• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষেও যুঁজিবলৈ ভয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু, প্ৰতিদিনৰ খাদ্যৰ বিষয়ে শুনিলেই আচৰিত হৈ পৰিব আপুনি

পুৰুষেও যুঁজিবলৈ ভয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু, প্ৰতিদিনৰ খাদ্যৰ বিষয়ে শুনিলেই আচৰিত হৈ পৰিব আপুনি

2 years ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

7 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

7 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

8 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

8 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

8 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

9 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

10 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

10 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

11 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

11 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

12 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পুৰুষেও যুঁজিবলৈ ভয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু, প্ৰতিদিনৰ খাদ্যৰ বিষয়ে শুনিলেই আচৰিত হৈ পৰিব আপুনি

editor by editor
October 17, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
পুৰুষেও যুঁজিবলৈ ভয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু, প্ৰতিদিনৰ খাদ্যৰ বিষয়ে শুনিলেই আচৰিত হৈ পৰিব আপুনি
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৰুষেও যুঁজিবলৈ ভয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু, প্ৰতিদিনৰ খাদ্যৰ বিষয়ে শুনিলেই আচৰিত হৈ পৰিব আপুনি

ভাৰতত মল্লযুঁজৰ খেল সদায় অতি বিখ্যাত হৈ আহিছে। আজি ভাৰতে অলিম্পিকৰ পৰা প্ৰায় প্ৰতিখন ডাঙৰ প্ৰতিযোগিতাতে মল্লযুঁজৰ পদক লাভ কৰিছে। কিন্তু আগতে ইয়াক কেৱল পুৰুষৰ খেল বুলি গণ্য কৰা হৈছিল। মহিলাসকলে মল্লযুঁজ কৰা নাছিল। আনকি কোনেও ভবা নাছিল যে মহিলাই মল্লযুঁজ কৰিব পাৰে।

সেই সময়ত উত্তৰ প্ৰদেশৰ পিৰ হামিদা বানো নামি পৰিছিল মল্লযুঁজত। পুৰুষে দপদপাই থকা খেলত এগৰাকী মহিলা হিচাপে নিজৰ নাম উজলাইছিল হামিদাই। ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু হিচাপেও তেওঁক গণ্য কৰা হয়। মল্লযুঁজত পুৰুষৰ সৈতে খেলিছিল হামিদাই, অৱশেত পুৰুষেও ভয় কৰা হৈছিল হামিদাৰ সৈতে মল্লযুঁজ খেলিব।

হামিদা বানোৱে ১৯৪০ আৰু ১৯৫০ চনত পুৰুষক প্ৰত্যাহ্বান জনাই কৈছিল যে যিয়েই তেওঁক ডংগলত পৰাস্ত কৰিব সেই পুৰুষৰ সৈতে বিয়াত বহিব। ভাৰতত কোনো পুৰুষেই হামিদাৰ সেই প্ৰত্যাহ্বান লবলৈ সাহস কৰা নাছিল। শেষত হামিদাৰ সেই প্ৰত্যাহ্বানক স্বীকৃতি দি প্ৰথমখন মল্লযুঁজ আছিল ১৯৩৭ চনত লাহোৰৰ অতিকে জনপ্ৰিয় ফিৰোজ খানৰ সৈতে।

সেই মেচত হামিদাই ফিৰোজ খানক পৰাস্ত কৰে। খানৰ বাবে আচৰিত আছিল যে তেওঁ কেনেকৈ এগৰাকী মহিলাৰ হাতত পৰাস্ত হ’ব পাৰে ইয়াৰ পিছত হামিদা যথেষ্ট বিখ্যাত হৈ পৰিছিল। ইয়াৰ পিছত খৰগ সিং নামৰ শিখ আৰু কলকাতাৰ আন এজন মল্লযুঁজাৰুক পৰাস্ত কৰে হামিদাই।

