• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিনেমাত দেখা যাব নেকি বিৰাট কোহলীক ! বলীউড ডাইৰেক্টৰে ক’লে বিশেষ কথা

চিনেমাত দেখা যাব নেকি বিৰাট কোহলীক ! বলীউড ডাইৰেক্টৰে ক’লে বিশেষ কথা

2 years ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

5 hours ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

6 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

6 hours ago
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

6 hours ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

7 hours ago
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

7 hours ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

7 hours ago
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

8 hours ago
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

8 hours ago
মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

9 hours ago
চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

9 hours ago
দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

চিনেমাত দেখা যাব নেকি বিৰাট কোহলীক ! বলীউড ডাইৰেক্টৰে ক’লে বিশেষ কথা

editor by editor
August 22, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
চিনেমাত দেখা যাব নেকি বিৰাট কোহলীক ! বলীউড ডাইৰেক্টৰে ক’লে বিশেষ কথা
0
SHARES
141
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিনেমাত দেখা যাব নেকি বিৰাট কোহলীক ! বলীউড ডাইৰেক্টৰে ক’লে বিশেষ কথা

চিনেমাত দেখিবলৈ পোৱা যাব নেকি বিৰাট কোহলীক। খেলপথাৰত ক্ৰিকেট খেলা আৰু বিজ্ঞাপনত অভিনয় কৰা দেখাৰ পাছত এইবাৰ চিনেমাত দেখা পোৱা যাব নেকি ভাৰতৰ সুদক্ষ ক্ৰিকেটাৰগৰাকীৰ! চলচ্চিত্ৰ জগতত ক্ৰিকেটাৰ বিৰাট কোহলীক লৈ শেহতীয়াকৈ বলীউডৰ পৰিচালক মুকেশ ছাব্ৰাই দিয়া বক্তব্যই এতিয়া ছ’চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে। কাষ্টিং ডাইৰেক্টৰ মুকেশ ছাব্ৰাই এতিয়া ভাৰতীয় ক্ৰিকেট কিংবদন্তি বিৰাট কোহলীক ছবিত কাম কৰা সন্দৰ্ভত এটা বিবৃতি দিছে।

ক্ৰিকেটৰ বাহিৰেও বিৰাট কোহলীয়ে তেওঁৰ অভিনেতাৰ দৰে সৌন্দৰ্যৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে, সেয়েহে বহু অনুৰাগীয়ে বিচাৰে বিৰাট কোহলীয়ে অভিনয়ৰ জগতখনতো নিজৰ প্ৰতিভা দেখুৱাওক। সেই সন্দৰ্ভত এতিয়া মুকেশ ছাব্ৰাই নিজৰ প্ৰতিক্ৰিয়া দিছে।

অৱশ্যে বলীউডৰ পৰিচালকগৰাকীয়ে বিৰাট কোহলীক ছবিত অভিনয় নকৰিবলৈ পৰামৰ্শ দিছে যদিও মুকেশেও তেওঁৰ অভিনয় দক্ষতাক প্ৰশংসা কৰিছে। ক্ৰিকেটৰ উপৰিও বিৰাট কোহলীয়ে ব্যৱসায় আৰু বিজ্ঞাপনৰ জৰিয়তে অভিনয় জগততো নাম অৰ্জন কৰিছে। তেওঁ বহু বিজ্ঞাপনত অভিনয় কৰিছে যদিও অনুৰাগীয়ে তেওঁক কেতিয়াও কোনো পূৰ্ণাংগ ছবি বা ধাৰাবাহিকত দেখা নাই।

মুকেশ ছাব্ৰাক বিৰাট কোহলীৰ অভিনয় দক্ষতাৰ বিষয়ে সোধাত তেওঁ কয় যে বিৰাট কোহলী এজন মহান অভিনেতা। কোহলীক প্ৰশংসা কৰি তেওঁ কয় যে তেওঁৰ ফিটনেছ, নৃত্যৰ দক্ষতা, কমিক টাইমিং আৰু মিমিক্ৰী, সকলো আচৰিত। লগতে ইয়াকো কয় যে এই সকলোবোৰৰ মাজতো বিৰাট কোহলী ছবিৰ মাজলৈ অহা উচিত নহয়। ছাব্ৰাৰ মতে বিৰাট চতুৰ যদিও দুষ্ট নহয়। ছাব্ৰাৰ পৰামৰ্শ যে ক্ৰিকেট কেৰিয়াৰৰ পিছতো বিৰাটে ছবিৰ পৰা আঁতৰি থাকিব লাগে।

মুকেশ ছাব্ৰাই ৫-৬ বছৰ পূৰ্বে বিৰাটক লগ পোৱাৰ লগতে বিৰাটৰ ধেমেলীয়া স্বভাৱ অনুভৱ কৰা বুলিও প্ৰকাশ কৰে। কিন্তু তেওঁ স্পষ্টকৈ কৈছিল যে চিনেমালৈ অহাটোৱে বিৰাটৰ ক্ষতি কৰিব পাৰে। ছাব্ৰাৰ এই মতামত বহু পৰিমাণে শুদ্ধ বুলি বিবেচিত হৈছে, কাৰণ বহু ক্ৰিকেটাৰে ছবিত কেৰিয়াৰ গঢ়িবলৈ চেষ্টা কৰিছে, কিন্তু সফল হোৱা নাই।

ছবিৰ কেমিঅ’ বা সৰু সৰু চৰিত্ৰৰ কথা ক’বলৈ গ’লে হৰভজন সিং, অজয়​জাদেজা, শ্ৰীসন্তৰ দৰে ভাৰতীয় ক্ৰিকেটাৰে ইতিমধ্যে বহু হিন্দী ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছে। অৱশ্যে প্ৰশ্ন উত্থাপন হৈছে যে বিৰাট কোহলীয়েও একে দিশত আগবাঢ়িব নেকি? ছাব্ৰাৰ পৰামৰ্শই ইংগিত দিয়ে যে বিৰাটে নিজৰ ক্ৰিকেট পৰিচয় আৰু সন্মান বজাই ৰাখি ছবিৰ পৰা আঁতৰি থাকিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actorBollywood MovieCricketer Virat KohliIndian MovieVirat Kolhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?
জীৱনশৈলী

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

April 20, 2026
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?
জীৱনশৈলী

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

April 20, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

April 20, 2026
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?
জীৱনশৈলী

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

April 20, 2026
Next Post
কলিকতা নহয়, এইবাৰ নগাঁৱত টিউচনৰ পৰা উভতি অহা ছাত্ৰীক দলবদ্ধ…,অনিৰ্দিষ্টকাললৈ ধিং বজাৰ বন্ধ

কলিকতা নহয়, এইবাৰ নগাঁৱত টিউচনৰ পৰা উভতি অহা ছাত্ৰীক দলবদ্ধ...,অনিৰ্দিষ্টকাললৈ ধিং বজাৰ বন্ধ

এবছৰ পাছত নিজৰ ৰাশি তুলালৈ উভতি আহিব শুক্ৰ, সোণৰ দৰে ভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

এবছৰ পাছত নিজৰ ৰাশি তুলালৈ উভতি আহিব শুক্ৰ, সোণৰ দৰে ভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.