• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদী বন্ধু কিন্তু গান্ধী পৰিয়াল প্ৰাণৰো আপোন, ছোনীয়াক কাষতে পাই সাবটি ধৰি সুখ-দুখৰ বহু কথা পাতিলে শ্বেখ হাছিনাই?

মোদী বন্ধু কিন্তু গান্ধী পৰিয়াল প্ৰাণৰো আপোন, ছোনীয়াক কাষতে পাই সাবটি ধৰি সুখ-দুখৰ বহু কথা পাতিলে শ্বেখ হাছিনাই?

2 years ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

10 minutes ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

60 minutes ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

1 hour ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

2 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

3 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

4 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

4 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

5 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

18 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

18 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

18 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মোদী বন্ধু কিন্তু গান্ধী পৰিয়াল প্ৰাণৰো আপোন, ছোনীয়াক কাষতে পাই সাবটি ধৰি সুখ-দুখৰ বহু কথা পাতিলে শ্বেখ হাছিনাই?

মোদী বন্ধু কিন্তু গান্ধী পৰিয়াল প্ৰাণৰো আপোন, ছোনীয়াক কাষতে পাই সাবটি ধৰি সুখ-দুখৰ বহু কথা পাতিলে শ্বেখ হাছিনাই?

editor by editor
June 10, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
মোদী বন্ধু কিন্তু গান্ধী পৰিয়াল প্ৰাণৰো আপোন, ছোনীয়াক কাষতে পাই সাবটি ধৰি সুখ-দুখৰ বহু কথা পাতিলে শ্বেখ হাছিনাই?
0
SHARES
536
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্রধানমন্ত্ৰী মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ দিল্লীলৈ আহিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা৷ দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত বিশেষ অনুষ্ঠানত ভাগ লৈ সোমবাৰে পুৱাই ছোনীয়া গান্ধীক লগ কৰিবলৈ ঢাপলি মেলে শ্বেখ হাছিনাই৷ দীৰ্ঘদিন পাছত লগ পাই ছোনীয়া গান্ধীক সাবটি ধৰিলে শ্বেখ হাছিনাই৷ বাংলাদেশৰ প্রধানমন্ত্ৰী আৰু কংগ্ৰেছ চেয়াৰপাৰ্ছনৰ এই ছবি ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

শনিবাৰে ভাৰতলৈ আহিছে শ্বেখ হাছিনা৷ বৰ্তমান দিল্লীৰ আইটিছি মৌৰ্য হোটেলত আছে শ্বেখ হাছিনা৷ সোমবাৰে দুপৰীয়া তাতেই ছোনীয়াক সাক্ষাৎ কৰে হাছিনাই৷ কেৱল ছোনীয়াই নহয় ৰাহুল আৰু প্ৰিয়ংকাকো লগ কৰে হাছিনাই৷ দীৰ্ঘদিন পাছত বান্ধৱী ছোনীয়াক লগ পাই আনন্দত আত্মহাৰা হৈ পৰিছে শ্বেখ হাছিনা৷ গান্ধী পৰিয়ালক লগ নকৰাকৈ বাংলাদেশলৈ উভতি নাযায় শ্বেখ হাছিনাই৷ আহিলেই এবাৰ গান্ধী পৰিয়ালৰ সৈতে লগ কৰে হাছিনাই৷

উল্লেখ্য যে বিশ্বাস, সহযোগীতা আৰু পাৰস্পৰিক উন্নতিৰ প্ৰতিশ্ৰুতিৰ ওপৰত ভিত্তি কৰি ভাৰত আৰু বাংলাদেশৰ গভীৰ বন্ধুত্বৰ সম্পৰ্ক আছে৷ সেই সম্পৰ্কক জীয়াই ৰাখিবলৈকে মোদীৰ শপতগ্ৰহণলৈকো আহিছে হাছিনা৷ অৱশ্যে গান্ধী পৰিয়ালৰ সৈতে তেওঁৰ সম্পৰ্ক ঘৰুৱা৷ শাসনত থাকক বা নাথাকক এই সম্পৰ্ক অন্য এনাজৰীৰে গঁঠা৷ হাছিনাই পাহৰিব নোৱাৰে গান্ধী পৰিয়ালৰ সহায়৷ ৰাহুল, প্ৰিয়ংকাৰ আইতাকেই পাকিস্তানৰ নাগপাশৰ পৰা স্বাধীন কৰিছিল বাংলাদেশক৷ আনকি বংগ বন্ধু শ্বেখ মুজিবৰ ৰহমানৰ হত্যাকাণ্ডৰ পাছত কন্যা শেখ হাছিনা আৰু তেওঁৰ ভনীয়েকক নিৰাপদে ৰখাৰ দায়িত্বও লৈছিল ইন্দিৰা নেতৃত্বাধীন ভাৰত চৰকাৰে৷ সেই সুবাদতেই গান্ধী পৰিয়ালৰ সৈতে হাছিনাৰ সম্পৰ্ক একেবাৰেই ঘৰুৱা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’
ৰাজনীতি

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

August 20, 2026
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু
বিশ্ব

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

August 20, 2026
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ
অপৰাধ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

August 20, 2026
Next Post
মোদী মন্ত্ৰীসভাৰ দপ্তৰ ঘোষণা, সৰ্বা-মাৰ্ঘেৰিটাই পালে দপ্তৰ, নীতিশ-নাইডুক দিলেনে পছন্দৰ বিভাগ?

মোদী মন্ত্ৰীসভাৰ দপ্তৰ ঘোষণা, সৰ্বা-মাৰ্ঘেৰিটাই পালে দপ্তৰ, নীতিশ-নাইডুক দিলেনে পছন্দৰ বিভাগ?

মিথুন, তুলাকে ধৰি কেইটামান ৰাশিৰ লাভেই লাভ, কোন কোন ৰাশিৰ বাবে আজিৰ দিনটো শুভ?

মিথুন, তুলাকে ধৰি কেইটামান ৰাশিৰ লাভেই লাভ, কোন কোন ৰাশিৰ বাবে আজিৰ দিনটো শুভ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.