'দালাল হ'লে দিবন ডেকাৰ দৰে হ'ব লাগে।' আৰক্ষীৰ পৰা ব্যৱহাৰ বিচাৰিলে দিবন ডেকাৰ দৰেই বিচাৰিব লাগে। ছ'চিয়েল মিডিয়াত ৰৌজাল-বৌজাল হৈছে দিবন ডেকাৰ বহু কথা।