• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ সবাতোকৈ দীৰ্ঘদিনীয়া উদ্ধাৰ অভিযান, ৫৬ বছৰৰ মূৰকত উদ্ধাৰ ৪ জোৱানৰ দেহ

ভাৰতৰ সবাতোকৈ দীৰ্ঘদিনীয়া উদ্ধাৰ অভিযান, ৫৬ বছৰৰ মূৰকত উদ্ধাৰ ৪ জোৱানৰ দেহ

2 years ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

4 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

4 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

5 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

6 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

6 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

7 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

8 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

9 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

9 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

10 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

11 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতৰ সবাতোকৈ দীৰ্ঘদিনীয়া উদ্ধাৰ অভিযান, ৫৬ বছৰৰ মূৰকত উদ্ধাৰ ৪ জোৱানৰ দেহ

editor by editor
October 1, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতৰ সবাতোকৈ দীৰ্ঘদিনীয়া উদ্ধাৰ অভিযান, ৫৬ বছৰৰ মূৰকত উদ্ধাৰ ৪ জোৱানৰ দেহ
0
SHARES
242
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ সবাতোকৈ দীৰ্ঘদিনীয়া উদ্ধাৰ অভিযান, ৫৬ বছৰৰ মূৰকত উদ্ধাৰ ৪ জোৱানৰ দেহ

হিমাচল প্ৰদেশৰ ৰোহটাং পাছৰ পৰা উদ্ধাৰ হৈছে ৪টা মৃতদেহ। এই মৃতদেহসমূহ ১৯৬৮ চনৰ বিমান দুৰ্ঘটনাত শ্বহীদ হোৱা জোৱানৰ। এণ্টন’ভ-১২ সামৰিক পৰিবহণ বিমানখন হঠাতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল। বেয়া বতৰৰ বাবেই বিমান দুৰ্ঘটনাৰ কাৰণ বুলি কোৱা হৈছিল।

বিগত ৫৬ বছৰে বিমান দুৰ্ঘটনাত শ্বহীদ হোৱা জোৱানৰ মৃতদেহ তালাচী চলোৱা হৈ আছিল। এয়া ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া অনুসন্ধান অভিযান। কালি ৩০ ছেপ্টেম্বৰ তাৰিখে নিৰাপত্তাৰক্ষীয়ে ৪টা মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰে ৩টা মৃতদেহ চিনাক্ত কৰা হৈছে যদিও ১টা মৃতদেহ চিনাক্তকৰণ এতিয়াও চলি আছে।

এয়া ১৯৬৮ চনৰ কথা। সেই বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত চণ্ডীগড়ৰ পৰা এএন-১২ সামৰিক বিমানে ১০২ জন সৈনিক লৈ উৰা মাৰিছিল। কিন্তু বেয়া বতৰৰ বাবে বিমানখন ৰোহটাং লাৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয়। এই বৰফেৰে আবৃত অঞ্চলটো যথেষ্ট কঠিন। এনে পৰিস্থিতিত মৃতদেহ বিচাৰি পোৱাটো অতি কঠিন হৈ পৰে। এই কাৰণেই বিগত ৫৬ বছৰে সেনাই শ্বহীদৰ মৃতদেহ বিচাৰি আছিল।

২০০৩ চনত অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ মাউণ্টেইনিংৰ একাংশ পৰ্বতাৰোহীয়ে বিমানৰ কিছু ধ্বংসাৱশেষ আৱিষ্কাৰ কৰিছিল। তেতিয়াৰ পৰাই সেনাই ইয়াত বহু অনুসন্ধান অভিযান চলাই আহিছিল। ২০০৫, ২০০৬, ২০১৩ আৰু ২০১৯ চনত সেনাৰ ডোগ্ৰা বেটেলিয়নে তালাচী অভিযান চলাইছিল। ২০১৯ চনতো ৫ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

সেনা বিষয়াই দিয়া তথ্য অনুসৰি ১০ অক্টোবৰলৈকে চলিব এই অভিযান। ১৯৬৮ চনত শ্বহীদ হোৱা জোৱানসকলৰ পৰিয়ালে বহু বছৰ ধৰি আপোনজনৰ অপেক্ষা কৰি আছে। ইয়াৰ দ্বাৰা তেওঁলোকক সান্ত্বনা দিব পৰা যাব। এই তালাচী অভিযান ১০ অক্টোবৰলৈকে চলি থাকিব, এনে পৰিস্থিতিত আন জোৱানৰ মৃতদেহো পোৱাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Himachal Pradeshindiaindian armyIndian Solders
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’
বিনোদন

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

September 1, 2026
Next Post
মংগল-বুধ গ্ৰহই মিলি উজলাব ৫ ৰাশিৰ লোকৰ ভাগ্য, ধন-সম্পত্তি বৃদ্ধি পাব

মংগল-বুধ গ্ৰহই মিলি উজলাব ৫ ৰাশিৰ লোকৰ ভাগ্য, ধন-সম্পত্তি বৃদ্ধি পাব

বুলডোজাৰ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ ৰায়দান, মন্দিৰ হওক বা মছজিদ…

বুলডোজাৰ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ ৰায়দান, মন্দিৰ হওক বা মছজিদ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.