• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজত মাথো ৩ টা দিন , ১ জুনৰ পৰা সলনি হ’ব এই কেইটা নিয়ম, আজিয়েই জানি থওক

মাজত মাথো ৩ টা দিন , ১ জুনৰ পৰা সলনি হ’ব এই কেইটা নিয়ম, আজিয়েই জানি থওক

2 years ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

21 minutes ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

1 hour ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

2 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

2 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

3 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

4 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

12 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

13 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

13 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

14 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

14 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মাজত মাথো ৩ টা দিন , ১ জুনৰ পৰা সলনি হ’ব এই কেইটা নিয়ম, আজিয়েই জানি থওক

editor by editor
May 28, 2024
in অসম, উত্তৰ-পূব, বিবিধ, ভাৰত
0
মাজত মাথো ৩ টা দিন , ১ জুনৰ পৰা সলনি হ’ব এই কেইটা নিয়ম, আজিয়েই জানি থওক
0
SHARES
595
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজত মাথো ৩ টা দিন , ১ জুনৰ পৰা সলনি হ’ব এই কেইটা নিয়ম, আজিয়েই জানি থওক

প্ৰত্যক মাহৰ প্ৰথম দিনটোত বিত্তীয় ক্ষেত্ৰত কিছু নিয়ম সালসলনি হোৱা দেখা যায়। এইবাৰো ১ জুন তাৰিখে কেইটামান ক্ষেত্ৰত সালসলনি হ’ব। যিয়ে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱন যাত্ৰাত। সেয়ে আজিয়েই জানি থওক কোন কোন ক্ষেত্ৰত কি কি সালসলনি হ’ব-

ট্ৰেফিক নিয়ম-
১ জুনৰ পৰা কাৰ্যকৰী হ’ব নতুন পৰিবহণ নিয়ম। এই নিয়ম উলংঘা কৰিলে যথেষ্ট জৰিমনা ভৰিব পাৰে। নতুন নিয়ম অনুসৰি তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবে ১০০০ৰ পৰা ২০০০ টকা জৰিমনা ভৰিব লাগিব। অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলোৱাৰ বাবে ৫০০ টকা, হেলমেট নিপিন্ধিলে ১০০ টকা আৰু ছিটবেল্ট নিপিন্ধিলে ১০০ টকা জৰিমনা ভৰিব লাগিব।

নাবালক গাড়ী চলোৱাৰ বাবে ২৫ হাজাৰ জৰিমনা-
গাড়ী চলোৱাৰ সময়ত ড্ৰাইভিং লাইচেন্স বাধ্যতামূলক হৈ পৰিছে। যদি ১৮ বছৰৰ তলৰ শিশুৱে গাড়ী চলোৱা ধৰা পৰে তেন্তে ২৫ হাজাৰ টকা জৰিমনা ভৰিব লাগিব। ইয়াৰ উপৰিও বাহনৰ মালিকৰ ড্ৰাইভিং লাইচেন্স বাতিল হ’ব। একে সময়তে নাবালকক ২৫ বছৰ সম্পূৰ্ণ নোহোৱালৈকে অনুজ্ঞাপত্ৰ দিয়া নহ’ব।

LPG চিলিণ্ডাৰৰ মূল্য-
প্ৰতি মাহৰ ১ তাৰিখে এল পি জি চিলিণ্ডাৰৰ মূল্য সংশোধন কৰা হয়। ১ জুনত তেল বিপণন কোম্পানীসমূহে গেছ চিলিণ্ডাৰৰ মূল্য নিৰ্ধাৰণ কৰিব। মে’ মাহত কোম্পানীসমূহে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছিল।

ব্যক্তিগত প্ৰতিষ্ঠানত ড্ৰাইভিং টেষ্ট কৰা হ’ব-
১ জুনৰ পৰা ব্যক্তিগত শিক্ষানুষ্ঠানতো সম্পন্ন হ’ব ড্ৰাইভিং টেষ্ট। এতিয়ালৈকে ড্ৰাইভিং লাইচেন্স পৰীক্ষাৰ বাবে আৰ টি অ’লৈ যাবলগীয়া হৈছিল। এতিয়া ব্যক্তিগত প্ৰতিষ্ঠানতো অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰাসকলক ড্ৰাইভিং টেষ্ট দিব পাৰিব।

আধাৰ কাৰ্ডৰ নিয়ম-
যদি আপুনি আপোনাৰ আধাৰ কাৰ্ড আপডেট কৰিব বিচাৰে তেন্তে ১৪ জুনত বিনামূলীয়াকৈ কৰিব পাৰিব। এই আপডেটসমূহ অনলাইনত কৰিব পৰা কামৰ সৈতে জড়িত। যদি আপুনি আধাৰ কাৰ্ড আপডেট কৰিবলৈ আধাৰ কেন্দ্ৰলৈ যায় তেন্তে ৫০ টকা মাচুল দিব লাগিব।

SBI ক্ৰেডিট কাৰ্ড-
১ জুনৰ পৰা এছ বি আইৰ ক্ৰেডিট কাৰ্ডৰ নিয়ন সলনি হ’ব। পহিলা জুনৰ পৰা চৰকাৰী লেনদেনৰ ক্ষেত্ৰত ৰিৱাৰ্ড পইণ্ট নাথাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 1 june1 june 20241st juneAdhar CardDriving RuleLPG GasRule Change
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক
বিবিধ

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

August 27, 2026
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ
বাণিজ্য

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

August 27, 2026
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?
বিনোদন

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

August 27, 2026
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’
বিবিধ

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

August 27, 2026
Next Post
কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক, দৌৰত আছে শচীন, ধোনী, যুৱী, গম্ভীৰৰ নাম

কোন হ'ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক, দৌৰত আছে শচীন, ধোনী, যুৱী, গম্ভীৰৰ নাম

২ জুনত আত্মসমৰ্পণ কৰিব লাগিব কেজৰিৱালে! উচ্চতম ন্যায়ালয়ৰ পৰা মোক্ষম আঘাত

২ জুনত আত্মসমৰ্পণ কৰিব লাগিব কেজৰিৱালে! উচ্চতম ন্যায়ালয়ৰ পৰা মোক্ষম আঘাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.