• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
View ৭০০ কোটি। Youtubeৰ এটি ভিডিঅ’ই গঢ়িলে বিশ্ব ৰেকর্ড।

View ৭০০ কোটি। Youtubeৰ এটি ভিডিঅ’ই গঢ়িলে বিশ্ব ৰেকর্ড।

6 years ago
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

1 hour ago
টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

2 hours ago
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

2 hours ago
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

3 hours ago
মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

4 hours ago
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

5 hours ago
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

5 hours ago
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

6 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

6 hours ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

15 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

16 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

View ৭০০ কোটি। Youtubeৰ এটি ভিডিঅ’ই গঢ়িলে বিশ্ব ৰেকর্ড।

editor by editor
November 3, 2020
in বিবিধ
0
View ৭০০ কোটি। Youtubeৰ এটি ভিডিঅ’ই গঢ়িলে বিশ্ব ৰেকর্ড।
0
SHARES
293
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ Youtube। নৱপ্ৰজন্মৰ এটা পৰিচিত মাধ্যম। অনলাইন ভিডিঅ’ চাব পৰা বা আপলোড কৰিব পৰা জনপ্ৰিয় মঞ্চ হ’ল এই youtube। মোবাইলটো হাতত লৈ ভিডিঅ’ চাবলৈ মন গ’লেই আমি ইউটিউব খুলি লওঁ। কিয়নো বা-বাতৰিৰ পৰা মনোৰঞ্জলৈকে সকলো ধৰণৰ ভিডিঅ’ সহজতে পাব পৰা যায় ইউটিউবত। ঘৰৰ কণমানিটোৰ পৰা বৃদ্ধজনলৈকে ইউটিউবৰ ভিডিঅ’ চাই আনন্দ লয়। পৃথিৱীৰ প্ৰায় ২০০ কোটি লোকে ইউটিউব ব্যৱহাৰ কৰে। আৰু ভাৰতৰ ২৬.৫ কোটি লোকে ব্যৱহাৰ কৰে ইউটিউব। ইউটিউবৰ ভিডিঅ’ চাই কেৱল আনন্দ লোৱাই নহয় বিশ্বৰ বহু লোকে ইউটিউবৰ জৰিয়তে উপার্জন কৰি আত্মনির্ভৰশীলো হৈ উঠিছে। অসমতো এতিয়া বহু যুৱকে ইউটিউবৰ জৰিয়তে উপার্জন কৰিবলৈ সক্ষম হৈছে। শেহতীয়াভাৱে অসমৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই ইউটিউবত ১ মিলিয়ন subscriber লাভ কৰিবলৈ সক্ষম হয়। ইউটিউবত উত্তৰ-পূবৰ ভিতৰত ১ মিলিয়ন subscriber লাভ কৰা ডিম্পু বৰুৱাই প্ৰথম ইউটিউবাৰ। যাৰ বাবে ডিম্পুই ইউটিউবৰ পৰা লাভ কৰিছে Gold play button।  ইউটিউবত ছার্ছ কৰিলেই লাখ লাখ ভিডিঅ’ পোৱা যায় যদিও সকলো ভিডিঅ’ই দর্শকৰ সঁহাৰি লাভ নকৰে। তাৰ মাজতে কিছুমান ভিডঅ’ই দর্শকৰ বিপুল সঁহাৰি পোৱা দেখা যায়। এতিয়া আহিছো ইউটিউবৰ এটা বিশেষ ভিডিঅ’ৰ কথালৈ। ভিডিঅ’টোৱে লাভ কৰিবলৈ সক্ষম হৈছে দর্শকৰ অনবদ্য সঁহাৰি। শিশুৰ গীত ‘বেবী শ্বার্ক’ (Baby shark) ভিডিঅ’টোৱে ৰেকর্ড গঢ়িবলৈ সক্ষম হৈছে।  ইউটিউবত আটাইতকৈ বেছি লোকে চাইছে ভিডিঅ’টো। মুঠ ৭ বিলিয়ন অর্থাৎ ৭০০ কোটি বাৰ view হৈছে ভিডিঅ’টো। বিশ্বজুৰি শিশু, পিতৃ-মাতৃ আৰু শিক্ষকৰ বাবে আটাইতকৈ পছন্দৰ সংগীত হিচাপে চিহ্নিত হৈছে এই গীতটো।

ভিডিঅ’টোৰ লিংকঃ https://www.youtube.com/watch?v=XqZsoesa55w

দক্ষিণ কোৰিয়াত শিশুৰ বাবে প্ৰস্তুত কৰা গীতটো বিশ্বজুৰি ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো ইউটিউবত আপলোড কৰিছিল ২০১৬ চনৰ জুন মাহত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: baby sharkyoutube
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া
ৰাজনীতি

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

August 9, 2026
টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?
জীৱনশৈলী

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

August 9, 2026
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য
বিনোদন

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

August 9, 2026
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা
বিনোদন

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

August 9, 2026
Next Post
গেৰুৱা দলৰ পৰা ক্ৰমশঃ এলাগী হৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্য

গেৰুৱা দলৰ পৰা ক্ৰমশঃ এলাগী হৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্য

খাৰঘুলীত পাহাৰ কাটি তহিলং ৰাহুল চেট্টীৰ

খাৰঘুলীত পাহাৰ কাটি তহিলং ৰাহুল চেট্টীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.