• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমালোচনাৰ উৰ্দ্ধত পীয়ুষ! মন্ত্ৰী পীয়ুষে মনে মনেই কৰিলে এই কাম, শুনিলে আপুনিও দিব ধন্যবাদ

2 years ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

3 hours ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

4 hours ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

5 hours ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

6 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

7 hours ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

8 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সমালোচনাৰ উৰ্দ্ধত পীয়ুষ! মন্ত্ৰী পীয়ুষে মনে মনেই কৰিলে এই কাম, শুনিলে আপুনিও দিব ধন্যবাদ

সমালোচনাৰ উৰ্দ্ধত পীয়ুষ! মন্ত্ৰী পীয়ুষে মনে মনেই কৰিলে এই কাম, শুনিলে আপুনিও দিব ধন্যবাদ

editor by editor
May 11, 2024
in অসম, বিবিধ
0
সমালোচনাৰ উৰ্দ্ধত পীয়ুষ! মন্ত্ৰী পীয়ুষে মনে মনেই কৰিলে এই কাম, শুনিলে আপুনিও দিব ধন্যবাদ
0
SHARES
315
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সমালোচনাৰ উৰ্ধত এই মহানুভৱতা৷ প্ৰতিসময়তে পীয়ুষ হাজৰিকাক প্ৰায়সংখ্যক লোকেই সমালোচনা কৰে৷ প্ৰতিটো কথা প্ৰতিটো কামতেই সমালোচনা চলে৷ মনে মনে এই মানুহজনেই কৰি আছে কিছু মহৎ কামো৷ সেই মহৎ কামৰ চৰ্চা কিন্তু খুব কমেই হয়৷ পীয়ুষ হাজৰিকাই গোপনে কৰা এই কাম জানিলে আপুনিও তেওঁক ধন্যবাদ জ্ঞাপন কৰাত কৃপণালী নকৰে৷

তিনিটা ঘাটমাউৰা শিশু৷ আপোন বুলিবলৈ তিনিওৰে কাষত কোনো নাই৷ খুব কম বয়সতে পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা সেই শিশুকেইটিৰ কাষত থিয় হ’বলৈকো কোনো নাছিল৷ সেই শিশুকেইটিৰ কাষত থিয় হ’ল মন্ত্ৰী পীয়ুষ হাজৰিকা৷ থিয় হোৱাই নহয় শিশুকেইটিৰ ভৱিষ্যৎ সুৰক্ষিত হোৱাকৈ কৰি পেলালে মহৎ কাম৷ তিতাবৰৰ পিতৃ-মাতৃহীন শিশুকেইটাৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে ব্যক্তিগত প্ৰয়াস গ্ৰহণ কৰিছে মন্ত্ৰী পীয়ুষে৷

মন্ত্ৰী পীযুষ হাজৰীকাই নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৰহাটলৈ যোৱাৰ সময়ত এই খবৰ লাভ কৰিছিল৷ তিতাবৰৰ মাতৃহীন তিনিটা কণমানিৰ পিতৃৰো অকাল বিয়োগৰ খবৰ লাভ কৰিয়েই তেওঁ তাৎক্ষণিকভাৱে কিছু আৰ্থিক সাহায্য আগবঢ়াই৷ সেই আৰ্থিক সাহায্য দিলেও মনটোৱে শিশুকেইটিৰ কথাকে মনত পেলাই আছিল৷ সেই শিশুকেইটিৰ চকুলোৱে তেওঁক শুবলৈ  দিয়া নাছিল৷ শেহতীয়াভাৱে সেয়ে কণমানিকেইটাৰ ভৱিষ্যতৰ কথা ভাৱিয়েই তেওঁলোকৰ একাউণ্টত ৭লাখ টকা ১৫ বছৰলৈ ফিক্সড কৰি দিয়ে পীয়ুষ হাজৰিকাই৷ শিশুকেইটিৰ বেংক একাউণ্ট নথকাৰ বাবে মন্ত্ৰী পীয়ুষে জিলা উপায়ুক্তক তেওঁলোকৰ নামত এটা একাউণ্ট খুলি দিবলৈ নিৰ্দেশ দিয়ে৷ মন্ত্ৰীগৰাকীয়ে ফিক্সড ডিপজিট কৰা ধনৰ সুদ হিচাপে কণমানিকেইটাৰ চেভিংছ একাউণ্টত মাহিলী ৩হাজাৰ টকাকৈ সোমাই থাকিব৷ ১৫ বছৰৰ পাছত সেই জমা ৭লাখো শিশুকেইটিয়ে লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?
অসম

May 5, 2026
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ
জীৱনশৈলী

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

May 5, 2026
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ
জীৱনশৈলী

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

May 5, 2026
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?
অসম

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

May 5, 2026
Next Post
উচ্চতা তিনি ফুট, বিগ বছ১৬ খ্যাত আব্দু ৰজিকৰ বিয়া, পাত্ৰী কোন?

এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলেও মোদীয়ে নাপায় প্ৰধানমন্ত্ৰীৰ আসনঃ কেজৰিৱাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন