• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত-অষ্ট্ৰেলিয়াৰ দৰে শীৰ্ষ স্থানীয় দলে কৰিব নোৱাৰা কাম কৰি ৰেকৰ্ড গঢ়িলে স্পেইনে

2 years ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

58 minutes ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

1 hour ago
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

2 hours ago
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

17 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

18 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

19 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

20 hours ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰত-অষ্ট্ৰেলিয়াৰ দৰে শীৰ্ষ স্থানীয় দলে কৰিব নোৱাৰা কাম কৰি ৰেকৰ্ড গঢ়িলে স্পেইনে

editor by editor
August 27, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ভাৰত-অষ্ট্ৰেলিয়াৰ দৰে শীৰ্ষ স্থানীয় দলে কৰিব নোৱাৰা কাম কৰি ৰেকৰ্ড গঢ়িলে স্পেইনে
0
SHARES
119
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত-অষ্ট্ৰেলিয়াৰ দৰে শীৰ্ষ স্থানীয় দলে কৰিব নোৱাৰা কাম কৰি ৰেকৰ্ড গঢ়িলে স্পেইনে

ইউৰোপৰ টি-২০ বিশ্বকাপ ছাব ৰিজিঅ’নেল কোৱালিফায়াৰ-চিত স্পেইন ক্ৰিকেট দলে গ্ৰীচক ৭ উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাখনৰ ১৬ সংখ্যক মেচত প্ৰথমে বলিং কৰা স্পেইনে গ্ৰীচক ২০ অভাৰত ৯ উইকেটত ৯৬ ৰানত সীমাবদ্ধ কৰি ৰাখিছিল। ইয়াৰ পিছত স্পেইনে ৩টা উইকেট হেৰুৱাই মাত্ৰ ১৩ অভাৰতে এই লক্ষ্যত উপনীত হয়। খেল খন বিশেষ নহলেও বৰ্তমানে বিশ্বৰ ভিতৰতে বিশেষ হৈ পৰিছে অন্য ধৰণে। স্পেইনে নিজৰ নামত এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে এই খেল খনত বিজয়ৰ পাছত।

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত স্পেইনৰ এয়া আছিল একেৰাহে ১৪ সংখ্যক জয়। এই খেল খনত জয়ৰ লগে লগে দলটোৱে টি-২০ পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় মেচত একেৰাহে সৰ্বাধিক জয়ী হোৱা দল হিচাপে পৰিগণিত হৈছে। স্পেইনে মালয়েছিয়াৰ অভিলেখ ভংগ কৰিছে। মালয়েছিয়াই ১৩খন মেচত জয়লাভ কৰিছিল।

আনহাতে টি-২০ত সৰ্বাধিক মেচত জয়ী হোৱাৰ অভিলেখ থাইলেণ্ডৰ মহিলা দলৰ নামত। একেৰাহে ১৭খন মেচত জয়লাভ কৰিছে থাইলেণ্ডৰ মহিলা ক্ৰিকেট দলটোৱে।

যদি এই ক্ষেত্ৰত কেৱল বিশ্বৰ শীৰ্ষ ১২ টা দলৰ কথা কোৱা হয়, তেন্তে ভাৰত আৰু আফগানিস্তানৰ হাতত আছে একেৰাহে সৰ্বাধিক টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত জয়ী হোৱাৰ অভিলেখ। দুয়োটা দলে টি-২০ত একেৰাহে ১২খনকৈ মেচত জয়লাভ কৰিছে।

T20I ত একেৰাহে সৰ্বাধিক মেচত জয়ী হোৱা দল-
স্পেইন- ১৪
মালয়েছিয়া- ১৩
বাৰ্মুডা- ১৩
আফগানিস্তান- ১২
ৰোমানিয়া- ১২
ভাৰত- ১২

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricket world recordIndian CricketRecordworld record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

April 1, 2026
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?
জীৱনশৈলী

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

April 1, 2026
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে
জীৱনশৈলী

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

April 1, 2026
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
জীৱনশৈলী

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

March 31, 2026
Next Post
নিতৌ খালী পেটত গাখীৰৰ সৈতে মিহলি কৰি খাওক এই সামগ্ৰী, শৰীৰক প্ৰদান কৰিব অমৃতৰ দৰে শক্তি

সন্মানীয় ড০ ডিগ্ৰী  লবৰ বাবে একেলগে মঞ্চত অসমৰ জুবিন আৰু মেঘালয়ৰ লৌ মাজাউ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন