• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়া কিমান গুৰুতৰ? সবিশেষ জনালে বিজ্ঞানীয়ে

কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়া কিমান গুৰুতৰ? সবিশেষ জনালে বিজ্ঞানীয়ে

2 years ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

12 minutes ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

1 hour ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

1 hour ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

3 hours ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

4 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

5 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

6 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

13 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

14 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

15 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

15 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়া কিমান গুৰুতৰ? সবিশেষ জনালে বিজ্ঞানীয়ে

কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়া কিমান গুৰুতৰ? সবিশেষ জনালে বিজ্ঞানীয়ে

editor by editor
May 8, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা, স্বাস্থ্য
0
কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়া কিমান গুৰুতৰ? সবিশেষ জনালে বিজ্ঞানীয়ে
0
SHARES
173
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কভিছিল্ডক লৈ বিভিন্ন নেতিবাচক চৰ্চা অব্যাহত আছে৷ ইউৰোপিয়ান মেডিছিন এজেন্সিয়ে সমীক্ষাত লাভ কৰা তথ্য অনুসৰি ১লাখৰ মাজত এজনৰ শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ ইয়াৰোপৰি ব্ৰিটিছ হেলথ ৰেগুলেটৰ অনুসৰি আঢ়ৈ লাখৰ মাজত এজনৰহে এই সমস্যাই দেখা দিয়ে৷

কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়া কি কি?

কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়াত বিশেষকৈ প্লেটলেট স্বাভাৱিক যিমান পৰিমানে থাকিব লাগে তাতকৈ কমি গ’লেই মানৱদেহৰ ইমিউন ৰেছপন্স কমি যায় আৰু এণ্টিবডি তৈয়াৰ হয়৷ এই এণ্টিবডিসমূহে শৰীৰৰ প‌্ৰটিন তৈয়াৰ কৰা উপাদানসমূহক আক্ৰমণ কৰে আৰু তেজত প্লেটলেটৰ পৰিমান কমাই দিয়ে৷ এই ৰোগৰ উপসৰ্গ হিচাপে শৰীৰৰ নানান স্থানত তেজ জমা হ’ব পাৰে৷ ইয়াৰোপৰি মূৰৰ বিষ, পেট বিষ, শ্বাস-প্ৰশ্বাসত অসুবিধা, ভৰি ফোলা, চিন্তাভাৱনাৰ অসামঞ্জস্য আনকি হাৰ্ট এটেক বা চেৰিব্ৰেইল ষ্ট্ৰোক হ’ব পাৰে৷

কৰ’নাৰ ভয়াৱহতা দূৰ হ’লেও কভিশ্বিল্ড ভেকচিনক লৈ সংবাদ মাধ্যমত তথ্য প্ৰকাশ হোৱাৰ পাছতেই দেশৰ সাধাৰণ মানুহৰ মাজত আতংকই বিৰাজ কৰিছে৷ এষ্ট্ৰজেনেকাৰ যি সূত্ৰ সেই সূত্ৰই প্ৰকাশ কৰা তথ্যমতে  কভিশ্বিল্ডৰ নেতিবাচক প্ৰভাৱ সুদূৰপ্ৰসাৰী৷ এফালে যেনেকৈ এই ভেকছিনে শৰীৰত স্থায়ীভাৱে কভিডৰ এণ্টিবডি তৈয়াৰ কৰিছে তেনেকৈ থ্ৰম্বলাইটিছ, হাৰ্টবিট বাঢ়ি যোৱা, টোপনীৰ সময়ত নাক বজা, টোপনীৰ মাজতেই হঠাৎ মৃত্যু, শ্বাস-প্ৰশ্বাসত কষ্ট, চকুৰ সমস্যা আদি নানান উপসৰ্গই দেখা দিব পাৰে৷ কেৱল ভাৰততেই নহয় কভিছিল্ড সমগ্ৰ বিশ্বই স্বীকৃতি দিয়া ভেকছিন৷

সমগ্ৰ বিশ্বতেই এতিয়া কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়াক লৈ চলিছে গৱেষণা৷ অৱশ্যে এই ভেকছিনৰ পাৰ্শ্বক্ৰিয়া থাকিলেও লাভো যথেষ্ট আছে৷ আপুনি যদি এবাৰ ভাৱি চায় তেন্তে দেখিব প্ৰতিদিনেই কিমান মানুহ ৰাস্তালৈ ওলাই আহিছে কিমানজনৰ দুৰ্ঘটনাত মৃত্যু হৈছে৷ অৰ্থাৎ ৰিস্ক ফেক্টৰ ক’ত নাই? ইউৰোপিয়ান মেডিছিন এজেন্সিৰ পৰিসংখ্যা অনুসৰি ১ লাখৰ এজনৰ শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ এই সংখ্যা তেনেই নগণ্য বুলিও জনাইছে বিশেষজ্ঞই৷

কেৱল কভিছিল্ডৰেই পাৰ্শ্বক্ৰিয়া আছে তেনে নহয়৷ প্ৰায় সকলো ভেকছিনৰেই কিবা নহয় কিবা পাৰ্শ্বক্ৰিয়া থাকেই৷ ইনফ্লুয়েঞ্জা বা এইছ১ এন১ ভেকছিন, এণ্টি ৰেবিছৰ দৰে ভেকছিনৰো পাৰ্শ্বক্ৰিয়া আছে৷ ইয়াৰোপৰি পেৰাছিটামলৰ দৰে সাধাৰণ টেবলেটেও শৰীৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷  গৱেষণাই জনোৱা অনুসৰি কোনো ভেকছিন বা ঔষধৰ পাৰ্শ্বক্ৰিয়া নাই বুলি ক’ব নোৱাৰি৷ কভিছিল্ডৰো তেনেকৈ নেতিবাচক প্ৰতিক্ৰিয়া আছে৷ এই বিষয়টোক লৈ গৱেষণা চলি আছে৷ কভিছিল্ড ভেকছিন লোৱা ১০লাখ মানুহৰ মাজত ৭ৰ পৰা ৮জন থ্ৰম্বোচিছ বা থ্ৰম্বোছাইটোপেনিয়ন নামৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সন্মুখীন হ’ব পাৰে৷ বৈজ্ঞানিকভাৱে এই ধৰণৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া টিকা গ্ৰহণৰ প্ৰথম দুই তিনি মাহৰ পৰাই স্পষ্ট হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

August 6, 2026
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া
ভাৰত

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

August 6, 2026
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক
জীৱনশৈলী

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

August 6, 2026
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?
বিনোদন

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

August 6, 2026
Next Post
অক্ষয় তৃতীয়াত ভুলতো নকৰিব এই ৫কাম, ৰুষ্ট হ’ব লক্ষ্মী, দূৰ হ’ব সুখ-সমৃদ্ধি

অক্ষয় তৃতীয়াত ভুলতো নকৰিব এই ৫কাম, ৰুষ্ট হ’ব লক্ষ্মী, দূৰ হ’ব সুখ-সমৃদ্ধি

মহাদেৱৰ দুই অৱতাৰ এতিয়াও জীৱিত! এওঁলোক কোন কোন?

মহাদেৱৰ দুই অৱতাৰ এতিয়াও জীৱিত! এওঁলোক কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.