• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুটা লোকসভা সমষ্টিত জয়ী হ’বলৈ কিমান কোটি খৰচ কৰিলে কংগ্ৰেছ যুৱৰাজ ৰাহুলে? জানক সবিশেষ তথ্য

দুটা লোকসভা সমষ্টিত জয়ী হ’বলৈ কিমান কোটি খৰচ কৰিলে কংগ্ৰেছ যুৱৰাজ ৰাহুলে? জানক সবিশেষ তথ্য

2 years ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

1 hour ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

2 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

2 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

3 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

4 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

4 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

5 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

6 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

7 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

7 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দুটা লোকসভা সমষ্টিত জয়ী হ’বলৈ কিমান কোটি খৰচ কৰিলে কংগ্ৰেছ যুৱৰাজ ৰাহুলে? জানক সবিশেষ তথ্য

দুটা লোকসভা সমষ্টিত জয়ী হ’বলৈ কিমান কোটি খৰচ কৰিলে কংগ্ৰেছ যুৱৰাজ ৰাহুলে? জানক সবিশেষ তথ্য

editor by editor
August 30, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
দুটা লোকসভা সমষ্টিত জয়ী হ’বলৈ কিমান কোটি খৰচ কৰিলে কংগ্ৰেছ যুৱৰাজ ৰাহুলে? জানক সবিশেষ তথ্য
0
SHARES
549
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লোকসভা নিৰ্বাচনত যুৰীয়া আসন অৰ্থাৎ দুখনকৈ আসনত জয়ী হৈছে ৰাহুল গান্ধী৷ ৱায়নাডৰ ওপৰিও মাতৃৰ পুৰণি নিৰ্বাচনী কেন্দ্ৰ ৰায়বৰেলিৰ পৰাও এইবাৰ বিপুল সমৰ্থন লাভ কৰিছে ৰাহুলে৷ কিন্তু নিয়মৰ আওতাত তেওঁ এখন আসন এৰিবলগীয়া হৈছে৷ ৰায়বৰেলিৰ কংগ্ৰেছ সাংসদ হিচাপে লোকসভালৈ প্ৰত্যাবৰ্তন কৰিছে ৰাহুলে৷ কিন্তু জানেনে দুই আসনৰ পৰা যুঁজ দিবৰ পাৰে ৰাহুলে কংগ্ৰেছ দলৰ পৰা কিমান ধন লৈছিল?

লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা ৰাহুলে ১ কোটি ৪০ লাখ টকা লৈছে৷ নিৰ্বাচন কমিছনক এই তথ্য দিছে কংগ্ৰেছ শিৱিৰে৷ প্ৰতিটো কেন্দ্ৰত ৭০ লাখ টকাকৈ খৰচ কৰিছে ৰাগাই৷ ৰায়বৰেলি আৰু ৱায়নাড জয় কৰিলেও লোকসভা নিৰ্বাচনৰ নিয়ম মানি তেওঁ শেষপৰ্যন্ত ৱায়নাডৰ আসন এৰিছে৷

কেৱলমাত্ৰ ৰাহুল গান্ধীয়েই কংগ্ৰেছ দলৰ পৰা ধন লৈছে তেনে নহয়৷ অন্যান্য প্ৰাৰ্থীকো দিয়া হৈছে লাখ লাখ টকা৷ হিমাচলপ্ৰদেশৰ মাণ্ডি আসনত বিজেপিৰ তাৰকা প্ৰাৰ্থী কংগনা ৰনৌতৰ বিপক্ষে থিয় দিছে কংগ্ৰেছৰ বিক্ৰমাদিত্য সিঙে৷ তেওঁ কংগ্ৰেছ দলৰ পৰা লাভ কৰিছে ৮৭ লাখ টকা৷ যদিও শেষ পৰ্যন্ত তেওঁ জয়ী হ’ব নোৱাৰিলে৷ ইয়াৰোপৰি কিশোৰীলাল শৰ্মাইয়ো ৭০লাখ টকা পাইছিল আমেঠি কেন্দ্ৰৰ বাবে৷ কিশোৰীলালে পৰাজিত কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক৷

কংগ্ৰেছ নেতা কে চি বেণুগোপাল, মানিকৰাম ঠাকুৰেও লোকসভাত যুঁজ কৰিবলৈ পাইছিল ৭০লাখ টকা৷ ইয়াৰোপৰি আনন্দ শৰ্মা আৰু দিগ্বিজয় সিঙৰ দৰে বৰ্ষীয়াণ নেতাই ভোটযুদ্ধৰ বাবে লাভ কৰিছিল ৫০লাখ টকা৷ নিৰ্বাচনত এজন প্ৰাৰ্থীয়ে সৰ্বাধিক কিমান খৰচ কৰিব পাৰিব, সেয়া নিৰ্বাচন কমিছনৰ নিৰ্দিষ্ট নিয়ম আছে৷ কিন্তু ৰাজনৈতিক দলসমূহৰ ওচৰত তেনে কোনো মাপকাঠি নাই৷ ২০২২ চনৰ নিৰ্বাচন কমিছনৰ পৰামৰ্শ মানি লোকসভা ভোটৰ খৰচ হিচাপে ৭০ লাখৰ পৰা বঢ়াই নিৰ্বাচনী খৰচ ৯৫লাখ কৰিছে৷ বিধানসভা ভোটৰ ক্ষেত্ৰত সেই খৰচৰ পৰিমাণ ২৮ লাখৰ পৰা বঢ়াই ৪০লাখ কৰা হৈছে৷ অৰুণাচলপ্ৰদেশ, ছিকিম, ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচন আৰু লোকসভা ভোটৰ খৰচক লৈ কংগ্ৰেছে বিস্তাৰিত ৰিপৰ্ট ইতিমধ্যে জমা দিছে৷ তাৰপৰাই এই তথ্য পোৱা গৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী
শিক্ষা

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

October 11, 2026
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!
ৰাজনীতি

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

October 11, 2026
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?
অসম

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

October 11, 2026
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য
অসম

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

October 11, 2026
Next Post
ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত গজকেশৰী যোগ, সৌভাগ্য সোণৰ দৰে চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত গজকেশৰী যোগ, সৌভাগ্য সোণৰ দৰে চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ

মথুৰা-বৃন্দাবনলৈ যোৱাৰ প্লেন আছে নেকি? যাব খুজিলে মূৰত ৰাখক এইকেইটা কথা

মথুৰা-বৃন্দাবনলৈ যোৱাৰ প্লেন আছে নেকি? যাব খুজিলে মূৰত ৰাখক এইকেইটা কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.