• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি গ’ল পানীৰে চলা স্কুটাৰ, ১ লিটাৰ পানীৰে চলিব ১৫০ কিলোমিটাৰ

আহি গ’ল পানীৰে চলা স্কুটাৰ, ১ লিটাৰ পানীৰে চলিব ১৫০ কিলোমিটাৰ

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

24 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 day ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 day ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 day ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 day ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 day ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 day ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

আহি গ’ল পানীৰে চলা স্কুটাৰ, ১ লিটাৰ পানীৰে চলিব ১৫০ কিলোমিটাৰ

editor by editor
July 20, 2024
in প্ৰযুক্তি, বাণিজ্য, বিজ্ঞান, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আহি গ’ল পানীৰে চলা স্কুটাৰ, ১ লিটাৰ পানীৰে চলিব ১৫০ কিলোমিটাৰ
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহি গ’ল পানীৰে চলা স্কুটাৰ, ১ লিটাৰ পানীৰে চলিব ১৫০ কিলোমিটাৰ

আহি গ’ল, আহি গ’ল, আহি গ’ল…পানীৰে চলা বাহন আহি গ’ল মাৰ্কটেত। মাথো ১ লিটাৰ পানী ভৰাওক, ১৫০ কিলোমিটাৰ চলাওক। বজাৰলৈ আহি গ’ল এখন বিশেষ স্কুটাৰ। এই বিশেষ স্কুটাৰ চলাবলৈ আপোনাক লাইচেঞ্চৰো প্ৰয়োজন নহব।

বিগত কিছুদিন ধৰি প্ৰতিদিনে এটা ভিডিঅ’ ভাইৰেল হৈ আছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত উল্লেখ কৰা অনুসৰি স্কুটীখনে এক লিটাৰ পানীত ১৫০ কিলোমিটাৰ পৰ্যন্ত দৌৰিব পাৰে। আচলতে এইখনেই জয় হাইড্ৰজেন স্কুটাৰ। শেহতীয়াকৈ দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত ইণ্ডিয়া মবিলিটি গ্ল’বেল এক্সপ’ ২০২৪ত ইয়াক প্ৰদৰ্শন কৰা হৈছিল।

এই স্কুটি চলাবলৈ ডিষ্টিল্ড পানী (Distilled Water)ৰ প্ৰয়োজন হয়। উল্লেখ্য যে, ঘৰত ব্যৱহাৰ কৰা ইনভাৰ্টাৰৰ বেটাৰীতো ডিষ্টিল্ড পানী ব্যৱহাৰ কৰা হয়। ডিষ্টিলড পানী এক প্ৰকাৰৰ বিশুদ্ধ পানী। ইয়াত কোনো মিশ্ৰণ নাথাকে। এই পানী বনাবলৈ প্ৰথমে আমি সাধাৰণ পানী গৰম কৰি ভাপলৈ ৰূপান্তৰিত কৰোঁ, তাৰ পিছত ঠাণ্ডা কৰি পুনৰ পানী বনাওঁ।

ভিডিঅ’টোত দেখা পোৱা স্কুটাৰখন হৈছে জয় ই বাইক (Joy Hydrogen Scooter), ইয়াত এক লিটাৰ ডিষ্টিল্ড পানী ঢালি দিয়া হৈছে। ইয়াৰ পিছত হাইড্ৰজেন আৰু অক্সিজেন পৃথক হযৈ যায়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ই ৩০ গ্ৰাম হাইড্ৰজেনৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ ড্ৰাইভিং ৰেঞ্জ দিয়ে।

এইখন স্কুটাৰখনে পথত ২৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত শীৰ্ষ গতি প্ৰদান কৰে। কোৱা হৈছে যে বৰ্তমান কোম্পানীটোৱে নিজৰ প্ৰ’ট’টাইপ সংস্কৰণটো বনাইছে, ইয়াক অতি সোনকালে মুকলি কৰা হ’ব। ইয়াৰ মূল্য ৭০ হাজাৰ টকাৰ পৰা আৰম্ভ হ’ব পাৰে। ইয়াত এটা সৰু বেটাৰীও দিব পাৰে কোম্পানীৰ ফালৰ পৰা।

কি কি বৈশিষ্ট্য থাকিব জয় হাইড্ৰজেন স্কুটাৰত –
এইখন নতুন প্ৰজন্মৰ স্কুটাৰ, ইয়াত থাকিব এলয় হুইল আৰু টিউবলেছ টায়াৰ।
স্কুটাৰৰ টায়াৰৰ আকাৰ ১২ ইঞ্চি।
ইয়াত আৰামদায়ক হেণ্ডেলবাৰ আৰু ডিজিটেল মিটাৰ থাকিব।
স্কুটাৰখনৰ আসনৰ পিছফালে ধৰিব পৰাকৈ এটা হেণ্ডেলৰ ব্যৱস্থা কৰা হৈছে।
ভঙা পথত আৰামদায়ক যাত্ৰাৰ বাবে ই গধুৰ ছাচপেনচন শক্তি লাভ কৰিব।
ইয়াত থাকিব এল ই ডি হেডলাইট আৰু টেইললাইট, যিয়ে ইয়াক হাই ক্লাছ লুক প্ৰদান কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhiindiaJoy Hydrogen ScooterSpecial ScooterWater Scooter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
সঁচাকৈয়ে চন্দ্ৰ সংকুচিত হৈছে নেকি? শেহতীয়া প্ৰতিবেদনে উদ্বেগ বৃদ্ধি কৰিছে

সঁচাকৈয়ে চন্দ্ৰ সংকুচিত হৈছে নেকি? শেহতীয়া প্ৰতিবেদনে উদ্বেগ বৃদ্ধি কৰিছে

শাওনৰ সোমবাৰে মহিলাই ভুলতো নকৰিব এই কাম, পূণ্যৰ সলনি হ’ব পাপ

শাওনৰ সোমবাৰে মহিলাই ভুলতো নকৰিব এই কাম, পূণ্যৰ সলনি হ'ব পাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.