৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ১৭ বছৰীয়া মফাকা, কোন এই খেলুৱৈ

কাইলৈ আই পি এল, এইবাৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ১৭ বছৰীয়া মফাকা, কোন এই খেলুৱৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.