মহানগৰীৰ খাৰঘুলিত অবাধ পাহাৰ খনন। এপাৰ্টমেণ্ট নিৰ্মাণৰ বাবে পাহাৰ কাটি তহিলং বহিৰাগত বণিয়া ৰাহুল চেট্টীৰ। কি ব্যৱস্থা গ্ৰহণ কৰিব কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ে, কি কয় ADC বিপুল কুমাৰ দাসে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















