• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এডিলেইডত ইতিহাস ৰচনা কৰাৰ সুযোগ বিৰাটৰ হাতত, ভংগ হব ব্রায়ান লাৰা আৰু ভিভিয়ান ৰিচাৰ্ডছৰ ৰেকৰ্ড !

এডিলেইডত ইতিহাস ৰচনা কৰাৰ সুযোগ বিৰাটৰ হাতত, ভংগ হব ব্রায়ান লাৰা আৰু ভিভিয়ান ৰিচাৰ্ডছৰ ৰেকৰ্ড !

1 year ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

42 seconds ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

37 minutes ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

3 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

3 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

4 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

4 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

5 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

5 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

5 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

6 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

6 hours ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এডিলেইডত ইতিহাস ৰচনা কৰাৰ সুযোগ বিৰাটৰ হাতত, ভংগ হব ব্রায়ান লাৰা আৰু ভিভিয়ান ৰিচাৰ্ডছৰ ৰেকৰ্ড !

editor by editor
December 5, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
এডিলেইডত ইতিহাস ৰচনা কৰাৰ সুযোগ বিৰাটৰ হাতত, ভংগ হব ব্রায়ান লাৰা আৰু ভিভিয়ান ৰিচাৰ্ডছৰ ৰেকৰ্ড !
0
SHARES
230
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এডিলেইডত ইতিহাস ৰচনা কৰাৰ সুযোগ বিৰাটৰ হাতত, ভংগ হব ব্রায়ান লাৰা আৰু ভিভিয়ান ৰিচাৰ্ডছৰ ৰেকৰ্ড !

অষ্ট্ৰেলিয়া ভ্ৰমণত এতিয়ালৈকে টিম ইণ্ডিয়াৰ প্ৰদৰ্শন অতি উত্তম। প্ৰথমখন খেলত অষ্ট্ৰেলিয়াক ২৯৫ ৰানত পৰাস্ত কৰি ১/০ত আগবাঢ়ি আছে টিম ইণ্ডিয়া। এতিয়া সকলোৰে চকু এডিলেইডত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ খেলত। এই টেষ্ট মেচ কাইলৈ ৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব।

এই খেলপথাৰতে ২০২০ চনত দিবা-নৈশ টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতে। এনে পৰিস্থিতিত এতিয়া টিম ইণ্ডিয়াই এই মেচত জয়ী হ’বলৈ চেষ্টা কৰিব। একে সময়তে টিম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীয়েও ইতিহাস সৃষ্টিৰ সুযোগ লাভ কৰিব।

দিবা-নৈশ টেষ্ট মেচত শতক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় বেটছমেন বিৰাট কোহলী। ২০১৯ চনত বাংলাদেশৰ বিৰুদ্ধে তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল। এতিয়া পৰৱৰ্তী টেষ্ট মেচত আন এক উজ্জ্বল শতক অৰ্জন কৰাৰ সোণালী সুযোগ বিৰাটৰ হাতত।

পাৰ্থ টেষ্ট মেচতো বিৰাটে শতক অৰ্জন কৰে। একে সময়তে যদি এডিলেইড টেষ্ট মেচত বিৰাটে শতক অৰ্জন কৰিবলৈ সফল হয়, তেন্তে তেওঁ ভিভিয়ান ৰিচাৰ্ডছ আৰু ব্রায়ান লাৰাৰ দৰে কিংবদন্তিক পিছ পেলাই ৰেকৰ্ড গঢ়িব।

উল্লেখ্য যে, এডিলেইড অভালত সৰ্বাধিক টেষ্ট ৰান সংগ্ৰহৰ অভিলেখ ৱেষ্ট ইণ্ডিজৰ মহান বেটছমেন ব্রায়ান লাৰাৰ হাতত আছে। এই খেলপথাৰত ব্ৰায়ানে ৬১০ ৰান সংগ্ৰহ কৰিছে। এই তালিকাত তেওঁৰ পিছতে আছে ভিভিয়ান ৰিচাৰ্ডছ। এই খেলপথাৰত ভিভিয়ানে টেষ্টত ৫৫২ ৰান সংগ্ৰহ কৰিছে।

তালিকাৰ তৃতীয়ত বিৰাট। এই খেলপথাৰতে বিৰাট কোহলীয়ে ৫০৯টা টেষ্ট ৰাণ সংগ্ৰহ কৰিছে। এনে পৰিস্থিতিত যদি এডিলেইডত বিৰাটে ১০১ ৰান কৰে তেন্তে তেওঁ এই দুয়োগৰাকী খেলুৱৈকে পিছ পেলাই ৰেকৰ্ড গঢ়িব।

ইয়াৰ উপৰিও বিৰাট কোহলী পিংক বল টেষ্টত ৩০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হোৱাৰ দিশে। এডিলেইডত যদি বিৰাটে মাথো ২৩ ৰানো কৰে তেন্তে তেওঁ এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হ’ব। বৰ্তমানে বিৰাটৰ মুঠ ৰান ২৭৭। তালিকাৰ দ্বিতীয়ত ৰোহিত শৰ্মা- ১৭৩ ৰান, তৃতীয়ত শ্ৰেয়াছ আয়াৰ- ১৫৫ ৰান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Australia recordIndian CricketKing KohliRecordvirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
জীৱনশৈলী

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

March 27, 2026
Next Post
২০২৫ত ৩ ৰাশিৰ ওপৰত বাম্পাৰ আশিৰ্বাদ পৰিব মা লক্ষ্মীৰ, দুগুণ বৃদ্ধি পাব উপাৰ্জন

২০২৫ত ৩ ৰাশিৰ ওপৰত বাম্পাৰ আশিৰ্বাদ পৰিব মা লক্ষ্মীৰ, দুগুণ বৃদ্ধি পাব উপাৰ্জন

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা, ৪ বিধায়কে পালে মন্ত্ৰীত্ব

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা, ৪ বিধায়কে পালে মন্ত্ৰীত্ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.