• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘তাৎক্ষণিক ভাবে নিলম্বন’ কৰি দায় হাৰিব খুজিছে, ৰাইজৰ ধনেৰে দৰমহা দি ভেৰোণীয়া গুণ্ডা নুপুহিবঃ ভায়লেট বৰুৱা

‘তাৎক্ষণিক ভাবে নিলম্বন’ কৰি দায় হাৰিব খুজিছে, ৰাইজৰ ধনেৰে দৰমহা দি ভেৰোণীয়া গুণ্ডা নুপুহিবঃ ভায়লেট বৰুৱা

2 years ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

6 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

6 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

7 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

7 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

8 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

9 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

9 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

10 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

11 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

11 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

12 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

‘তাৎক্ষণিক ভাবে নিলম্বন’ কৰি দায় হাৰিব খুজিছে, ৰাইজৰ ধনেৰে দৰমহা দি ভেৰোণীয়া গুণ্ডা নুপুহিবঃ ভায়লেট বৰুৱা

'তাৎক্ষণিক ভাবে নিলম্বন' কৰি দায় হাৰিব খুজিছে, ৰাইজৰ ধনেৰে দৰমহা দি ভেৰোণীয়া গুণ্ডা নুপুহিবঃ ভায়লেট বৰুৱা

editor by editor
November 17, 2024
in অপৰাধ, অসম, জীৱনশৈলী
0
‘তাৎক্ষণিক ভাবে নিলম্বন’ কৰি দায় হাৰিব খুজিছে, ৰাইজৰ ধনেৰে দৰমহা দি ভেৰোণীয়া গুণ্ডা নুপুহিবঃ ভায়লেট বৰুৱা
0
SHARES
388
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্ঞানদ্বীপ হাজৰিকাক শাৰীৰিকভাৱে অপদস্ত কৰা ঘটনাক লৈ আজিও অব্যাহত আছে চৰ্চা৷ বিভিন্নজনে সমালোচনা কৰিছে আৰক্ষী বিভাগটোক৷ শেহতীয়াকৈ অৱসৰপ্ৰাপ্ত IPS ভায়লেট বৰুৱাই কৰিছে বিশেষ মন্তব্য৷ তেওঁ সামাজিক মাধ্যমত লিখিছে, ‘সিংঘম পুলিচ অকল চিনেমাতহে ভাল লাগে। গুণ্ডা ৰূপী এইজন আৰক্ষী পৰিদৰ্শকক কোন কেইটা যোগ্যতাৰ বাবে পুলিচৰ ওপৰমহলে পানবজাৰৰ দৰে এখন গুৰুত্বপূৰ্ণ আৰক্ষী থানা এখনৰ OC পদত বহুৱাইছিল? ওপৰ গধূৰ আৰক্ষী বিভাগে এই বিষয়ে কিবা কবনে? শুনা মতে এইজন আৰক্ষী বিষয়াই আন আন থানাত থাকোতেও নানা ধৰণৰ দুষ্কাৰ্য কৰিও সুকলমে বৰমুৰীয়াৰ আশীষ লাভ কৰিবলৈ সক্ষম হৈছিল।

এতিয়া নিয়ম বহিৰ্ভূত body fitting ইউনিফৰ্ম পিন্ধি সিংঘম style ত গুণ্ডা গিৰি কৰি সমস্ত পুলিচ বিভাগটোলৈ দুৰ্নাম আনিছে। কিন্তু এইবাৰ ৰাইজে উভতি ধৰাৰ পাছত কথা বিষম দেখি ‘তাৎক্ষণিক ভাবে নিলম্বন’ কৰি বিভাগটোৱে দায় সাৰিব খুজিছে। গতিকে এই ক্ষেত্ৰত আপোনা সকলো সমানেই জগৰীয়া। কাৰণটো নিজকে শুধি লওক। তাৰোপৰি অপৰাধ কৰা এইজন বিষয়াৰ ওপৰত মহানগৰ পুলিচৰ ফালৰ পৰা এটা suo moto কেচ লবও পাৰিলে হেঁতেন, ভুক্তভোগীৰ পৰা FIR লবলৈ কিয় ৰখি থাকিব লাগে। আপোনাসবে সময়ে সময়ে সামাজিক মাধ্যমত ৰাইজক নীতি শিক্ষা দিয়াৰ ওপৰিও বিভাগটোৰ ভিতৰত থকা এইচাম উদণ্ড বিষয়াক ৰাইজৰ সুৰক্ষা প্ৰদান কৰিবলৈ শিক্ষা দি যোগ্য কৰি তোলক। ৰাইজৰ ধনেৰে দৰমহা দি ভেৰোণীয়া গুণ্ডা নুপুহিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ
অপৰাধ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

August 20, 2026
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?
জীৱনশৈলী

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

August 20, 2026
Next Post
১০ লাখ টকা ৫ বছৰৰ বাবে থ’লেই পাব ১৪ লাখ ৪৯ হাজাৰ ৯৪৮ টকা, ক’ত বিনিয়োগ কৰিলে এই লাভ পাব আপুনি?

১০ লাখ টকা ৫ বছৰৰ বাবে থ’লেই পাব ১৪ লাখ ৪৯ হাজাৰ ৯৪৮ টকা, ক’ত বিনিয়োগ কৰিলে এই লাভ পাব আপুনি?

মানুহ নাথাকিলে পৃথিৱী শাসন কৰিব এইবিধ প্ৰাণীয়ে, বিজ্ঞানীয়ে দিছে আচৰিত তথ্য

মানুহ নাথাকিলে পৃথিৱী শাসন কৰিব এইবিধ প্ৰাণীয়ে, বিজ্ঞানীয়ে দিছে আচৰিত তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.