• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লেনদেন কৰোতেই ভাৱি কৰক! বছৰত কিমান টকা লেনদেন কৰিলে ঘৰত আয়কৰ নটিছ আহিব?

লেনদেন কৰোতেই ভাৱি কৰক! বছৰত কিমান টকা লেনদেন কৰিলে ঘৰত আয়কৰ নটিছ আহিব?

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

11 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

12 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

13 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

13 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

14 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

14 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

17 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

17 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

17 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

লেনদেন কৰোতেই ভাৱি কৰক! বছৰত কিমান টকা লেনদেন কৰিলে ঘৰত আয়কৰ নটিছ আহিব?

লেনদেন কৰোতেই ভাৱি কৰক! বছৰত কিমান টকা লেনদেন কৰিলে ঘৰত আয়কৰ নটিছ আহিব?

editor by editor
December 14, 2024
in বাণিজ্য, ভাৰত
0
লেনদেন কৰোতেই ভাৱি কৰক! বছৰত কিমান টকা লেনদেন কৰিলে ঘৰত আয়কৰ নটিছ আহিব?
0
SHARES
505
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ প্ৰতিটো বেংক একাউণ্টৰ দিশেই নজৰ থাকে আয়কৰ দপ্তৰৰ৷ এয়া বহুতেই নাজানে যে নিজৰ ছেভিংছ একাউণ্টৰ পৰা বছৰত কিমান টকাৰ লেনদেন হ’লে আয়কৰ নটিছ নাহে৷ এয়া সৰ্বদা নজৰ দি থাকে আয়কৰ বিভাগে৷ এটা আৰ্থিক বছৰত যেন আপোনাৰ বেংক একাউণ্টৰ পৰা কেতিয়াও ১০লাখতকৈ বেছি টকাৰ লেনদেন নহয়৷ ইয়াৰোপৰি দৈনিক ২লাখতকৈ বেছি টকাৰ লেনদেনো যেন ছেভিংছ একাউণ্টৰ পৰা নহয় সেই বিষয়ত দৃষ্টি ৰাখে আয়কৰ বিভাগে৷

বহু সময়ত প্ৰয়োজনত যদি বছৰত ১০ লাখ টকাতকৈ বেছি লেনদেন হয় তেতিয়া অৱশ্যই আয়কৰ দপ্তৰক জনাব লাগে৷ এয়া বহুতেই নাজানি বছৰি ছেভিংছ বেংক একাউণ্টৰ পৰাই ১০লাখতকৈ বেছি ধনৰ লেনদেন কৰি পেলায় ফলত বেংক কৰ্তৃপক্ষই আয়কৰ দপ্তৰত ইয়াৰ ৰিপৰ্ট পঠিয়াব লগা হয়৷

১৯৫২ চনৰ চেকছন ১১৪ বি আয়কৰ আইনত এয়া লেখা হৈছে৷ ইয়াৰোপৰি যদি বেংকলৈ গৈ ৫০ হাজাৰ টকাতকৈ বেছি এদিনতেই জমা কৰে তেন্তে আপুনি নিজৰ পান কাৰ্ড দিব লাগিব৷ যদি পান কাৰ্ড নাথাকে তেন্তে এবাৰ ডিপজিটতেই ৬০-৬১ টকাকৈ দিব লাগিব৷ যদি এটা আৰ্থিক বছৰত প্ৰচুৰ টকাৰ লেনদেন হয় তেন্তে সমস্য তথ্য যাতে আপোনাৰ হাতত থাকে সেই বিষয়ত নজৰ দিব৷ যাতে বছৰৰ শেষত আয়কৰ নটিছ আহিলেও আপুনি তথ্য দেখুৱাব পাৰে৷ ঘৰত যদি আয়কৰ নটিছ আহে ভয় নকৰিব৷ সঠিক তথ্যৰ সৈতে আয়কৰ দপ্তৰত হাজিৰ হ’ব৷ যদি সমস্ত তথ্য সঠিক থাকে তেন্তে বছৰত আপুনি বেছি লেনদেনো কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
সাধাৰণ ৰন্ধন তেলৰ পৰাই বাঢ়িছে কলন কেন্সাৰ, কেনেকৈ নিজকে ৰক্ষা কৰি চলিব?

সাধাৰণ ৰন্ধন তেলৰ পৰাই বাঢ়িছে কলন কেন্সাৰ, কেনেকৈ নিজকে ৰক্ষা কৰি চলিব?

২০২৫ত কুম্ভ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, এই ৩ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আহিব অৰ্থ সাফল্য

২০২৫ত কুম্ভ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, এই ৩ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আহিব অৰ্থ সাফল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.