• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যত আকৌ বৰ্বৰ ঘটনা! চিকিৎসালয়ৰ ভিতৰতেই চিকিৎসকৰ সৈতে ভয়ংকৰ ঘটনা

ৰাজ্যত আকৌ বৰ্বৰ ঘটনা! চিকিৎসালয়ৰ ভিতৰতেই চিকিৎসকৰ সৈতে ভয়ংকৰ ঘটনা

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

1 week ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

1 week ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

1 week ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

1 week ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

1 week ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ৰাজ্যত আকৌ বৰ্বৰ ঘটনা! চিকিৎসালয়ৰ ভিতৰতেই চিকিৎসকৰ সৈতে ভয়ংকৰ ঘটনা

ৰাজ্যত আকৌ বৰ্বৰ ঘটনা! চিকিৎসালয়ৰ ভিতৰতেই চিকিৎসকৰ সৈতে ভয়ংকৰ ঘটনা

editor by editor
April 18, 2024
in অপৰাধ, অসম
0
ৰাজ্যত আকৌ বৰ্বৰ ঘটনা! চিকিৎসালয়ৰ ভিতৰতেই চিকিৎসকৰ সৈতে ভয়ংকৰ ঘটনা
0
SHARES
114
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে চিকিৎসক নিৰ্যাতনৰ ঘটনা।

মেৰাপানী সমূহীয়া চিকিৎসালয়ত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা।

বুধবাৰে নিশা দুই উন্মত্ত লোকে কৰ্তব্যৰত অৱস্থাত কাৰণ নোহোৱাকৈ যধেমধে প্ৰহাৰ কৰে চিকিৎসক ডঃ মুনিম অল হবিবক।

পাপু শইকীয়া আৰু নৃপেন কছাৰী নামৰ দুটা সুৰাপায়ীয়ে চিকিৎসাৰ বাবে আহি প্ৰথমে চিকিৎসক মুনিম অল হবিবৰ সৈতে তৰ্কাতৰ্কীত লিপ্ত হয়।

তাৰপাছতেই উন্মত্ত সুৰাপায়ী দুটাই উপৰ্যুপৰি প্ৰহাৰ কৰে চিকিৎসক মুনিম অল হবিবক।

আনকি চিকিৎসকজনৰ মোবাইল ফোনটোও ভাঙি চুড়মাৰ কৰে দুই সুৰাপায়ীয়ে।

একাংশ চিকিৎসাকৰ্মী সেই স্থানত উপস্থিত হোৱাত চিকিৎসালয় ত্যাগ কৰে উন্মত্ত দুই সুৰাপায়ীয়ে।

আক্ৰমণত চিকিৎসক মুনিম অল হবিবৰ দুয়োখন ভৰিৰ লগতে সোঁহাতৰ আঙুলিত গুৰুতৰ আঘাত পোৱা বুলি জানিব পৰা গৈছে।

চিকিৎসালয় কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত নিশা মেৰাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাপু শইকীয়াক।

আন আক্ৰমণকাৰী নৃপেন কছাৰী বৰ্তমানেও পলাতক অৱস্থাত আছে।

ঘটনাৰ পাছতে নিশাটোৰ বাবে চিকিৎসালয়খনত বন্ধ হৈ পৰে জৰুৰীকালীন চিকিৎসা সেৱা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা
অপৰাধ

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

January 31, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?
অপৰাধ

প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?

January 21, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
Next Post
ইন্দোনেছিয়াত আগ্নেয়গিৰি উদগীৰণ! গৃহহীন ১১ হাজাৰ লোক, জাৰি ছুনামীৰ সতৰ্কতা

ইন্দোনেছিয়াত আগ্নেয়গিৰি উদগীৰণ! গৃহহীন ১১ হাজাৰ লোক, জাৰি ছুনামীৰ সতৰ্কতা

আকৌ বিপদত শিল্পা ছেট্টিৰ স্বামী ৰাজ কুন্দ্ৰা, ঘৰ সহিতে ১০০ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিলে EDয়ে

আকৌ বিপদত শিল্পা ছেট্টিৰ স্বামী ৰাজ কুন্দ্ৰা, ঘৰ সহিতে ১০০ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিলে EDয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.