• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪ বছৰৰ পাছত একেলগে অস্ত যাব বৃহস্পতি-শুক্ৰ, ৩ৰাশিৰ বাঢ়িব দুৰ্ভোগ, পৰিত্ৰাণৰ উপায় আছেনে?

২৪ বছৰৰ পাছত একেলগে অস্ত যাব বৃহস্পতি-শুক্ৰ, ৩ৰাশিৰ বাঢ়িব দুৰ্ভোগ, পৰিত্ৰাণৰ উপায় আছেনে?

2 years ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

28 minutes ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

59 minutes ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

2 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

2 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

3 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

4 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

5 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

5 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

6 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

19 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

19 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৪ বছৰৰ পাছত একেলগে অস্ত যাব বৃহস্পতি-শুক্ৰ, ৩ৰাশিৰ বাঢ়িব দুৰ্ভোগ, পৰিত্ৰাণৰ উপায় আছেনে?

২৪ বছৰৰ পাছত একেলগে অস্ত যাব বৃহস্পতি-শুক্ৰ, ৩ৰাশিৰ বাঢ়িব দুৰ্ভোগ, পৰিত্ৰাণৰ উপায় আছেনে?

editor by editor
May 3, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
২৪ বছৰৰ পাছত একেলগে অস্ত যাব বৃহস্পতি-শুক্ৰ, ৩ৰাশিৰ বাঢ়িব দুৰ্ভোগ, পৰিত্ৰাণৰ উপায় আছেনে?
0
SHARES
34.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪- দেৱগুৰু বৃহস্পতি আৰু দৈত্যগুৰু শুক্ৰ উভয়েই শুভ গ্ৰহ৷ এই দুই গ্ৰহৰ উপস্থিতিতেই কোনো শুভ অনুষ্ঠানৰ দিনো লোৱা হয়৷ কিন্তু নিজৰ বিচৰণকালত এই দুই গ্ৰহই কোনো কোনো সময়ত অস্তও যায়৷ এই অস্ত যোৱাৰ সময়ত কোনো শুভ অনুষ্ঠান পতা নহয়৷ এই দুই গ্ৰহ একেলগে অস্ত গ’লে কেইটামান ৰাশিৰ জাতকলৈ আহে বেয়া খবৰ৷ জ্যোতিষ গণনা অনুসৰি ২৮ এপ্ৰিলত শুক্ৰ অস্ত গৈছে৷ ২৯ জুন পৰ্যন্ত মেষ ৰাশিত অস্ত থাকিব শুক্ৰ৷ ইয়াৰ পাছতেই ৩মেত বৃষ ৰাশিত বৃহস্পতি অস্ত গৈছে৷

৬ জুন পৰ্যন্ত বৃহস্পতি অস্ত থাকিব৷ গণনা অনুসৰি শুক্ৰ আৰু বৃহস্পতি ২৪ বছৰৰ অন্তত একেলগে অস্ত থাকিব৷ এই পৰিস্থিতিত কোনো শুভ কাম কৰাটো বাদেই বৰং কেইটামান ৰাশিৰ জাতক অত্যন্ত সাৱধানে থকাটো ভাল৷ এই দুই শুভ গ্ৰহ অস্ত যোৱাৰ সময়ত কেইটামান ৰাশিৰ জাতক সতৰ্ক হৈ থকাটো ভাল৷

