• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰত পূৰ্ব ফাল্গুনী নক্ষত্ৰলৈ আহিব সূৰ্য, টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ ওপৰত

ছেপ্টেম্বৰত পূৰ্ব ফাল্গুনী নক্ষত্ৰলৈ আহিব সূৰ্য, টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ ওপৰত

2 years ago
Image Credit- AI

ডলাৰৰ আগত দুৰ্বল ভাৰতীয় টকা, আমেৰিকান ডলাৰৰ বিপৰীতে ৯৬.২৩ লৈ পতন ভাৰতীয় মুদ্ৰা

9 minutes ago
জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

48 minutes ago
মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

1 hour ago
সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

2 hours ago
জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

3 hours ago
ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

4 hours ago
হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

5 hours ago
জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

6 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি কোন ৰাশিৰ উদয় হ’ব ভাগ্য, জানক দৈনিক ৰাশিফল

6 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

19 hours ago
সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

19 hours ago
কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেপ্টেম্বৰত পূৰ্ব ফাল্গুনী নক্ষত্ৰলৈ আহিব সূৰ্য, টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ ওপৰত

ছেপ্টেম্বৰত পূৰ্ব ফাল্গুনী নক্ষত্ৰলৈ আহিব সূৰ্য, টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ ওপৰত

editor by editor
August 28, 2024
in জীৱনশৈলী, ভাৰত
0
ছেপ্টেম্বৰত পূৰ্ব ফাল্গুনী নক্ষত্ৰলৈ আহিব সূৰ্য, টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ ওপৰত
0
SHARES
13.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ৩০ ছেপ্টেম্বৰ শুকুৰবাৰে পূৰ্ব ফাল্গুনী নক্ষত্ৰত গোচৰ কৰিব সূৰ্যই৷ এই নক্ষত্ৰৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ বৰ্তমান পূৰ্ব ফাল্গুনীতেই অৱস্থান কৰি আছে শুক্ৰই৷ ফলত ৩০ ছেপ্টেম্বৰৰ পৰা এতিয়া শুক্ৰ আৰু সূৰ্যৰ যুঁঠি গঠন হ’ব৷ সৌৰজগতৰ ৰজা সূৰ্যই যেতিয়া নিজৰ অৱস্থানৰ পৰিবৰ্তন কৰে তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰিব৷ সন্মুখৰ মাহত সূৰ্যই নক্ষত্ৰ পৰিবৰ্তন কৰাৰ ফলত ভাল সময় আহিব ৪ৰাশিৰ জাতকৰ জীৱনলৈ৷ এই সময়ত আৰ্থিকভাৱে প্ৰচুৰ উন্নতি কৰিব এই চাৰি ৰাশিৰ জাতকে৷

মেষ ৰাশি

সূৰ্যই পূৰ্ব ফাল্গুনী নক্ষত্ৰত গোচৰ কৰিলে তাৰ প্ৰভাৱত লাভৱান হ’ব মেষ ৰাশিৰ জাতক৷ এই সময়ত নিজৰ জীৱনত কিছু পজিটিভ পৰিবৰ্তন আহিব৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব মেষ ৰাশিৰ জাতকে৷ কাৰ্যালয়ত নতুন দায়িত্ব পাব৷ অন্য কোনো কোম্পানীৰ পৰাও ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ পৰিয়ালত কোনো টেনছন থাকিলে এই সময়ত দূৰ হ’ব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য৷ সেয়ে সিংহৰ নক্ষত্ৰৰ পৰিবৰ্তনৰ ফলত বৃহৎ উন্নতি হ’ব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস আৰু এনাৰ্জি লেভেল তুংগত থাকিব৷ অৰ্থ উপাৰ্জনৰ নতুন পথ খুলিব আপোনাৰ সন্মুখত৷ ব্যৱসায়ত বৃহৎ সাফল্য অৰ্জন কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ সকলো কামতে পৰিয়ালৰ সমৰ্থন পাব৷

কন্যা ৰাশি

সূৰ্যই পূৰ্ব ফাল্গুনী নক্ষত্ৰলৈ আহি তাৰ শুভ প্ৰভাৱ কন্যা ৰাশিৰ জাতকৰ ওপৰত পৰিব৷ আপোনাৰ কামৰ ৰাস্তাত থকা সকলো বাধা এই সময়ত দূৰ হ’ব৷ কৰ্মক্ষেত্ৰত প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব কন্যা ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত উন্নতি কৰিব পাৰিব আপুনি৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে পৰিচয় হ’ব আপোনাৰ৷ ইয়াৰ ফলত ভৱিষ্যতে আপুনি লাভৱান হ’ব৷ সমাজত নিজৰ নতুন পৰিচয় গঢ়িব পাৰিব কন্যা ৰাশিৰ জাতকে৷

তুলা ৰাশি

ছেপ্টেম্বৰত সূৰ্যৰ গোচৰত ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ৷ জীৱনত সকলো ক্ষেত্ৰতে উন্নতি কৰিব পাৰিব আপুনি৷ ধৰ্মীয় আৰু সামাজিক কামত আপুনি অংশগ্ৰহণ কৰিব পাৰে৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ মানসিক চাপ আৰু অৱসাদৰ পৰা মুক্তি পাব৷ উপাৰ্জন বৃদ্ধি পাব আৰু ব্যৱসায়ত নিজৰ প্ৰতিপত্তি বাঢ়িব৷ নতুন সম্পত্তি ক্ৰয় কৰিব পাৰিব আৰু দাম্পত্য জীৱন সুখৰ হ’ব তুলা ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!
জীৱনশৈলী

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

May 18, 2026
মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য
জীৱনশৈলী

মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

May 18, 2026
সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল
জীৱনশৈলী

সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

May 18, 2026
জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!
জীৱনশৈলী

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

May 18, 2026
Next Post
১০ দিন সময় দিছো, নি/ৰ্যা/ত/ন/কা/ৰীৰ বাবে আহি আছে নতুন বিল…! আৰ জি কৰৰ নি/ৰ্যা/ত/ন/কা/ৰীৰ শাস্তি কেৱল…!: মমতা বেনাৰ্জী

১০ দিন সময় দিছো, নি/ৰ্যা/ত/ন/কা/ৰীৰ বাবে আহি আছে নতুন বিল...! আৰ জি কৰৰ নি/ৰ্যা/ত/ন/কা/ৰীৰ শাস্তি কেৱল...!: মমতা বেনাৰ্জী

মাথো ৪০ মিনিটতে পাব ফলাফল, ভাৰতে প্ৰস্তুত কৰিলে মাংকি পক্সৰ প্ৰথমটো টেষ্ট কিট

মাথো ৪০ মিনিটতে পাব ফলাফল, ভাৰতে প্ৰস্তুত কৰিলে মাংকি পক্সৰ প্ৰথমটো টেষ্ট কিট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.