• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ লাখ টকা ৫ বছৰৰ বাবে থ’লেই পাব ১৪ লাখ ৪৯ হাজাৰ ৯৪৮ টকা, ক’ত বিনিয়োগ কৰিলে এই লাভ পাব আপুনি?

১০ লাখ টকা ৫ বছৰৰ বাবে থ’লেই পাব ১৪ লাখ ৪৯ হাজাৰ ৯৪৮ টকা, ক’ত বিনিয়োগ কৰিলে এই লাভ পাব আপুনি?

2 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

29 minutes ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

1 hour ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

2 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

2 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

3 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

4 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

4 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

5 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

6 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

14 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

15 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০ লাখ টকা ৫ বছৰৰ বাবে থ’লেই পাব ১৪ লাখ ৪৯ হাজাৰ ৯৪৮ টকা, ক’ত বিনিয়োগ কৰিলে এই লাভ পাব আপুনি?

১০ লাখ টকা ৫ বছৰৰ বাবে থ’লেই পাব ১৪ লাখ ৪৯ হাজাৰ ৯৪৮ টকা, ক’ত বিনিয়োগ কৰিলে এই লাভ পাব আপুনি?

editor by editor
November 17, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
১০ লাখ টকা ৫ বছৰৰ বাবে থ’লেই পাব ১৪ লাখ ৪৯ হাজাৰ ৯৪৮ টকা, ক’ত বিনিয়োগ কৰিলে এই লাভ পাব আপুনি?
0
SHARES
105
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতি ভাৰতীয়ই চকু মুদি বিশ্বাস কৰা প্ৰতিষ্ঠানেই হৈছে পোষ্ট অফিচ৷ বহু মানুহেই নাজানে যে পোষ্ট অফিচতো বহু ভাল স্কিম আছে৷ তাতেই বিনিয়োগ কৰিলে ভাল ৰিটাৰ্ণ পোৱা যায়৷ বহু মানুহে হয়তো নাজানে যে পোষ্ট অফিচত টাৰ্ম ডিপোজিটো কৰিব পাৰি৷ ইয়াত যদি ধন বিনিয়োগ কৰে তেন্তে সঠিক সময়ত আপুনি পাব সঠিক ৰিটাৰ্ণ৷

ভাৰতৰ প্ৰতি পষ্ট অফিচত গৈ আপুনি টাৰ্ম ডিপোজিট কৰিব পাৰে৷ তাতেই আপুনি পাব ৭.৫ শতাংশ হাৰত সুদ পাব৷ মাত্ৰ ১ হাজাৰ টকা দি এই টাৰ্ম ডিপোজিট আপুনি কৰিব পাৰে৷ য’ত বেছি টকা ৰাখিব পাৰে৷ তাৰপৰা আপুনি ভাল ৰিটাৰ্ণ পাব পাৰে৷ তাতেই আপুনি ৫লাখ টকা ৫ বছৰৰ বাবে বিনিয়োগ কৰিলে ম্যাদ শেষ হওঁতে আপুনি পাব ৫লাখ ৫১ হাজাৰ ১৭৫ টকা৷ আপুনি ১০ বছৰৰ বাবে এই টকা থলে লাভ কৰিব ১০ লাখ ৫১ হাজাৰ ১৭৫ টকা৷ যদি ১০ লাখ টকা ৫ বছৰৰ বাবে আপুনি পোষ্ট অফিচত ফিক্সড ডিপোজিট কৰে তেন্তে ম্যাদ শেষ হওঁতে আপুনি পাব ১৪ লাখ ৪৯ হাজাৰ ৯৪৮ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
Next Post
মানুহ নাথাকিলে পৃথিৱী শাসন কৰিব এইবিধ প্ৰাণীয়ে, বিজ্ঞানীয়ে দিছে আচৰিত তথ্য

মানুহ নাথাকিলে পৃথিৱী শাসন কৰিব এইবিধ প্ৰাণীয়ে, বিজ্ঞানীয়ে দিছে আচৰিত তথ্য

আমেৰিকাৰ পৰা ভাৰত আহিবলৈ সময় লাগিব মাত্ৰ ৩০ মিনিট! দাবী এলন মাস্কৰ, কেনে হ’ব এই নতুন যাতায়াত ব্যৱস্থা?

আমেৰিকাৰ পৰা ভাৰত আহিবলৈ সময় লাগিব মাত্ৰ ৩০ মিনিট! দাবী এলন মাস্কৰ, কেনে হ’ব এই নতুন যাতায়াত ব্যৱস্থা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.