বৃষ ৰাশি

বৃহস্পতি আসু শুক্ৰৰ অস্ত দশা বৃষ ৰাশিৰ জাতকৰ বাবে অনুকূল নহয়৷ এই ৰাশিৰ জাতকৰ কেৰিয়াৰ সংক্ৰান্তীয় নানান সমস্যা আহিব পাৰে৷ কেৰিয়াৰত কিছু সমস্যা উৎপন্ন হ’ব পাৰে৷ সৰু সৰু কামৰ বাবেই একাধিক পৰিশ্ৰম কৰিব লগা হ’ব পাৰে বৃষ ৰাশিৰ জাতকে৷ বৰিষ্ঠ সদস্যসকলৰ সৈতে সম্পৰ্ক নষ্ট হ’ব৷ সহকৰ্মীয়ে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব৷ এই পৰিস্থিতিত অৱসাদৰ চিকাৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ বাবেও এই সময় ভাল নহয়৷ মুনাফাৰ সম্ভাৱনা নাই৷ আয় বৃদ্ধি পাব যদিও সমস্যা থাকিবই৷ ইয়াৰ ফলত অৰ্থ সঞ্চয়ৰ সম্ভাৱনা কমি যাব৷ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ বাবে ধন খৰচ হ’ব৷ ইয়াৰোপৰি প্ৰেম জীৱনত সমস্যা উৎপন্ন হ’ব৷ দাম্পত্য জীৱন অৱশ্যে অনন্দময় থাকিব৷

সিংহ ৰাশি

এই ৰাশিৰ দশম স্থানত বৃহস্পতি আৰু নৱম স্থানত শুক্ৰ অস্ত যাব৷ এই সময় সিংহ ৰাশিৰ জাতকৰ বাবে শুভ নহয়৷ এই ৰাশিৰ জাতকে সন্তানৰ কাৰণে চিন্তিত থাকিব৷ কামত একাধিক যাত্ৰা কৰিব লগা হ’ব পাৰে৷ কিন্তু এই ক্ষেত্ৰত লাভ অৰ্জনৰ সম্ভাৱনা কম৷ লক্ষ্য লাভৰ বাবে অধিক পৰিশ্ৰম কৰিব লগা হ’ব৷ চাকৰিয়াল জাতকে নিজৰ কামত সন্তুষ্ট নোহোৱাৰ বাবে চাকৰি পৰিবৰ্তন কৰিব৷ ইয়াৰোপৰি ব্যৱসায়ত অসফল হ’ব৷ আৰ্থিক লোকচানৰ সম্ভাৱনা আছে৷ অৰ্থ সঞ্চয় কৰিব নোৱাৰিব৷ প্ৰেম জীৱনত সংগীৰ সৈতে কথাৰ কটাকটি হ’ব পাৰে৷ স্বাস্থ্যৰ যত্ন লওক৷

বৃশ্চিক ৰাশি

জ্যোতিষ গণনা অনুসৰি বৃশ্চিক ৰাশিৰ ষষ্ঠ স্থানত শুক্ৰ আৰু সপ্তম স্থানত বৃহস্পতি অস্ত যাব৷ যিয়ে বৃশ্চিক ৰাশিৰ জাতকৰ বাবে মুঠেও অনুকূল নহয়৷ এই ৰাশিৰ জাতকে ভাগ্যৰ সংগ লাভ নকৰিব৷ ব্যৱসায়ত ভাল পৰিণাম লাভ নকৰিব৷ এই ৰাশিৰ জাতকে আৰ্থিক লোকচানৰ মোকাবিলা কৰিব পাৰে৷ অংশীদাৰীৰ ব্যৱসায়ত সমস্যৰ সন্মুখীন হ’ব পাৰে৷ প্ৰেম আৰু দাম্পত্য জীৱনত সামঞ্জস্যৰ অভাৱে দেখা দিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’
ৰাজনীতি

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

August 20, 2026
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু
বিশ্ব

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

August 20, 2026
Next Post
কৃষ্ণা একাদশীত গজকেশৰী যোগ, এই ৫ ৰাশিক সকলো বিপদৰ পৰা ৰক্ষা কৰিব শনিয়ে

কৃষ্ণা একাদশীত গজকেশৰী যোগ, এই ৫ ৰাশিক সকলো বিপদৰ পৰা ৰক্ষা কৰিব শনিয়ে

কভিছিল্ডৰ ছাইড এফেক্ট! এইকেইটা লক্ষণ দেখা দিছে নেকি আপোনাৰ শৰীৰত? টিটিএছ ৰোগ কি? জানক সবিশেষ

কভিছিল্ডৰ ছাইড এফেক্ট! এইকেইটা লক্ষণ দেখা দিছে নেকি আপোনাৰ শৰীৰত? টিটিএছ ৰোগ কি? জানক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.