• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩দিন পাছতেই সিংহলৈ আহিব সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ৰাশিৰ জীৱনত

৩দিন পাছতেই সিংহলৈ আহিব সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ৰাশিৰ জীৱনত

2 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

5 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

5 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

6 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

6 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

7 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

8 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

8 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

8 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

9 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

10 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

10 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩দিন পাছতেই সিংহলৈ আহিব সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ৰাশিৰ জীৱনত

৩দিন পাছতেই সিংহলৈ আহিব সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ৰাশিৰ জীৱনত

editor by editor
August 13, 2024
in জীৱনশৈলী
0
৩দিন পাছতেই সিংহলৈ আহিব সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ৰাশিৰ জীৱনত
0
SHARES
400
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সূৰ্যই এটা এটা ৰাশিত মুঠ এমাহ অৱস্থান কৰে৷ সেই হিচাপে ৰাশিচক্ৰৰ ১২টা ৰাশিক পৰিক্ৰম কৰিবলৈ সূৰ্যৰ এবছৰ সময় লাগে৷ অৰ্থাৎ এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ গৈ বাহিৰলৈ ওলাই আহি আকৌ সেই এৰি অহা ৰাশিত প্ৰৱেশ কৰিবলৈ সূৰ্যক সময় লাগে এবছৰ৷ আগন্তুক ১৬ আগষ্টত সূৰ্যই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ সমগ্ৰ এবছৰ পাছত নিজৰ ৰাশি সিংহলৈ আহিব সূৰ্য৷ তাতেই বুধৰ সৈতে মিলিত হৈ গঠন কৰিব বুধাদিত্য যোগ আৰু শুক্ৰৰ সৈতে মিলিত হৈ গঠন হ’ব শুক্ৰাদিত্য যোগ৷ জানি থওক সিংহ ৰাশিত সূৰ্যৰ গোচৰৰ প্ৰভাৱত লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?

মেষ ৰাশি

মেষ ৰাশিৰ পঞ্চম ঘৰত গোচৰ কৰিব সূৰ্য৷ ইয়াৰ ফলত কোনো সুখবৰ পাব মেষ ৰাশিৰ জাতকে৷ সন্তানৰ দিশৰ পৰাও কোনো ভাল খবৰ এই সময়ত আপুনি পাব পাৰে৷ যিসকলে পঢ়াশুনাৰ বাবে সন্তানক বিদেশলৈ পঠিয়াব খোজে, তেওঁলোকে এই সময়ত সাফল্য পাব৷ উচ্চশিক্ষা লাভ কৰিব পাৰিব মেষ ৰাশিৰ জাতকে৷ বিবাহিত দম্পত্তিসকলৰ সন্তান লাভৰ ইচ্ছা পূৰণ হ’ব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ দ্বিতীয় ঘৰত গোচৰ কৰিব সূৰ্যই৷ ইয়াৰ প্ৰভাৱত আৰ্থিক পৰিস্থিতি মজবুত হ’ব কৰ্কট ৰাশিৰ জাতকৰ৷ পৰিয়ালৰ পৰা উত্তৰাধিকাৰসূত্ৰে লাভ কৰা সম্পত্তিক লৈ অশান্তি থাকিলে সেই অশান্তি দূৰ হ’ব৷ বিনিয়োগৰ পৰা লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক৷ মোটা টকাৰ আৰ্থিক লাভ কৰাৰ সুযোগ পাব৷ নিজৰ ব্যৱসায় বঢ়োৱাৰ সুযোগ আহিব৷ কঠোৰ পৰিশ্ৰম কৰিলে তাৰ সুফল লাভ কৰিব৷

 সিংহ ৰাশি

১৬ আগষ্টত সিংহ ৰাশিত গোচৰ কৰিব সূৰ্যই৷ সূৰ্য, বুধ আৰু শুক্ৰৰ যুঁটিৰ ফলত তাত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ৷ এই যোগৰ শুভ প্ৰভাৱত নানান লাভৰ মুখ দেখিব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব৷ সকলো কাম সহজেই সম্পন্ন কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ অংশীদাৰিত্বৰ কোনো ব্যৱসায় কৰিলে লাভ হ’ব৷ সিংহ ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে শুভ সময় আহিছে৷ পিতৃৰ পৰাও এই সময়ত আৰ্থিকভাৱে লাভৱান হ’ব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিত দশম ঘৰ অৰ্থাৎ কৰ্মস্থানত গোচৰ কৰিব সূৰ্যই৷ এই সময়ত আপুনি চাকৰিত প্ৰমোছনো পাব পাৰে৷ চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হ’ব পাৰে বৃশ্চিক ৰাশিৰ জাতক৷ সূৰ্যৰ গোচৰৰ প্ৰভাৱত বিদেশ যাত্ৰাৰো যোগ আছে৷ শহুৰৰ ঘৰৰ পৰা আৰ্থিকভাৱে লাভৱান হ’ব পাৰে৷ ব্যৱসায়ীসকলে কোনো বৃহৎ চুক্তি চূড়ান্ত কৰিব পাৰে৷ এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব৷

ধনু ৰাশি

ধনু ৰাশিৰ নৱম ঘৰত গোচৰ কৰিব সূৰ্যই৷ এই সময়ত সকলো কামতে সৌভাগ্যক কাষত পাব ধনু ৰাশিৰ জাতকে৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব এই ৰাশিৰ জাতকৰ৷ কোনো তীৰ্থযাত্ৰা কৰিব পাৰে৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ আয় বাঢ়িব৷ বিশেষকৈ যিসকলে চাকৰি পৰিবৰ্তন কৰাৰ চেষ্টা চলাইছে তেওঁলোক লাভৱান হ’ব৷ কৰ্মক্ষেত্ৰত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

October 6, 2026
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!
জীৱনশৈলী

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

October 6, 2026
Next Post
মা দুৰ্গাই কিয় সিংহক বাহন হিচাপে বাচি লৈছিল? এইবাৰ দুৰ্গাপুজা কিয় বিশেষ?

মা দুৰ্গাই কিয় সিংহক বাহন হিচাপে বাচি লৈছিল? এইবাৰ দুৰ্গাপুজা কিয় বিশেষ?

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, ভাগ্যৰ দৌৰত আগুৱাই থাকিব এই ৫ৰাশিৰ জাতক

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, ভাগ্যৰ দৌৰত আগুৱাই থাকিব এই ৫ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.