• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাথো এটা সপ্তাহতে লাভ কৰক উজ্জলতা, মুলতানি মাটিৰ সৈতে ব্যৱহাৰ কৰক এবিধ মাত্ৰ সামগ্ৰী

মাথো এটা সপ্তাহতে লাভ কৰক উজ্জলতা, মুলতানি মাটিৰ সৈতে ব্যৱহাৰ কৰক এবিধ মাত্ৰ সামগ্ৰী

2 years ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

12 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

12 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

13 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

14 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

14 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

15 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

15 hours ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

17 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

17 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

18 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

18 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাথো এটা সপ্তাহতে লাভ কৰক উজ্জলতা, মুলতানি মাটিৰ সৈতে ব্যৱহাৰ কৰক এবিধ মাত্ৰ সামগ্ৰী

editor by editor
June 15, 2024
in জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ
0
মাথো এটা সপ্তাহতে লাভ কৰক উজ্জলতা, মুলতানি মাটিৰ সৈতে ব্যৱহাৰ কৰক এবিধ মাত্ৰ সামগ্ৰী
0
SHARES
112
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাথো এটা সপ্তাহতে লাভ কৰক উজ্জলতা, মুলতানি মাটিৰ সৈতে ব্যৱহাৰ কৰক এবিধ মাত্ৰ সামগ্ৰী

আজিকালি বজাৰত ছালৰ যত্ন লোৱা সামগ্ৰীৰ কোনো অভাৱ নাই। ভিন্ন ছালৰ সৈতে মিলাকৈ বিভিন্ন সামগ্ৰী। পাছে সেই সামগ্ৰী ক্ৰয় কৰিবলৈ বহুতৰে নাই টকা, কিয়নো বহু দামী দামী এই প্ৰশাধন সামগ্ৰীবোৰ। তেনে স্থলত অতি কম খৰচতে ঘৰতে লাভ কৰক উজ্জল আৰু সুন্দৰ ছাল।

কিছুমান এনে বস্তু আছে যিবোৰ কেৱল আমিই নহয়, আমাৰ আইতাসকলেও অনাদিকালৰ পৰা ব্যৱহাৰ কৰি আহিছে। সেই সামগ্ৰী হৈছে মুলতানি মাটি। ৰজা মহাৰজাৰ দিনটো ৰাণী সকলে সৌন্দৰ্য চৰ্চাৰ বাবে ব্যৱহাৰ কৰিছিল মুলতানি মাটি। ইয়াত জিংক, চিলিকা, আইৰণ, মেগনেছিয়াম আৰু অক্সাইড থাকে। এই মাটিয়ে মুখৰ পৰা অতিৰিক্ত তেল শোষণ কৰি ছালখন কোমল আৰু সুন্দৰ কৰি তোলাত ফলপ্ৰসূ।

কিদৰে ব্যৱহাৰ কৰিব-

মুলতানি মাটি আৰু মৌ – এই ফেচ পেকটো কম্বিনেচন ছালৰ বাবে একেবাৰে উপযুক্ত। এই ফেচ পেক বনাবলৈ এটা মুলতানি মিট্টি লৈ এচামুচ মৌ মিহলাই লওক। পেষ্ট বনাই মুখত লগাওক। এই ফেচ পেকটো ১৫ৰ পৰা ২০ মিনিট মুখত লগাই তাৰ পিছত ধুই পেলাওক। ছাল জিলিকি উঠিব।

মুলতানি মাটি আৰু দৈ – এই ফেচ পেক মুখৰ পৰা মৃত ছালৰ কোষ আঁতৰোৱাৰ বাবে অতি উপকাৰী। এই ফেচ পেকটো বনাবলৈ ২ চামুচ মুলতানি মিট্টি লৈ তাত প্ৰয়োজন অনুসৰি দৈ মিহলাই লওক। পেষ্ট এটা প্ৰস্তুত কৰি আধা ঘণ্টা মুখত লগাই তাৰ পিছত ধুই পেলাওক। এই ফেচ পেকে মুখৰ ছাল গভীৰভাৱে পৰিষ্কাৰ কৰি উজ্জলতা প্ৰদান কৰে।

মুলতানি মাটি আৰু গাখীৰ – মুলতানি মিটি আৰু গাখীৰ প্ৰয়োজন অনুসাৰে মিহলাই লওক। ইয়াত এচামুচ এলোভেৰা জেলো দিব পাৰি। পেষ্ট বনাই মুখত লগাই ২০ মিনিটৰ পিছত মুখখন ধুব। ছালখন জিলিকি উঠিব। এই ফেচ পেকটো সপ্তাহত এবাৰ মুখত লগাব পাৰি।

মুলতানি মাটি – এই ফেচ পেক তেলীয়া ছালৰ বাবে অতি উত্তম। ফেচ পেক বনাবলৈ প্ৰয়োজন অনুসৰি গোলাপ জলৰ লগত মুলতানি মাটি মিহলাই পেষ্ট প্ৰস্তুত কৰি মুখত লগাওক। ১৫ৰ পৰা ২০ মিনিটৰ পিছত মুখখন ধুব। সপ্তাহত ২-৩ বাৰ ব্যৱহাৰ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: beauty hacksbeauty tipsMultani Mitti
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!
জীৱনশৈলী

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

July 25, 2026
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক
জীৱনশৈলী

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

July 25, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

July 25, 2026
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

July 25, 2026
Next Post
কোনে কোনে লাভ কৰে দেশৰ ভিতৰত অধিক দৰমহা, ৫ নম্বৰতহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কোনে কোনে লাভ কৰে দেশৰ ভিতৰত অধিক দৰমহা, ৫ নম্বৰতহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কোন হয়, কি কৰে, বেকগ্ৰাউণ্ড কি সোনাক্ষীৰ দৰাৰ, উপাৰ্জনত আকাশ-পাতাল পাৰ্থক্য দুয়োৰে মাজত

কোন হয়, কি কৰে, বেকগ্ৰাউণ্ড কি সোনাক্ষীৰ দৰাৰ, উপাৰ্জনত আকাশ-পাতাল পাৰ্থক্য দুয়োৰে মাজত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.