• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্পূৰ্ণ টোল ছিষ্টেমেই নাইকিয়া কৰি দিব কেন্দ্ৰীয় চৰকাৰে, বহু ঠাইত ইতিমধ্যে কাৰ্যকৰী

সম্পূৰ্ণ টোল ছিষ্টেমেই নাইকিয়া কৰি দিব কেন্দ্ৰীয় চৰকাৰে, বহু ঠাইত ইতিমধ্যে কাৰ্যকৰী

2 years ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

13 minutes ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

29 minutes ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

56 minutes ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

2 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

2 hours ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

3 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

3 hours ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

4 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

5 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

6 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

7 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সম্পূৰ্ণ টোল ছিষ্টেমেই নাইকিয়া কৰি দিব কেন্দ্ৰীয় চৰকাৰে, বহু ঠাইত ইতিমধ্যে কাৰ্যকৰী

editor by editor
July 26, 2024
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
সম্পূৰ্ণ টোল ছিষ্টেমেই নাইকিয়া কৰি দিব কেন্দ্ৰীয় চৰকাৰে, বহু ঠাইত ইতিমধ্যে কাৰ্যকৰী
0
SHARES
419
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্পূৰ্ণ টোল ছিষ্টেমেই নাইকিয়া কৰি দিব কেন্দ্ৰীয় চৰকাৰে, বহু ঠাইত ইতিমধ্যে কাৰ্যকৰী

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীৰ ডাঙৰ ঘোষণা, দেশৰ পৰা সম্পূৰ্ণ নাইকিয়া কৰা হব টোল ছেষ্টেম। এতিয়াৰ পৰা ৰাজপথত নাপাব কোনো টোল গেট। সকলো টোল গেটেই উঠাই দিব কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে কাৰ্যকৰী বহু ঠাইত।

আজি শুকুৰবাৰ ২৬ জুলাই তাৰিখে মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে টোল বিলুপ্ত কৰি অতি সোনকালে উপগ্ৰহ ভিত্তিক টোল সংগ্ৰহ ব্যৱস্থা আৰম্ভ কৰিব। এই ব্যৱস্থা ৰূপায়ণৰ আঁৰৰ উদ্দেশ্য হৈছে টোল সংগ্ৰহ বৃদ্ধি কৰা আৰু টোল প্লাজাত ভিৰ হ্ৰাস কৰা।

ৰাজ্যসভাত লিখিত উত্তৰ দিওঁতে মন্ত্ৰীগৰাকীয়ে লগতে কৈছিল যে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে গ্ল’বেল নেভিগেচন চেটেলাইট চিষ্টেম (জিএনএছএছ) ৰূপায়ণ কৰিবলৈ ওলাইছে। বৰ্তমান এনে হ’ব কেৱল নিৰ্বাচিত টোল প্লাজাত। ইয়াৰ পূৰ্বে সংবাদ সংস্থা এএনআইৰ সৈতে কথা পাতি নিতিন গাডকাৰীয়ে কৈছিল- “এতিয়া আমি টোল বাতিল কৰিছো আৰু চেটেলাইট ভিত্তিক টোল সংগ্ৰহ ব্যৱস্থা থাকিব। আপোনাৰ বেংক একাউণ্টৰ পৰা ধন কৰ্তন কৰা হ’ব আৰু আপোনাৰ দূৰত্ব অনুসৰি মাচুল লোৱা হ’ব।”

উল্লেখ্য যে, নীতিন গাডকাৰীয়ে যোৱা বছৰেই এই নতুন ব্যৱস্থাৰ বিষয়ে তথ্য দিছিল। বিগত বৰ্ষত এই বিষয়ে সদৰি কৰি কৈছিল- ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰাৰ লক্ষ্য লৈছে।

প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰাৰ লগতে টোল প্লাজাসমূহত অপেক্ষাৰ সময় হ্ৰাস কৰাৰ প্ৰচেষ্টাৰ বিষয়ে বিশ্ব বেংকক অৱগত কৰা হৈছে। FASTag প্ৰৱৰ্তনৰ লগে লগে টোল প্লাজাত গড় অপেক্ষাৰ সময় যথেষ্ট হ্ৰাস পাইছে। কৰ্ণাটকৰ ২৭৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেংগালুৰু-মহসুৰ অংশ আৰু হাৰিয়ানাৰ ৭০৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানীপট-হিছাৰ অংশত এই নতুন ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 'Central Road MinisterIndian Toll Gatenitin gadkaritoll gate
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ
অসম

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

March 23, 2026
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা
অসম

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

March 23, 2026
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!
অসম

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

March 23, 2026
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন
জীৱনশৈলী

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

March 22, 2026
Next Post
২৫টা বছৰ পাৰ, ১১ জোৱানক কোনোদিনে পাহৰিব নোৱাৰে দেশবাসীয়ে, ইয়াৰে দুগৰাকী উত্তৰপূৱৰ

২৫টা বছৰ পাৰ, ১১ জোৱানক কোনোদিনে পাহৰিব নোৱাৰে দেশবাসীয়ে, ইয়াৰে দুগৰাকী উত্তৰপূৱৰ

এছিয়া কাপত ভাৰতীয় দলৰ সফলতা, বাংলাদেশক শোচনীয়ভাৱে পৰাজিত কৰি ফাইনেলত উপনীত

এছিয়া কাপত ভাৰতীয় দলৰ সফলতা, বাংলাদেশক শোচনীয়ভাৱে পৰাজিত কৰি ফাইনেলত উপনীত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.