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত জন্মগ্ৰহণ কৰা হামিদা বানোৰ খাদ্যাভ্যাসে সকলোকে আচৰিত কৰি তোলে। খবৰ অনুসৰি হামিদা বানোৰ উচ্চতা ৫ ফুট ৩ ইঞ্চি আৰু ওজন ১০৭ কেজি। কোৱা হয় যে হামিদাই প্ৰতিদিনে ৬ লিটাৰ গাখীৰ, ১.২৫ কেজি চুপ আৰু ২.২৫ লিটাৰ ফলৰ ৰস খাইছিল। ইয়াৰ লগতে নিতৌ এটা কুকুৰা, এক কেজি ছাগলী মাংস, ৪৫০ গ্ৰাম মাখন, ৬ টা কণী, প্ৰায় এক কেজি আলমণ্ড, ২ খন ডাঙৰ ৰুটি আৰু ২ প্লেট বিৰিয়ানী খাইছিল। দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত হামিদাই ৯ ঘণ্টা শুইছিল, ৬ ঘণ্টা ব্যায়াম কৰিছিল আৰু বাকী সময়খিনি খাইছিল।

সেই সময়ত নাম হবলৈ ধৰা অপৰাজেয় হামিদাৰ সন্দৰ্ভত কথা ওলাবলৈ ধৰিছল, যে ৰাছিয়াৰ বিশ্ব বিখ্যাত মল্লযুঁজাৰুৰ বিৰুদ্ধে পৰাস্ত হব হামিদা। কিন্তু মানুহৰ সেই বিভ্ৰান্তিও দূৰ কৰি ১৯৫৪ চনত ৰাছিয়াৰ বীৰা চেষ্টেলিনক এক মিনিটতকৈও কম সময়ৰ ভিতৰত পৰাস্ত কৰি হামিদাই সকলোকে স্তম্ভিত কৰি তুলিছিল।

পাছত বীৰাক চেষ্টেলিন পৰাস্ত কৰি হামিদাই ইউৰোপলৈ গৈ যুঁজ দিয়াৰ সিদ্ধান্ত লয়। ইয়াৰ পৰাই হামিদাৰ কেৰিয়াৰৰ গ্ৰাফ তললৈ নামিবলৈ ধৰে আৰু অৱশেষত নামেই নোহোৱা হৈ পৰে হামিদাৰ।

কোৱা হয় যে, হামিদা বানোৰ প্ৰশিক্ষক ছালাম পেহালৱানে হামিদা ইউৰোপলৈ যোৱাটো বিচৰা নাছিল। সেয়ে খঙত চালামে হামিদাক লাঠিৰে কোবাই হামিদাৰ ভৰি আৰু হাত ভাঙি পেলায়। ইয়াৰ পিছতে মল্লযুঁজৰ জগতৰ পৰা নোহোৱা হৈ পৰে হামিদা বানু। কোৱা হয় যে পিছলৈ হামিদাই গাখীৰ বিক্ৰী কৰি ঘৰ চলাইছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Hamida BanoHamida Bano WrestlerIndia's first woman wrestlerIndian wrestler
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!
জীৱনশৈলী

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

September 3, 2026
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা
অপৰাধ

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

September 3, 2026
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?
বিনোদন

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

September 3, 2026
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম
ৰাজনীতি

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

September 3, 2026
Next Post
অতিকে শোকাৱহ, টেংকাৰ বিস্ফোৰণ ঘটি প্ৰাণ হেৰুৱালে ১৪০ গৰাকী লোকে

অতিকে শোকাৱহ, টেংকাৰ বিস্ফোৰণ ঘটি প্ৰাণ হেৰুৱালে ১৪০ গৰাকী লোকে

১০ দিনত ৩ বাৰ ট্ৰেনজিট কৰিব বুধ গ্ৰহই যাৰ ফলত মালামাল হৈ পৰিব ৫ ৰাশিৰ লোক

১০ দিনত ৩ বাৰ ট্ৰেনজিট কৰিব বুধ গ্ৰহই যাৰ ফলত মালামাল হৈ পৰিব ৫ ৰাশিৰ লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.