• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্ধান ওলাল এক আচৰিত জীৱৰ, মাছো নহয়-কাছও নহয়, জীৱ বিজ্ঞানী আচৰিত

সন্ধান ওলাল এক আচৰিত জীৱৰ, মাছো নহয়-কাছও নহয়, জীৱ বিজ্ঞানী আচৰিত

2 years ago
সৰু শুকান মাছ খোৱাৰ উপকাৰীতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰীতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

1 second ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

10 minutes ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

39 minutes ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

1 hour ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

4 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

5 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

6 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

7 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

7 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

22 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

23 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সন্ধান ওলাল এক আচৰিত জীৱৰ, মাছো নহয়-কাছও নহয়, জীৱ বিজ্ঞানী আচৰিত

editor by editor
April 19, 2024
in বিবিধ, বিশ্ব
0
সন্ধান ওলাল এক আচৰিত জীৱৰ, মাছো নহয়-কাছও নহয়, জীৱ বিজ্ঞানী আচৰিত
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সন্ধান ওলাল এক আচৰিত জীৱৰ, মাছো নহয়-কাছও নহয়, জীৱ বিজ্ঞানী আচৰিত

জীৱ বিজ্ঞানী সকলৰ মাজত কৌতুহলৰ সৃষ্টি , সন্ধান ওলাঅচে এবিধ এনে জীৱৰ যি জীৱ দেখি বৈজ্ঞানিকে নিজেই ঠাৱৰ কৰিব পৰা নাই কি এইবিধ প্ৰাণী। যি দেখাত মাছৰ দৰে কিন্তু ইয়াৰ কাছৰ দৰে চুচৰিব পৰা হাতোৰা আছে ।

প্ৰাচীন জীৱৰ নতুন আৱিষ্কাৰে প্ৰায়ে নতুন অভিলেখৰ সৃষ্টি কৰে। এইবাৰ ব্ৰিটেইনৰ ছামাৰচেটৰ বিলত দুই মিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ মুখ থকা এক বিশাল প্ৰাণীৰ সন্ধান ওলাইছে। ইয়াক সাগৰীয় সৰীসৃপ বুলি কোৱা হৈছে।

শেহতীয়াকৈ এই আৱিষ্কাৰে আচৰিত কৰি তুলিছে বিজ্ঞানী সকলক। এই জীৱটোক বহু হাজাৰ বছৰ পূৰ্বৰ অজ্ঞাত প্ৰজাতিৰ বিশাল ইচথাইঅ’ছ’ৰ ইচ্থাইঅ’টিটান চেভাৰনেন্সিছৰ সৈতে মিল থকা আন এক প্ৰজাতি বুলি চিনাক্ত কৰিছে।

বিজ্ঞানীসকলে কয় যে ই প্ৰাগঐতিহাসিক যুগৰ পৰাই এইবিধ সাগৰীয় সৰীসৃপ আছে। কেৱল মাজতে বহু বছৰ এই প্ৰানী বিধৰ কোনো নাম-গোন্ধ নাছিল। যাৰ বাবে ই সম্পূৰ্ণৰূপে শেষ যোৱা বুলি ঠাৱৰ কৰা হৈছিল। পাছে নতুনকৈ সন্ধান ওলাইছে এই প্ৰাণী বিধৰ। ইয়াক এতিয়ালৈকে জনাজাত আটাইতকৈ ডাঙৰ সাগৰীয় সৰীসৃপ বুলি গণ্য কৰা হয়।

গৱেষকসকলে অনুমান কৰিছে যে এই প্ৰাণীটো নীলা তিমিৰ আকাৰৰ সমান দৈৰ্ঘ্য ২৫ মিটাৰতকৈও অধিক । অৱশ্যে ই পূৰ্বৰ প্ৰজাতিৰ দৰে হলেও ইয়াৰ মুখৰ দৈৰ্ঘ পূৰ্বৰ তুলনাত অধিক দীঘল। কেৱল ই ২০ কোটি বছৰ পূৰ্বৰ জীৱাশ্মৰ সৈতে মিল থকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: marine reptilepalaeontologistsreptileScientists
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সৰু শুকান মাছ খোৱাৰ উপকাৰীতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰীতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?
জীৱনশৈলী

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

September 9, 2026
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক
বিশ্ব

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

September 9, 2026
Next Post
৫ বজালৈকে ক’ত, কিমান হ’ল ভোটগ্ৰহণ, দেশৰ ভিতৰতে সৰ্বাধিক ভোটদান অসমৰ এইখন চুবুৰীয়া ৰাজ্যত…

৫ বজালৈকে ক'ত, কিমান হ'ল ভোটগ্ৰহণ, দেশৰ ভিতৰতে সৰ্বাধিক ভোটদান অসমৰ এইখন চুবুৰীয়া ৰাজ্যত...

চাণক্য নীতিঃ এই ৩টা কাৰ্যই মানুহৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰে, আঁতৰি থাকক

চাণক্য নীতিঃ এই ৩টা কাৰ্যই মানুহৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰে, আঁতৰি থাকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.