• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰণবীৰ-আলিয়াৰ জীৱনত আন এক সুখবৰ! দীপাৱলিতেই ছাৰপ্ৰাইজ দিব তাৰকা দম্পতিয়ে

ৰণবীৰ-আলিয়াৰ জীৱনত আন এক সুখবৰ! দীপাৱলিতেই ছাৰপ্ৰাইজ দিব তাৰকা দম্পতিয়ে

2 years ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

50 minutes ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

2 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

3 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

3 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

11 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

12 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

12 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

13 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

13 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

14 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

15 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ৰণবীৰ-আলিয়াৰ জীৱনত আন এক সুখবৰ! দীপাৱলিতেই ছাৰপ্ৰাইজ দিব তাৰকা দম্পতিয়ে

ৰণবীৰ-আলিয়াৰ জীৱনত আন এক সুখবৰ! দীপাৱলিতেই ছাৰপ্ৰাইজ দিব তাৰকা দম্পতিয়ে

editor by editor
October 21, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
ৰণবীৰ-আলিয়াৰ জীৱনত আন এক সুখবৰ! দীপাৱলিতেই ছাৰপ্ৰাইজ দিব তাৰকা দম্পতিয়ে
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱনলৈ কন্যা ৰাহা অহাৰ পাছতেই ৰণবীৰ আলিয়াৰ সংসাৰ যেন কৰোবাত সম্পূৰ্ণ হৈ উঠিছে৷ ৰণবীৰৰ কেৰিয়াৰতো ৰাহাৰ প্ৰভাৱ সঁচায়ে সুকীয়া৷ ৰাহাৰ জন্মৰ পাছৰে পৰাই এখনৰ পাছত আনখন ছবি হীট হৈছে ৰণবীৰ কাপূৰৰ৷ ৰাহাৰ জন্মৰ পাছত ৰৈ থকা নাই আলিয়াও৷ আলিয়াৰ হাতলৈকো আহিছে বহু কাম৷

এইবাৰ দীৱালীত আন এক ভালখবৰ দিব বুলি এক সাক্ষাৎকাৰত উল্লেখ কৰিছে ৰণবীৰে৷ দেৱালীৰ দিনটোতেই ডাঙৰ ছাৰপ্ৰাইজ দিব ৰণবীৰ আৰু আলিয়া ভাটে৷ কিন্তু কেনে সুখবৰ দিব পাৰে আলিয়া-ৰণবীৰে? বিষয়টোক লৈ উৎকণ্ঠা বাঢ়িছে বহুতৰে৷

প্ৰায় এবছৰ ধৰি আলিয়া ৰণবীৰে নিৰ্মাণ কৰি আছে তেওঁলোকৰ সপোনৰ ঘৰখন৷ এই ঘৰৰ ছবি বহু সময়ত ভাইৰেলো হৈছে৷ এইবাৰ দেৱালীতেই সপোনৰ ঘৰত প্ৰৱেশ কৰিব আলিয়া ৰণবীৰে৷ অৰ্থাৎ দেৱালীতেই গৃহপ্ৰৱেশৰ সিদ্ধান্ত লৈছে আলিয়া-ৰণবীৰে৷ নতুন ঘৰত প্ৰৱেশৰ সময়তেই বলীউডত বৃহৎ এক পাৰ্টীৰো আয়োজন কৰিছে দুয়োৱে৷

সূত্ৰৰ খবৰ অনুসৰি ৰণবীৰ কাপূৰৰ ককাক ৰাজ কাপূৰৰ বাংলো আছিল সেই বিশেষ ঘৰটো৷ সেই ঘৰকেই নতুনকৈ তৈয়াৰ কৰিছে ৰণবীৰ আলিয়াই৷ ঘৰৰ নাম দিয়া হৈছে কৃষ্ণ ৰাজ৷ ৰাজ কাপূৰৰ পত্নীৰ নাম আছিল কৃষ্ণা৷ স্বামী ৰণবীৰ কাপূৰ আৰু কন্যা ৰাহাৰ সৈতে সুখৰ সংসাৰত এই ঘৰ আৰু এটা সুখৰেই অংশ আলিয়াৰ৷ মুম্বাইৰ পালি হিল এলেকাত ৩৭.৮০ কোটি টকা দি  এপাৰ্টমেণ্টো কিনিছে আলিয়াই৷ সেই এপাৰ্টমেণ্টৰ দুটা ফ্লেট উপহাৰ দিছে ভনীয়েক ছাহিন ভাটক৷

সূত্ৰৰ খবৰ অনুসৰি আলিয়াৰ এই এপাৰ্টমেণ্ট প্ৰায় ২,৪৯৭ স্কোৱাৰ ফিটৰ৷ আলিয়াই এই এপাৰ্টমেণ্ট ক্ৰয় কৰিছে তেওঁৰ প্ৰডাকশ্ব্যন হাউছ ইটাৰনেল ছানচাইন প্ৰডাকশ্ব্যনৰ নামত৷ এপ্ৰিল মাহৰ ১০তাৰিখে আলিয়াৰ নতুন এপাৰ্টমেণ্টটোৰ ৰেজিষ্টাৰ হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?
বিনোদন

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

August 6, 2026
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান
জীৱনশৈলী

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

August 6, 2026
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!
জীৱনশৈলী

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

August 6, 2026
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?
জীৱনশৈলী

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

August 6, 2026
Next Post
চিন্তা পৃথক, সপোন বৃহৎঃ ISROৰ চাকৰি এৰি কেব চলাইছে এগৰাকী বিজ্ঞানীয়ে, কাৰণ কি?

চিন্তা পৃথক, সপোন বৃহৎঃ ISROৰ চাকৰি এৰি কেব চলাইছে এগৰাকী বিজ্ঞানীয়ে, কাৰণ কি?

শুক্ৰৰ ৰাশিত সূৰ্যৰ প্ৰৱেশ, টকাৰ পাহাৰ গঢ়িব এই ৩ৰাশিৰ জাতক-জাতিকাই

শুক্ৰৰ ৰাশিত সূৰ্যৰ প্ৰৱেশ, টকাৰ পাহাৰ গঢ়িব এই ৩ৰাশিৰ জাতক-জাতিকাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.