• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুলৰ অভিলেখ ভংগ কৰি ৪,১০,০০০ ভোটৰ ব্যৱধানত ৱায়নাডত জয়লাভ প্ৰিয়ংকা গান্ধীৰ

ৰাহুলৰ অভিলেখ ভংগ কৰি ৪,১০,০০০ ভোটৰ ব্যৱধানত ৱায়নাডত জয়লাভ প্ৰিয়ংকা গান্ধীৰ

2 years ago
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

27 minutes ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

2 hours ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

2 hours ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

3 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

4 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

5 hours ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

5 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

6 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

14 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

15 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

16 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাহুলৰ অভিলেখ ভংগ কৰি ৪,১০,০০০ ভোটৰ ব্যৱধানত ৱায়নাডত জয়লাভ প্ৰিয়ংকা গান্ধীৰ

ৰাহুলৰ অভিলেখ ভংগ কৰি ৪,১০,০০০ ভোটৰ ব্যৱধানত ৱায়নাডত জয়লাভ প্ৰিয়ংকা গান্ধীৰ

editor by editor
November 23, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ৰাহুলৰ অভিলেখ ভংগ কৰি ৪,১০,০০০ ভোটৰ ব্যৱধানত ৱায়নাডত জয়লাভ প্ৰিয়ংকা গান্ধীৰ
0
SHARES
88
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি ৪বজালৈকে ৱায়ানাড লোকসভা সমষ্টিত বৰ্তমান কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৪,১০,০০০ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে৷

নিৰ্বাচনী যুঁজত অভিষেক ঘটা  প্ৰিয়ংকাই সাধাৰণ নিৰ্বাচনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এনি ৰাজাক ৩.৬ লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে৷ ভাতৃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীতকৈও অধিক ব্যৱধানত এই আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে প্ৰিয়ংকা৷ ২০১৯ চনৰ পৰা চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনলৈকে এই আসনখনক প্ৰতিনিধিত্ব কৰিছিল ৰাহুল গান্ধীয়ে৷

মুঠ ৬,২২,৩৩৮টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে ভাদ্ৰাই৷ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থী সত্যন মোকেৰীয়ে ৪,১০,৯৩১ টা ভোটত পিছপৰি আছিল। মোকেৰী এগৰাকী প্ৰাক্তন বিধায়ক যিয়ে ১৯৮৭ চনৰ পৰা ২০০১ চনৰ ভিতৰত তিনিটা কাৰ্যকালৰ বাবে নাদাপুৰম বিধানসভাৰ আসনখনক প্ৰতিনিধিত্ব কৰিছিল৷ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত ৰাহুল গান্ধীয়ে ৱায়ানাড আৰু ৰায়েবৰেলী আসন লাভ কৰিছিল যদিও জনপ্ৰতিনিধিত্ব আইন অনুসৰি মাত্ৰ এটা সমষ্টিহে ধৰি ৰাখিব লগা হৈছিল ৰাহুলে৷

ৰাহুল গান্ধীয়ে লোকসভাত ৰায়বৰেলীক প্ৰতিনিধিত্ব কৰিবলৈ বাছি লোৱাৰ পিছতে ৱায়ানাডৰ উপ-নিৰ্বাচন প্ৰয়োজনীয় হৈ পৰিছিল। ৰায়েবৰেলী নিৰ্বাচনত ৰাহুলে ভাৰতীয় জনতা পাৰ্টিৰ দীনেশ প্ৰতাপ সিঙক ৩.৯ লাখ ভোটত পৰাস্ত কৰিছিল।তাৰপিছতেই কংগ্ৰেছে জুন মাহত ঘোষণা কৰিছিল যে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বাই-প’লত প্ৰতিদ্বন্দ্বিতা কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?
বিশ্ব

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

September 11, 2026
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা
অসম

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

September 11, 2026
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?
ভাৰত

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

September 11, 2026
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক
জীৱনশৈলী

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

September 11, 2026
Next Post
ইনষ্টাগ্ৰামত ফল’ৱাৰ্ছ ৫৬লাখঃ মহাৰাষ্ট্ৰ নিৰ্বাচনত ১০৩টা ভোট পালে এজাজ খানে

ইনষ্টাগ্ৰামত ফল’ৱাৰ্ছ ৫৬লাখঃ মহাৰাষ্ট্ৰ নিৰ্বাচনত ১০৩টা ভোট পালে এজাজ খানে

নতশিৰে প্ৰণাম আৰু আন্তৰিক ধন্যবাদ অসমঃ ৫ সমষ্টি দখলৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

নতশিৰে প্ৰণাম আৰু আন্তৰিক ধন্যবাদ অসমঃ ৫ সমষ্টি দখলৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.