• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ দুৰ্ঘটনা, উফৰি গৈ নদীত সোমাল বাহন, একেলগে প্ৰাণ হেৰুৱালে ৫ জনকৈ লোকে

2 years ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

16 minutes ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

37 minutes ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

55 minutes ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

2 hours ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

18 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

19 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

20 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

21 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

22 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভয়ংকৰ দুৰ্ঘটনা, উফৰি গৈ নদীত সোমাল বাহন, একেলগে প্ৰাণ হেৰুৱালে ৫ জনকৈ লোকে

editor by editor
August 13, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ভয়ংকৰ দুৰ্ঘটনা, উফৰি গৈ নদীত সোমাল বাহন, একেলগে প্ৰাণ হেৰুৱালে ৫ জনকৈ লোকে
0
SHARES
273
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ দুৰ্ঘটনা, উফৰি গৈ নদীত সোমাল বাহন, একেলগে প্ৰাণ হেৰুৱালে ৫ জনকৈ লোকে

আজি বিহাৰৰ ঔৰংগাবাদত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন চাৰিচকীয়া বাহন পথৰ পৰা উফৰি হৈ নদীৰ পানীৰ পৰি ডুব যায়। এই দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হৈছে।

কেউটা মৃতদেহ আৰক্ষীয়ে নদীৰ পৰা উদ্ধাৰ কৰিছে। মৃত লোক কেইজন পাটনা আৰু আৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। মৃত্যু হোৱা সকলৰ ভিতৰত ১৬ বছৰীয়া কিশোৰ এটিও আছে।

আৰক্ষীয়ে মৃতদেহ কেইটা নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। দৌদনগৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। বহু লোকে বাহনখন নদীত পৰি যোৱা দেখিছিল যদিও নদীৰ পানীৰ ঢৌৰ বাবে কোনেও বচাব পৰা নাছিল। গাড়ীখন নদীত পৰি থকা দেখি আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত আৰক্ষী আহি নদীৰ পৰা গাড়ীখন উলিয়াই আনি পাঁচোটা মৃতদেহ উদ্ধাৰ কৰে। আত্মহত্যাৰ কোণৰ পৰা এই গোচৰৰ তদন্ত কৰা হ’ব। চেণ্ট্ৰেল লকৰ বাবে পানীত উটি যায় পাঁচোটা।

চেণ্ট্ৰেল লকৰ বাবে বাহনৰখনৰ পৰা কোনো লোক বাহিৰ ওলাই আহিব নোৱাৰিলে আৰু পানীত ডুব যোৱাৰ ফলত মৃত্যু হয়। মৃতদেহ কেইটাৰ পিন্ধনলৈ চাই এনে লাগে যেন দুৰ্ঘটনাত নিহত লোকসকল কোনো ধৰ্মীয় তীৰ্থযাত্ৰা কৰি উভতি আহিছিল। মৃত কেইজনৰ ভিতৰত তিনিজনে শাওন মাহত পৰিধান কৰা কেশৰী ৰঙৰ কাপোৰ পিন্ধিছিল। আধাৰ কাৰ্ডৰ মতে মৃত ৪ জন পাটনাৰ ৰাজীৱ নগৰৰ বাসিন্দা আৰু এজন আৰাহৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 5 DiedaccidentBihar Road Accidentroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?
জীৱনশৈলী

March 12, 2026
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

March 12, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
শ্বুটিং বিশ্বকাপত নেখেলে মনু ভাকেৰে, কিয় ! প্ৰশিক্ষকে ক’লে সবিশেষ

শ্বুটিং বিশ্বকাপত নেখেলে মনু ভাকেৰে, কিয় ! প্ৰশিক্ষকে ক'লে সবিশেষ

অ/বৈধ সম্পৰ্কৰ সন্দেহতে শেষ হৈ গ’ল এটা পৰিয়াল, ৫ জন লোক নিহত

অ/বৈধ সম্পৰ্কৰ সন্দেহতে শেষ হৈ গ'ল এটা পৰিয়াল, ৫ জন লোক নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন