• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫৯ বছৰীয়া মষ্ট ৱাণ্টেড ব্যাচেলৰ ছলমান আজিয়ো কিয় অবিবাহিত…

৫৯ বছৰীয়া মষ্ট ৱাণ্টেড ব্যাচেলৰ ছলমান আজিয়ো কিয় অবিবাহিত…

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

৫৯ বছৰীয়া মষ্ট ৱাণ্টেড ব্যাচেলৰ ছলমান আজিয়ো কিয় অবিবাহিত…

editor by editor
December 27, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
৫৯ বছৰীয়া মষ্ট ৱাণ্টেড ব্যাচেলৰ ছলমান আজিয়ো কিয় অবিবাহিত…
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫৯ বছৰীয়া মষ্ট ৱাণ্টেড ব্যাচেলৰ ছলমান আজিয়ো কিয় অবিবাহিত…

বলীউডৰ ‘দবাং’ তথা ভাইজান ছলমান খানৰ আজি ৫৯ সংখ্যক জন্মদিন। এই উপলক্ষে তেওঁৰ অনুৰাগীসকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অভিনেতাগৰাকীক অভিনন্দন জনাইছে।

পাছে ৫৯ বছৰত ভৰি দিলেও আজিয়ো অবিবাহিত ছলমান। দেশৰ ভিতৰতে মোষ্ট ৱাণ্ডেট ব্যাচেলক হিচাপেও নাম আছে ছলমানৰ। যাৰ বাবে আজি ছলমানৰ জন্মদিনটোতো তেওঁৰ বিবাহক লৈ প্ৰশ্ন কৰিছে বহু অনুৰাগীয়ে।

পাছে এনে নহয় যে কোনো ছোৱালী তেওঁৰ জীৱনত প্ৰৱেশ কৰা নাছিল। ছলমানৰ জীৱনত বহুকেইগৰাকী প্ৰেমিকাই প্ৰৱেশ কৰিছিল। কিন্তু কাৰোৰে সৈতে বিয়াত নবহে। ইয়াৰ আঁৰত ৫টা কাৰণ থাকিব পাৰে বুলি অনুৰাগীসকলে নিজেই বিচাৰি উলিয়াইছে।

ঐশ্বৰ্যৰ সৈতে সম্পৰ্ক
বলীউডৰ আটাইতকৈ ৱাণ্টেড ব্যাচালৰ ছলমান খান আৰু ঐশ্বৰ্য ৰায়ৰ অসম্পূৰ্ণ প্ৰেমৰ কাহিনীৰ বিষয়ে সকলোৱে জানে । এটা সময়ত দুয়োজনে ইজনে সিজনৰ প্ৰতি প্ৰেমত পৰিছিল। বিয়াত বহাৰো কথা আছিল। কিন্তু শেষত ব্ৰেকআপ হয়। বহুতেই কয়, ঐশ্বৰ্যৰ সৈতে সঁচা প্ৰেম আছিল ছলমানৰ , যাৰ বাবে আজি পৰ্যন্ত অবিবাহিত হৈ আছে।

আঙুঠি পিন্ধোৱাৰ পাছত বিয়া ভঙা-
এটা সময়ত সংগীতা বিজলানীয়ে ছলমান খানৰ জীৱনত প্ৰৱেশ কৰিছিল। কোৱা হয়, তেওঁলোকৰ বিয়াৰ কাৰ্ড পৰ্যন্ত বিতৰণ কৰা হৈছিল। কিন্তু কোনো কাৰণৰ এই সম্পৰ্কৰো যতি পৰে।

সাহস গোটাবলৈ অক্ষম ছলমান
ছলমান খানৰ জীৱনলৈ আহিছিল সোমী খান, লুইয়া ভান্টুৰ আৰু কেটৰিনা কাইফৰ দৰে প্ৰেয়সী, অতি ঘনিষ্ঠ আছিল সম্পৰ্ক। হয়তো অভিনেতাগৰাকীৰ বিয়া হ’ব বুলি জল্পনা-কল্পনা চলিছিল যদিও অনুৰাগীৰ সপোন পূৰণ নহল। হয়তো ইয়াৰ আঁৰৰ মূল কাৰণ আছিল ছলমানে বিবাহৰ বাবে সাহস গোটাব নোৱাৰাটো। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছলমানৰ পিতৃ চেলিম খানে এক সাক্ষাৎকাৰত কৈছিল যে অভিনেতাজনে সম্পৰ্ক গঢ়ি তোলে যদিও বিয়া পাতিবলৈ সাহস কৰিব নোৱাৰে।

অতিমাত্ৰা খং –
ছলমান খানে এবাৰ ৰিয়েলিটি শ্ব’ত কৈছিল যে এসময়ত তেওঁৰ বহুত খং উঠিছিল। ইয়াৰ বাবেই বহু কেইটা সম্পৰ্ক শেষ হৈছিল।

পিতৃ-মাতৃৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক-
ছলমান খানে বহুবাৰ কৈছে যে তেওঁ পিতৃ-মাতৃৰ সৈতে অতি ঘনিষ্ঠ। সিহঁতৰ পৰা আঁতৰি থকাৰ কথা কোনোদিনে নাভাবে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি আৰবাজ খানে এক সাক্ষাৎকাৰত কৈছিল যে পিতৃ ছেলিম খানে – বিয়াৰ পিছত সন্তান সকলক ঘৰ এৰি আন ঘৰলৈ স্থানান্তৰিত হ’ব লাগিব বুলি কৈছিল। হয়তো এইটোৱেই হ’ব পাৰে ছলমানে কেতিয়াও বিয়া নকৰাৰ কাৰণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywood BhaijanBollywood HeroIndian ActorSalman Khna
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
BMW নহয়, ২১ হাজাৰ টকীয়া বাহনখনহে অতিকে প্ৰিয় আছিল মনমোহন সিঙৰ

BMW নহয়, ২১ হাজাৰ টকীয়া বাহনখনহে অতিকে প্ৰিয় আছিল মনমোহন সিঙৰ

কিয় কেৱল নীলা ৰঙৰেই পাগুৰি বান্ধিছিল মনমোহন সিঙে, নিজেই সদৰি কৰিছিল ইয়াৰ কাৰণ

কিয় কেৱল নীলা ৰঙৰেই পাগুৰি বান্ধিছিল মনমোহন সিঙে, নিজেই সদৰি কৰিছিল ইয়াৰ কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.