• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশী পেজত অসমীয়া যুৱতীৰ গোপন ভিডিঅ’ দি আৰক্ষীৰ জালত নগাঁৱৰ ২ ধৃত

বাংলাদেশী পেজত অসমীয়া যুৱতীৰ গোপন ভিডিঅ’ দি আৰক্ষীৰ জালত নগাঁৱৰ ২ ধৃত

2 years ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

7 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

8 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

8 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

9 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

9 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

10 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

11 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

11 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

12 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

12 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

13 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বাংলাদেশী পেজত অসমীয়া যুৱতীৰ গোপন ভিডিঅ’ দি আৰক্ষীৰ জালত নগাঁৱৰ ২ ধৃত

editor by editor
July 15, 2024
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
বাংলাদেশী পেজত অসমীয়া যুৱতীৰ গোপন ভিডিঅ’ দি আৰক্ষীৰ জালত নগাঁৱৰ ২ ধৃত
0
SHARES
525
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশী পেজত অসমীয়া যুৱতীৰ গোপন ভিডিঅ’ দি আৰক্ষীৰ জালত নগাঁৱৰ ২ ধৃত

দুগৰাকী যুৱকৰ কু-কাণ্ড পোহৰলৈ অহাত আৰক্ষীৰ মাজত হৈ চৈ। বহু দিনৰে পৰা অসমীয়া যুৱতীৰ অশ্লীল ভিডিঅ’ ভাৰতৰ তথা অসমৰ চুবুৰীয়া দেশ বাংলাদেশৰ পৰ্ণ পেজত আপলোড কৰি আহিছিল দুই যুৱকে।

অৱশেষত আৰক্ষীৰ জালত ধৰা পৰে দুই ধৃত। বহুকেইগৰাকী অসমীয়া যুৱতীৰ গোপন ভিডিঅ’ কৰি আহিছিল দুই ধৃত নচিবুদ্দিন আৰু মোৰতাজা হাছানে। অৱশেষত কালি নিশা নগাঁও চহৰৰ খুটিকটীয়াৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এই দুই যুৱকক।

এগৰাকী মহিলাই গো-ধোৱা ভিডিঅ’ ভেণ্টিলেটৰৰ পৰা আৱদ্ধ কৰাৰ চেষ্টা কৰিছিল এই দুই পাষণ্ডই। মহিলা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত ৰাইজে খেদি খেদি আটক কৰে এই দুই যুৱকক।

পূৰ্বেও বহু অসমীয়া যুৱতীৰ গোপন ভিডিঅ’ মোবাইলত আৱদ্ধ কৰা বুলি অভিযোগ উত্থাপন হৈছে এই দুই পাষণ্ডৰ বিৰুদ্ধে। কেৱল আৱদ্ধ কৰাই নহয় বাংলাদেশৰ অশ্লীল পেজত আপলোড কৰি আহিছিল বুলিও অভিযোগ।

গ্ৰেপ্তাৰৰ পাছত ধৃত মোৰতাজা আৰু নচিবুদ্দিবৰ মোবাইল ফোন কেইটাও জব্দ কৰিছে আৰক্ষীয়ে। বৰ্তমান দুয়োকে নগাঁও আৰক্ষীয়ে আটক কৰি জেৰা চলাই আছে। আৰক্ষীৰ মন্তব্য পৰৱৰ্তী সময়ত আৰু অধিক তথ্য ফাদিল হোৱাৰ সম্ভাৱনা এই জেৰাত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam policeassamese girlBangladesh online siteNogaonNogaon Police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
Next Post
চতুৰ্থবাৰ ইউৰো কাপ জয় কৰি ইতিহাস সৃষ্টি স্পেইনৰ, ২-১ গ’লত পৰাস্ত ইংলেণ্ড

চতুৰ্থবাৰ ইউৰো কাপ জয় কৰি ইতিহাস সৃষ্টি স্পেইনৰ, ২-১ গ’লত পৰাস্ত ইংলেণ্ড

৪৫ বছৰে ধৰি মাত্ৰ ১০ টকাত চিকিৎসা সেৱা, নিতৌ ৩০০-৪০০ ৰোগী

৪৫ বছৰে ধৰি মাত্ৰ ১০ টকাত চিকিৎসা সেৱা, নিতৌ ৩০০-৪০০ ৰোগী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.