• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
MBBSৰ পৰীক্ষাত উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়, শীৰ্ষ ২০টা স্থানৰ ভিতৰত JMCHৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ

MBBSৰ পৰীক্ষাত উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়, শীৰ্ষ ২০টা স্থানৰ ভিতৰত JMCHৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ

2 years ago
হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

46 minutes ago
‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

2 hours ago
হেলানা ভৰালী কোন? কেনেকৈ হৈছিল সফল অসমীয়া উদ্যোগী মহিলা জানক

হেলানা ভৰালী কোন? কেনেকৈ হৈছিল সফল অসমীয়া উদ্যোগী মহিলা জানক

3 hours ago
গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

3 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কাৰ জিলিকিব ভাগ্য? জানক ১২টা ৰাশিৰ আৰ্থিক, কেৰিয়াৰ আৰু প্ৰেমৰ বিষয়ে

4 hours ago
ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

11 hours ago
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

11 hours ago
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

12 hours ago
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

13 hours ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

14 hours ago
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

MBBSৰ পৰীক্ষাত উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়, শীৰ্ষ ২০টা স্থানৰ ভিতৰত JMCHৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ

editor by editor
May 3, 2024
in Uncategorized
0
MBBSৰ পৰীক্ষাত উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়, শীৰ্ষ ২০টা স্থানৰ ভিতৰত JMCHৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ
0
SHARES
308
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সদ্য ঘোষিত MBBSৰ চূড়ান্ত পৰীক্ষাত উজ্বলি উঠিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়৷ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ ভিতৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ে উৎকৃষ্ট ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS চূড়ান্ত পৰীক্ষাত শীৰ্ষ ২০টা স্থানৰ ভিতৰত ৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান দখল কৰিবলৈ সক্ষম হৈছে।

সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকল হৈছে ক্ৰমে বিক্ৰম সূত্ৰধৰ (মেডিচিন,চাৰ্জাৰী), মধুসূদন কলিতা (চাৰ্জাৰী), বিদিশা ৰয় (চাৰ্জাৰী),  ইভলীনা যোগী (চাৰ্জাৰী), আৰমান আহমেদ (মেডিচিন), ৰক্তিম হাজৰিকা (মেডিচিন , চাৰ্জাৰী) আৰু জ্ঞানদীপ চহৰীয়া (চাৰ্জাৰী)।

উল্লেখ্য যে, বিক্ৰম সূত্ৰধৰে মেডিচিন আৰু চাৰ্জাৰী বিষয়ত সন্মানসহ দ্বিতীয় স্থান আৰু মধুসূদন কলিতাই ছাৰ্জাৰী বিষয়ত সন্মানসহ তৃতীয় স্থান দখল কৰি মহাবিদ্যালয়খনলৈ আৰু যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে।যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এই সফলতাত যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা আয়ুক্তগৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আটাইকেইগৰাকী মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
তিল তিলকৈ শেষ হ’ব শত্ৰু দেশৰ সৈনিক! প্ৰথম বিশ্বযুদ্ধত ব্যৱহাৰ কৰা বিষাক্ত গেছ ব্যৱহাৰ কৰিছে ৰাছিয়াই 

তিল তিলকৈ শেষ হ’ব শত্ৰু দেশৰ সৈনিক! প্ৰথম বিশ্বযুদ্ধত ব্যৱহাৰ কৰা বিষাক্ত গেছ ব্যৱহাৰ কৰিছে ৰাছিয়াই 

কভিছিল্ড লৈ আতংকিত হৈ আছে? এই ৫ টা ঘৰুৱা পদ্ধতিৰে বৃদ্ধি কৰক ৰোগ প্ৰতিৰোধ ক্ষমতা

কভিছিল্ড লৈ আতংকিত হৈ আছে? এই ৫ টা ঘৰুৱা পদ্ধতিৰে বৃদ্ধি কৰক ৰোগ প্ৰতিৰোধ ক্ষমতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.