• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উকা হৈ ৰ’স দেৱালীৰ উলাহ, দুৰ্ঘটনাই একেলগলে প্ৰাণ কাঢ়িলে পিতা-পুত্ৰীৰ

উকা হৈ ৰ’স দেৱালীৰ উলাহ, দুৰ্ঘটনাই একেলগলে প্ৰাণ কাঢ়িলে পিতা-পুত্ৰীৰ

2 years ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

20 minutes ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

13 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

13 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

13 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

14 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

14 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

15 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

16 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

17 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

18 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

19 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উকা হৈ ৰ’স দেৱালীৰ উলাহ, দুৰ্ঘটনাই একেলগলে প্ৰাণ কাঢ়িলে পিতা-পুত্ৰীৰ

editor by editor
October 31, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
উকা হৈ ৰ’স দেৱালীৰ উলাহ, দুৰ্ঘটনাই একেলগলে প্ৰাণ কাঢ়িলে পিতা-পুত্ৰীৰ
0
SHARES
557
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উকা হৈ ৰ’স দেৱালীৰ উলাহ, দুৰ্ঘটনাই একেলগলে প্ৰাণ কাঢ়িলে পিতা-পুত্ৰীৰ

এফালে অন্যৰ ঘৰত চাকিৰ পোহৰ, আনফালে এঘৰৰ দুগৰাকীকৈ লোকৰ একেলগে জ্বলি উঠিল দুখন চিতা। এক দুৰ্ঘটনাই একেলগে প্ৰাণ কাঢ়িলে পিতা-পুত্ৰীৰ। কিলাৰ হাইৱেত প্ৰাণ গল দুয়ো পিতা-পুত্ৰীৰ।

এই অতিকে শোকাৱহ দুৰ্ঘটনা মঙলদৈৰ। কালি নিশা দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে পিতৃ মথুৰা নাথ ডেকা আৰু কন্যা নন্দিতা ডেকাই।

দেৱালী উপলক্ষে ঘৰলৈ বুলি ৰাওণা হৈছিল। কিন্তু ঘৰ গৈ দেৱালী উদযাপন কৰা নহল নন্দিতাৰ । উকা গৈ গ’ল মাতৃৰ বুকু আৰু কপালৰ সেন্দুৰ।

পিতৃ মথুৰা নাথ ডেকা আছিল আৰক্ষীয়ে বিশেষ শাখাৰ অৱসৰপ্ৰাপ্ত বিষয়া। আনহাতে কন্যা নন্দিতা ডেকা আছিল গুৱাহাটী বিশ্ববিদ্যালয় ইংৰাজী বিষয়ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী। বহু আশা লৈ মঙলদৈৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষাৰ বাবে আহিছিল নন্দিতা ডেকা।

দীপাৱলীলৈ বন্ধৰ বাবে গুৱাহাটীৰ পৰা কন্যাক নিবলৈ আহিছিল পিতৃ। পিতৃৰ সৈতে ঘৰলৈ বুলি বাট বুলিছিল পিতৃ-কন্যাই। কিন্তু বাটতে ৰৈ আছিল মৃত্যু।

পৰিয়ালৰ সৈতে দীপাৱলী উদযাপন কৰাৰ বহু আশা আছিল নন্দিতাৰ, পিতৃৰো মৰমৰ জীৰ সৈতে আছিল দীপাৱলী উদযাপনৰ আশা, যাৰ বাবে স্কুটীৰে নিবলৈ আহিছিল কন্যাক।

কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। ঘৰৰ পাবলৈ মাত্ৰ ১৫ কিলোমিটাৰ বাকী থকাৰ পূৰ্বে মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আঁকোৱালি ল’লে পিতৃ-কন্যাই।

মথুৰা নাথ ডেকা আৰু জীয়ৰী নন্দিতা নাথৰ শোকাবহ মৃত্যুৰ পিছত এতিয়া বাসব নগৰ বাসীৰ সিদ্ধান্ত তেওঁলোকে এইবাৰ পালন নকৰে দ্বীপৱলী। লগতে কাতি মহীয়া মন্দিৰৰ চাকি জ্বলোৱাৰ পৰাও বিৰত থাকিব বাসব নগৰ শোকস্তব্ধ অঞ্চলবাসী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentassamManggoldoiroad accidentRoad accident mangaldoi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

June 15, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

June 14, 2026
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
অসম

‘অসমত ১৮ বছৰৰ ওপৰৰ কোনো লোকক প্ৰদান কৰা নহ’ব আধাৰ কাৰ্ড’, সিদ্ধান্ত কেবিনেটৰ

June 13, 2026
অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী
জীৱনশৈলী

অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী

June 13, 2026
Next Post
ব্যায়াম নকৰাকৈয়ে ওজন হ্ৰাস কৰিলে বিদ্যা বালানে, ৰাজহুৱা কৰিলে গোপন সকলো তথ্য

ব্যায়াম নকৰাকৈয়ে ওজন হ্ৰাস কৰিলে বিদ্যা বালানে, ৰাজহুৱা কৰিলে গোপন সকলো তথ্য

বুধ-শুক্ৰৰ মিলনত লক্ষ্মী নাৰায়ণ ৰাজযোগ! দীপাৱলিত কোটিপতি হোৱাৰ যোগ ৩ৰাশিৰ জাতক-জাতিকাৰ

বুধ-শুক্ৰৰ মিলনত লক্ষ্মী নাৰায়ণ ৰাজযোগ! দীপাৱলিত কোটিপতি হোৱাৰ যোগ ৩ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.