• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এগৰাকী যুৱতীয়ে চাহিদা পুৰাইছিল ২০ যুৱকৰ, মূৰে-কঁপালে হাত দিছে ২০ যুৱকেই, ঘটনা কি?

এগৰাকী যুৱতীয়ে চাহিদা পুৰাইছিল ২০ যুৱকৰ, মূৰে-কঁপালে হাত দিছে ২০ যুৱকেই, ঘটনা কি?

2 years ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

13 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

44 minutes ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

1 hour ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

3 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

4 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

4 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

5 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

5 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

6 hours ago
বৈপৰীত্য

বৈপৰীত্য

7 hours ago
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এগৰাকী যুৱতীয়ে চাহিদা পুৰাইছিল ২০ যুৱকৰ, মূৰে-কঁপালে হাত দিছে ২০ যুৱকেই, ঘটনা কি?

এগৰাকী যুৱতীয়ে চাহিদা পুৰাইছিল ২০ যুৱকৰ, মূৰে-কঁপালে হাত দিছে ২০ যুৱকেই, ঘটনা কি?

editor by editor
November 2, 2024
in জীৱনশৈলী, স্বাস্থ্য
0
এগৰাকী যুৱতীয়ে চাহিদা পুৰাইছিল ২০ যুৱকৰ, মূৰে-কঁপালে হাত দিছে ২০ যুৱকেই, ঘটনা কি?
0
SHARES
30.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰাখণ্ডৰ ৰামনগৰত এক চাঞ্চল্যকৰ ঘটনা৷ তাতেই এগৰাকী HIV সংক্ৰমিত কিশোৰীয়ে ১৭ মাহত প্ৰায় ২০ যুৱকক বিলাইছে AIDS, শৰীৰ দুৰ্বল হৈ পৰাৰ বাবে হাস্পতাললৈ যোৱা যুৱককেইজনক পৰীক্ষা কৰাৰ পাছতেই আটাইকেইজনৰ শৰীৰতেই ধৰা পৰিছে HIV পজিটিভ৷

ঘটনাটো ৰামনগৰৰ গুলাৰঘট্টি এলেকাৰ৷ এইছ আই ভি পজিটিভ যুৱকৰ কাউন্সেলিঙৰ সময়ত এগৰাকী কিশোৰীৰ নামেই যুৱককেইজনে লয়৷ সূত্ৰই প্ৰকাশ কৰামতে কিশোৰীগৰাকীৰ মাদকৰ প্ৰতি আসক্তি আছে৷ আৰু টকাৰ বাবে তেওঁ যুৱকৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে৷

নাইনিতাল জিলাচ বিগত কেইবা বছৰ HIV পজিটিভ কেছ বাঢ়িব ধৰিছে৷ যাৰ মাজত ৰামনগৰতেই সকলোতকৈ বেছি HIV কেছ দেখা গৈছে৷ তাতেই বিগত ১৭ মাহত ৪৫জন এইছ আই ভি পজিটিভ ধৰা পৰিছে৷ এপ্ৰিল ২০২৩ৰ পৰা মাৰ্চ ২০২৪ পৰ্যন্ত এবছৰত ২৬গৰাকী নতুন ৰোগী পোৱা গৈছে৷ ইয়াৰপাছতেই এপ্ৰিলৰ পৰা অক্টোবৰ পৰ্যন্ত ১৯গৰাকী এইছ আই ভি সংক্ৰমিত হৈছে৷ ইয়াৰ মাজতেই ৩০গৰাকী পুৰুষ আৰু ১৫গৰাকী মহিলা৷

এই ৩০ পুৰুষৰ ২০ যুৱকেই এগৰাকী কিশোৰীৰ পৰাই সংক্ৰমিত হোৱা বুলি তথ্য প্ৰকাশ পাইছে৷ ৰামনগৰৰ গুলাৰঘট্টি এলেকাৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ১৭ বছৰীয়া কিশোৰীৰ তথ্য পোহৰলৈ আহিছে এই ৰোগৰ আঁৰত৷ তেওঁৰ মাদকৰ প্ৰতি আসক্তি আছে৷ যেতিয়াই ধনৰ প্ৰয়োজন হয় তেতিয়াই ঘৰলৈ যুৱকক মাতে৷ বিভিন্ন যুৱকৰ সৈতে ধনৰ বিনিময়ত সম্পৰ্ক স্থাপন কৰে৷ কিশোৰীগৰাকী যে HIV পজিটিভ সেই কথা জনা নাছিল তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰা কোনো এজন যুৱকেই৷ যৌন সম্পৰ্কৰ ফলতেই আটাইকেইজন যুৱক এতিয়া এইছ আই ভি পজিটিভ বুলি কাউন্সেলিংৰ পাছত চিকিৎসকে প্ৰকাশ কৰিছে তথ্য৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

September 27, 2026
আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি
জীৱনশৈলী

আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি

September 27, 2026
Next Post
সৌভাগ্য যোগ, সাফল্যৰ দৌৰত সকলোকে পিছপেলাব এই ৫ৰাশিৰ জাতকে

সৌভাগ্য যোগ, সাফল্যৰ দৌৰত সকলোকে পিছপেলাব এই ৫ৰাশিৰ জাতকে

HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.