• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অখিল গগৈলৈ এটা ডাঙৰ উপহাৰ, লুৰীণলৈ মিডিয়াম…

অখিল গগৈলৈ এটা ডাঙৰ উপহাৰ, লুৰীণলৈ মিডিয়াম…

2 years ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

9 minutes ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

30 minutes ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

56 minutes ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

1 hour ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

2 hours ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

2 hours ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

3 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

3 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

5 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

6 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

7 hours ago
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অখিল গগৈলৈ এটা ডাঙৰ উপহাৰ, লুৰীণলৈ মিডিয়াম…

editor by editor
May 23, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ৰাজনীতি
0
অখিল গগৈলৈ এটা ডাঙৰ উপহাৰ, লুৰীণলৈ মিডিয়াম…
0
SHARES
532
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অখিল গগৈলৈ এটা ডাঙৰ উপহাৰ, লুৰীণলৈ মিডিয়াম…

‘মুখ্যমন্ত্ৰী শৰ্মাৰ এজেণ্ট দুই গগৈ অখিল-লুৰীণলৈ ডাঙৰ ডাঙৰ মিঠাইৰ টোপোলা পঠিয়াম।’ অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈলৈ মিঠাইৰ টোপোলা কোনে পঠিয়াব, আজি সাংবাদিকৰ আগত মিঠাইৰ টোপোলাৰ কথা সদৰি কৰে এ আই ইউ ডি এফ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে।

শিৱসাগৰৰ বিধায়ক অখিল গগৈলৈ এটা ডাঙৰ মিঠাইৰ টোপোলা পঠিয়াব বদৰুদ্দিন আজমলে। অকল অখিল গগৈলৈয়ে নহয়, অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈলৈও উপহাৰ টোপোলা পঠিয়াব আজমলে।

অৱশ্যে, অখিল গগৈতকৈ আকাৰত সৰু মিঠাইৰ টোপোলা পঠিয়াব এআইইউডিএফৰ মুৰব্বীগৰাকীয়ে। মিঠাই পঠিওৱা তালিকাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ধুবুৰীৰ আজমলৰ বিৰুদ্ধে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ৰকিবুলৰ নামো আছে। আজি গুৱাহাটীত সাংবাদিকৰে হোৱা বাৰ্তালাপত বদৰুদ্দিন আজমলে এই কথা ঘোষণা কৰে।

অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈক টাৰ্গেট হিচাপে লৈ আজমলে দুয়ো গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্টৰূপে অভিহিত কৰে। এই দুই গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ধন লৈ বিজেপিৰ হৈ কাম কৰি থকাৰ গুৰুতৰ অভিযোগ আনে আজমলে।

ইফালে, ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফলক লৈ মন্তব্য কৰি নিজৰ জয় নিশ্চিত বুলি আজমলে দাবী কৰে। অৱশ্যে, পূৰ্বতকৈ এইবাৰ ভোটৰ ব্যৱধান হ্ৰাস পাব বুলিও উল্লেখ কৰে। উল্লেখ্য যে একেৰাহে জয়ৰ হেট্ৰিক গঢ়ি চতুৰ্থবাৰৰ বাবে বদৰুদ্দিন আজমল ধুবুৰীত নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

কিন্তু, এইবেলি কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সংখ্যালঘু নেতাগৰাকী। ধুবুৰীত কেইবাজনো প্ৰাৰ্থী আছে যদিও আজমল, ৰকিবুল আৰু অগপ প্ৰাৰ্থী জাবেদ ইছলাম বিশেষ চৰ্চালৈ আহিছিল। শেষ মুহূৰ্তত সমষ্টিটোত আজমল আৰু ৰকিবুলৰ মাজত প্ৰতিদ্বন্দ্বিতা সীমিত থকাৰ সম্ভাৱনাই অধিক।

ধুবুৰীত আজমলৰ বিৰুদ্ধে প্ৰতিষ্ঠান/অধিষ্ঠানবিৰোধী ঢৌক অস্ত্ৰ হিচাপে লৈ মিত্ৰদলৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ সমষ্টিটোৰ চূকে-কোণে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে প্ৰচাৰ চলাইছিল। সংখ্যালঘু এলেকাত অখিলৰ জনপ্ৰিয়তাক কামত লগাইছিল শিৱসাগৰৰ বিধায়কজনে। সেই সময়তেই অখিল হিমন্ত বিশ্ব শৰ্মাৰ ১ নম্বৰ এজেণ্টৰূপে অভিহিত কৰে আজমলে। সেয়ে ৪ জুনৰ পাছত অখিল আৰু লুৰীণলৈ মিঠাইৰ টোপোলা পঠিয়াব বুলি সাংবাদিকৰ সন্মুখত সদৰী কৰি আজমলে তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiAssam. Assam Electionbadaruddin ajmallok sabha electionlurinjyoti gogoi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড
অসম

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

September 7, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ
ৰাজনীতি

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

September 5, 2026
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!
অসম

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

September 5, 2026
Next Post
জেঠ মাহত হনুমান আৰু শণি দেৱৰ বিশেষ প্ৰভাৱ থাকে, ভুলতো নকৰিব এই কেইটা কাম

জেঠ মাহত হনুমান আৰু শণি দেৱৰ বিশেষ প্ৰভাৱ থাকে, ভুলতো নকৰিব এই কেইটা কাম

ভয়ংকৰ বিস্ফোৰণ, বৰ্তমানলৈ মৃতকৰ সংখ্যা ৭ লৈ বৃদ্ধি, ৩০ৰো অধিক আহত, ৩ কিলোমিটাৰ পৰ্যন্ত শুনা গৈছিল প্ৰচণ্ড শব্দ

ভয়ংকৰ বিস্ফোৰণ, বৰ্তমানলৈ মৃতকৰ সংখ্যা ৭ লৈ বৃদ্ধি, ৩০ৰো অধিক আহত, ৩ কিলোমিটাৰ পৰ্যন্ত শুনা গৈছিল প্ৰচণ্ড শব্দ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.